AHSEC Class 12 Sociology

প্ৰথম খণ্ড

Chapter 1

ভাৰতীয় সমাজৰ পৰিচয়


৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ


প্রশ্ন ১: ভাৰতত ব্ৰিটিছ উপনিবেশিকৰ শাসনৰ কাল আছিল- 


(ক) ১৭০ বছৰ


(খ) ২০০ বছৰ


(গ) ১৫০ বছৰ


(ঘ) ১০০ বছৰ


উত্তৰঃ (ঘ) ২০০ বছৰ



প্রশ্ন ২: ব্রিটিছসকলে প্রত্যক্ষ বা পৰোক্ষভাবে আধুনিক ভাৰতৰ শাসনভাৰ ল'বলৈ আৰম্ভ কৰে-


(ক) ১৮ শতিকাৰ পৰা


(খ) ১৯ শতিকাৰ মাজৰ পৰা


(গ) ১৯ শতিকাৰ পৰা


(ঘ) ১৯ শতিকাৰ মাজৰ পৰা।



প্রশ্ন ৩: গ্রাম্য সমাজত প্রাধান্যতা থকা পৰিয়ালটো কি?


(ক) একক পৰিয়াল


(খ) যৌথ পৰিয়াল


(গ) উক্ত এটাও নহয়।


প্রশ্ন ৪: ভাৰতবৰ্ষই পৃথিৱীৰ ভূ-ভাগ আগুৰি আছে


(ক) ২.১ শতাংশ


(খ) ২.৩ শতাংশ


(গ) ২.৪ শতাংশ


(ঘ) ২.৫ শতাংশ।


প্রশ্ন ৫:                চনত ফ্রান্সে টুনীচ দখল কৰে।


(ক) ১৮৮১


(খ) ১৮৪৫


(গ) ১৯০৮


(ঘ) ১৮১৫


প্রশ্ন ৬: প্রধানমন্ত্রী                     ৰ সময়ত ইংলেণ্ডে উপনিৱেশ সম্প্ৰসাৰণৰ নীতি সমর্থন কৰা নাছিল।


(ক) ডিজৰেলী


(খ) ক্লিমেন্ট এটলী


(গ) বিস্মার্ক


(ঘ) উইনস্টন চার্চিল।


প্রশ্ন ৭: ভাৰতত                  চনত চাহ উদ্যোগ আৰম্ভ হয়।


(ক) ১৮৫৩


(খ) ১৮৩৭


(গ) ১৮৫১


(ঘ) ১৮৬৩


প্রশ্ন ৮ঃ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ জনক হ'ল                  


(ক) মহাত্মা গান্ধী


(খ) লাল বাহাদুৰ শাস্ত্রী


(গ) লালা লাজপত ৰায়


(ঘ) বাল গংগাধৰ তিলক।


প্রশ্ন ৯: এম এন শ্রীনিবাস এগৰাকী প্রথিতযশা                   আছিল।


(ক) অর্থনীতিবিদ


(খ) সমাজতত্ত্ববিদ


(গ) নৃতত্ত্ববিদ


(ঘ) ভূগোল বিজ্ঞানী।


প্রশ্ন ১০:                    নামৰ ব্যক্তিজনে উৰণীয়া মাকো সাজি উলিয়াইছিল।


(ক) জন কেই


(গ) জর্জ ব্রেইলি


(খ) জেমছ বাট


(ঘ) উইনস্টন চার্চিল।



১। অতি চমু প্রশ্নোত্তৰ


(ক) খালী ঠাই পূৰ কৰাঃ


প্ৰশ্ন ১ঃ গ্রাম অর্থনীতিৰ মূল ভিত্তি হ'ল                । 


প্রশ্ন ২ঃ                চনত পৃথিৱীৰ প্ৰথম আধুনিক পিয়লৰ প্ৰচলন হৈছিল।

প্রশ্ন ৩: পৃথিৱীৰ প্ৰথম আধুনিক পিয়ল আৰম্ভ হৈছিল                     ত।

প্রশ্ন ৪ : ভাৰতত লোকপিয়লৰ কাম প্ৰথম আৰম্ভ হৈছিল                    চনত।

প্রশ্ন ৫ : ভাৰতত প্রথম উপনিবেশ যুগ আৰম্ভ হয়                        চনত।

প্রশ্ন ৬:                  সকলে ভাৰতত সৰ্বপ্ৰথম ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰে।

প্রশ্ন ৭ঃ ডাচ্ ৰ বণিকসকলৰ আগমন ভাৰতলৈ ঘটে                     শতিকাত।

প্রশ্ন ৮:                    শতিকাত ফ্ৰান্সৰ বণিকসকলে ভাৰতলৈ আহে।

প্রশ্ন ৯: তিনাৰিক গোষ্ঠীৰ পাৰ্টীসকল                        শ্ৰেণীৰ লোক।


প্রশ্ন ১০ : ৰবাৰ্ট ব্রুচে                  খ্রীষ্টাব্দত অসমত চাহগছ আবিষ্কাৰ কৰে।



২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ


(ক) ভাৰত এখন গ্রাম্য প্রধান দেশ।


(খ) ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম সর্ববৃহৎ দেশ।


(গ) বিস্মাৰ্কৰ সময়ত জার্মানীয়ে উপনিৱেশ সম্প্ৰসাৰণৰ নীতি সমর্থন কৰা নাছিল।


(ঘ) ১৮৪৫ চনত ফ্রান্সে আলজেৰিয়া দখল কৰে।


(ঙ) ১৭৭০ খ্রীষ্টাব্দত 'বেংক অব হিন্দুস্তান' প্রতিষ্ঠিত হয়।


(চ) ভাৰতত ১৮১৫ চনত চাহ উদ্যোগ আৰম্ভ হয়।


(ছ) Secular শব্দটো প্রথম আফ্রিকাত প্রচলন আছিল।


(জ) ২০২১ চনৰ বিশ্ববেংকৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যা ১৪০.৭৬ কোটি।


(ঝ) ১৮১৫ চনত ইংলেন্ডে কেপকলনি দখল কৰে।


(ঞ) ১৮৫৫ চনত অসম কোম্পানীয়ে জয়পুৰ চাহ বাগিচাখন কিনি লয়।






৪। চমু প্রশ্নোত্তৰঃ


প্রশ্ন ১: গ্রাম্য অর্থনীতিৰ মূল ভেটি কি?


প্রশ্ন ২: জাতীয়তাবাদ বুলিলে কি বুজা?


প্রশ্ন ৩ঃ ব্ৰিটিছৰ উদ্যোগ নীতি বা ঔপনিৱেশিক নীতিৰ মূল আধাৰ কি?


প্রশ্ন ৪: উদ্যোগীকৰণৰ অন্যতম চৰিত্ৰ কি?


প্রশ্ন ৫ : যান্ত্রিক শ্ৰমৰ মূল আহিলা কি?


প্রশ্ন ৬: উদ্যোগীকৰণৰ লক্ষ্য কি?


প্রশ্ন ৭: বিস্মার্ক কোন আছিল? 


প্রশ্ন ৮ : কাক ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰ জনক বুলি কোৱা হয়?


প্রশ্ন ৯: জর্জ জেকব হলিয়কে ধৰ্মনিৰপেক্ষ শব্দটো প্রথম কেতিয়া ব্যৱহাৰ কৰিছিল?


প্রশ্ন ১০ : কার্ল-মাক্স কোন আছিল?


প্রশ্ন ১১: ইন্দো-আর্যসকল কোন?


প্রশ্ন ১২: Secular শব্দটোৰ অভিধানিক অর্থ কি?


প্রশ্ন ১৩ : Secular শব্দটো প্রথমে ক'ত প্রচলন আছিল?


প্রশ্ন ১৪ : কোন চনত ইংলেন্ডে কেপকলনি দখল কৰে?


প্রশ্ন ১৫ : নগৰীকৰণ কি?



৫। দীঘল প্রশ্নোত্তৰ:


প্রশ্ন ১: কোনে, কেতিয়া অসমত চাহগছ আৱিষ্কাৰ কৰে?


প্রশ্ন ২: সংবিধানত ব্যৱহাৰ কৰা ধৰ্মনিৰপেক্ষ শব্দৰ অৰ্থ কি কি?


প্রশ্ন ৩ঃ ধৰ্মনিৰপেক্ষ সমাজৰ মূল বৈশিষ্ট্য দুটা কি কি?


প্রশ্ন ৪: অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি মাক্সে সামাজিক স্তৰ বা শ্রেণীক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি?


প্রশ্ন ৫ : ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা?


প্রশ্ন ৬: আঞ্চলিকতাবাদ বুলিলে কি বুজা?


প্রশ্ন ৭: ঔপনিবেশবাদ বুলিলে কি বুজা?


প্রশ্ন ৮: ধৰ্মনিৰপেক্ষতাবাদ বুলিলে কি বুজা?


প্রশ্ন ৯: শ্রেণী ব্যৱস্থা বুলিলে কি বুজা?


প্রশ্ন ১০ : সম্প্রদায় বুলিলে কি বুজা?



৬। ৰচনাধর্মী প্রশ্নোত্তৰ:


প্রশ্ন ১: ঔপনিৱেশিক শাসনৰ ফলত ভাৰতৰ সমাজ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছিল চমুকৈ বৰ্ণনা কৰা।


প্রশ্ন ২: ভাৰতবৰ্ষৰ ক্ষেত্ৰত থকা শ্ৰেণী ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা?


প্রশ্ন ৩: ভাৰতবৰ্ষত প্ৰৱৰ্তন হোৱা শ্ৰেণী ব্যৱস্থাৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা?


প্রশ্ন ৪ : ভাৰতত জাতীয়তাবাদ সৃষ্টি হোৱা মুখ্য কাৰণবোৰৰ ওপৰত আলোচনা কৰা।


প্রশ্ন ৫: ব্রিটিছে তেওঁলোকৰ শাসনকালত ভাৰতৰ গাঁও আৰু নগৰৰ অঞ্চলত কি কি ধৰণৰ সামাজিক শ্রেণী সৃষ্টি হৈছিল।


প্রশ্ন ৬: সম্প্ৰদায়ৰ বৈশিষ্ট্যসমূহ কি কি বর্ণনা কৰা।


প্রশ্ন ৭: সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।


প্রশ্ন ৮: জাতি আৰু শ্ৰেণীৰ মাজত থকা পার্থক্যসমূহ চমুকৈ আলোচনা কৰা।


প্রশ্ন ৯: গ্রাম্য সমাজৰ মুখ্য বৈশিষ্ট্যবোৰৰ সম্পৰ্ক আলোচনা কৰা।


প্রশ্ন ১০ : ভাৰতবৰ্ষৰ নগৰীয়া সমাজৰ বিভিন্ন মুখ্য বৈশিষ্ট্যসমূহ উল্লেখ কৰা।


প্রশ্ন ১১ : ভাৰতৰ গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা। 



প্রশ্ন ১২: চমুটোকা লিখা:


(১) গ্রাম্য সমাজ:


(২) গ্রাম্য সমাজৰ অৰ্থনৈতিক জীৱন:





(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)

Paid Answer Link

Type: Pompi Hazarika