AHSEC Class 12 Sociology
দ্বিতীয় খণ্ড
Chapter 10
উদ্যোগীক সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন
১। অতি চমু প্রশ্নোত্তৰ:
(ক) খালী ঠাই পূৰ কৰাঃ
প্রশ্ন ১ঃ প্রযুক্তিগত কৌশলে সমগ্র বিশ্বক এক গাঁৱলৈ ৰূপান্তৰিত কৰিছে।
প্রশ্ন ২ঃ ১৯৮৫ চনৰ উদ্যোগ নীতিয়ে সামগ্ৰীৰ ক্ষেত্ৰত শিথিলতা আনে।
প্রশ্ন ৩ঃ আধুনিকীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে।
প্রশ্ন ৪: ১৯৫৬ চনৰ উদ্যোগ নীতি ধাৰাৰে পৰিচালিত।
প্রশ্ন ৫: চনত বম্বেৰ বস্ত্ৰ উদ্যোগত এক বিখ্যাত ধর্মঘট পালন হৈছিল।
প্রশ্ন ৬: উদাৰীকৰণ প্ৰক্ৰিয়াক ভাগত ভাগ কৰা হয়।
প্রশ্ন ৭ঃ হ'ল চৰকাৰে উদ্যোগ ব্যৱস্থাত গ্ৰহণ কৰা উদাৰ নীতি।
প্রশ্ন ৮ঃ গণ-মাধ্যম হিচাপে কেৱল শিক্ষিত সকলকহে সামৰি ল'ব পাৰে।
প্রশ্ন ৯: জনসংযোগ মাধ্যমবোৰ ভাগ তিনিটা হ'ল- পঢ়িব পৰা, শুনিব পৰা আৰু পৰা।
২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:
প্রশ্ন ১ঃ জনসংযোগ মাধ্যমসমূহ যোগাযোগ ব্যৱস্থাৰে অংশ।
প্রশ্ন ২ঃ গণ মাধ্যমে জাতীয় দৃষ্টিভংগী ধ্বংস কৰে।
প্রশ্ন ৩ঃ উদ্যোগীকৰণে নতুন কৌশল আৰু যন্ত্রপাতিৰ উদ্ভাৱন কৰিছে।
প্রশ্ন ৪: ঔদ্যোগিক সমাজত মানুহৰ মানৱীয় মূল্যবোধ বৃদ্ধি পায়।
প্রশ্ন ৫: উন্নত দেশসমূহত ১০% তকৈ কম লোকেহে কৃষি কার্যত আত্মনিয়োগ কৰে।
প্রশ্ন ৬ঃ ১৯৯০ চনত ভাৰতত জনতা দলৰ চৰকাৰে উদ্যোগৰ নতুন নীতি ঘোষণা কৰে।
প্রশ্ন ৭ঃ ১৯৫৬ চনৰ ঔদ্যোগিক নীতিয়ে উদ্যোগৰ সামগ্রিক ৰাষ্ট্ৰীয়কৰণ নীতি গ্ৰহণ কৰে।
প্রশ্ন ৮ঃ কানপুৰৰ টেক্সটাইল মিলত দালালক 'মিস্ত্রী' নামে জনা যায়।
৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
প্রশ্ন ১ঃ চুচি এবিধ সুস্বাদু আহাৰ।
(ক) চাইনজি
(খ) জাপানী
(গ) ভাৰতীয়
(ঘ) ফৰাচী
প্রশ্ন ২ঃ কোনজন ভাৰতৰ প্রধানমন্ত্রীয়ে জনসংযোগক গণতন্ত্ৰৰ ৰক্ষকৰ ভূমিকা পালন কৰিবলৈ আহ্বান কৰিছিল-
(ক) ইন্দিৰা গান্ধীয়ে
(খ) ৰাজীৱ গান্ধীয়ে
(গ) জৱাহৰলাল নেহেৰুৱে
(ঘ) ড° মনমোহন সিঙে।
প্রশ্ন ৩ঃ বহুজাতিক কোম্পানীসমূহে নিয়োগৰ সুবিধা-
(ক) হ্রাস কৰিছে
(খ) বৃদ্ধি কৰিছে
(গ) সমান ৰাখিছে।
প্রশ্ন ৪: ৰ প্ৰায়ভাগ সামাজিক সিদ্ধান্ত ঔদ্যোগিক সমাজৰ লগত সম্পর্কিত।
(ক) ইমাইল দুৰখেইম
(খ) মেক্স ৱেবাৰ
(গ) কার্ল মার্ক্স
(ঘ) ওপৰৰ এটাও নহয়।
প্রশ্ন ৫: কয়লা খনিৰ শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে প্রণয়ন কৰা হৈছে।
(ক) খনি আইন ১৯৫২
(খ) খনি আইন ১৯২৫
(গ) খনি আইন ১৯৩২
(ঘ) খনি আইন ১৯৪২
প্রশ্ন ৬: চনৰ উদ্যোগ নীতিয়ে আমদানি শিথিলকৰণৰ নীতি গ্রহণ কৰে।
(ক) ১৯৫৬
(খ) ১৯৭৭
(গ) ১৯৮০
(ঘ) ১৯৮৫
প্রশ্ন ৭ঃ ভূপালত এম আই চি গেছ নির্গত হৈছিল ।
(ক) ১৯৯৪ চনৰ ৩ ডিচেম্বৰত
(খ) ১৯৮৪ চনৰ ৩ ডিচেম্বৰত
(গ) ১৯৭৪ চনৰ ৩ ডিচেম্বৰত
(ঘ) ১৯৮৪ চনৰ ৩০ ডিচেম্বৰত।
প্রশ্ন ৮: ভাৰতে প্রথম কৃত্রিম উপগ্রহ 'আর্যভট্ট' উৎক্ষেপণ কৰিছিল ।
(ক) ১৯৫৭ চনৰ ১৯ এপ্ৰিলত
(খ) ১৯৭৫ চনৰ ১৯ এপ্ৰিলত
(গ) ১৯৫৭ চনৰ ২৯ এপ্ৰিলত
(ঘ) ১৯৭৫ চনৰ ২৯ এপ্ৰিলত।
প্রশ্ন ৯: ইমাইল দুৰখেইম এগৰাকী ।
(ক) সমাজতত্ত্ববিদ
(খ) অর্থনীতিবিদ
(গ) নৃতত্ত্ববিদ
(ঘ) ভূগোলবিদ
৪। চমু প্রশ্নোত্তৰ:
প্রশ্ন ১ঃ জনসংযোগ মাধ্যমবোৰ কি কি?
প্রশ্ন ২: জনসংযোগ মাধ্যম বুলিলে কি বুজা?
প্রশ্ন ৩ঃ আন্তঃজাতিক বাণিজ্যিৰ লগত জড়িত দুটা সংস্থাৰ নাম লিখা।
প্রশ্ন ৪: স্বাধীনতাৰ প্ৰথমভাগত জনসংযোগে ভাৰতত কেনে ভূমিকা পালন কৰিছিল।
প্রশ্ন ৫: ২০১০ চনলৈ ভাৰতে মুঠ কিমানটা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিছিল?
প্রশ্ন ৬: কার্ল মাক্সৰ মতে অপসাৰিতা কি?
প্রশ্ন ৭ঃ উদাৰীকৰণৰ মূল লক্ষ্য কি?
প্রশ্ন ৮: উদাৰীকৰণ প্ৰক্ৰিয়াক কি দুটা ভাগত ভাগ কৰিব পাৰি?
৫। ৰচনাধৰ্মী প্রশ্নোত্তৰ:
প্রশ্ন ১: স্বাধীন ভাৰতত দেশৰ অৰ্থনৈতিক বিকাশৰ হেতু কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
প্রশ্ন ২ঃ ভাৰতৰ অৰ্থনীতি উদ্যোগীকৰণ প্ৰক্ৰিয়া সূচনা হোৱাৰ পূৰ্বে কেনেকুৱা আছিল।
প্রশ্ন ৩ঃ উদ্যোগীকৰণ বুলিলে কি বুজা? সামাজিক জীৱনত উদ্যোগীকৰণৰ ফলাফলৰ বিষয়ে এটি টোকা লিখা।
প্রশ্ন ৪: উদ্যোগীকৰণ আৰু ভাৰতীয় সমাজৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা।
প্রশ্ন ৫: উদাৰীকৰণৰ নীতিসমূহ কি কি?
প্রশ্ন ৬: ভাৰতবৰ্ষত এতিয়াও বৃহৎ সংখ্যক ক্ষুদ্র আৰু মজলীয়া উদ্যোগ অপৰিকল্পিত বা আঁচনিভুক্ত নোহোৱাৰ মূল কাৰণসমূহ কি কি?
(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)