AHSEC Class 12 Sociology

দ্বিতীয় খণ্ড

Chapter  11

সামাজিক আন্দোলন


১। অতি চমু প্রশ্নোত্তৰঃ


(ক) খালী ঠাই পূৰ কৰাঃ


প্রশ্ন ১ঃ দলিত শ্রেণীক সংবিধানত                    জাতি বুলি কোৱা হয়।


প্রশ্ন ২ঃ হৰিজনৰ অৰ্থ                     ৰ মানুহ।


প্রশ্ন ৩ঃ               চনত ভাৰতৰ সংবিধানত দলিতসকলক অনুসূচী জাতি হিচাপে অন্তর্ভুক্ত কৰা হয়।


প্রশ্ন ৪: সমাজৰ এটা নির্দিষ্ট শ্রেণীয়ে কৰা আন্দোলনক                     আন্দোলন বোলা হয়।


প্রশ্ন ৫: ভাৰততে             খ্রীষ্টাব্দৰ পৰা               খ্ৰীষ্টাব্দৰ ভিতৰত বহুকেইটা কৃষক আৰু শ্রমিক বিদ্রোহ হয়।


প্রশ্ন ৬ঃ                   চনৰ পূৰ্বে ট্রেড ইউনিয়ন ভাৰতৰ ইতিহাসত নাছিল।


প্রশ্ন ৭ঃ ১৯১৮             চনৰ ইউনিয়নসমূহৰ জন্ম হয়। আন্দোলনৰ পৰিপ্ৰেক্ষিত ভাৰতত ট্রেড


প্রশ্ন ৮ঃ ভাৰতত প্ৰথম ট্রেড ইউনিয়ন আৰম্ভ কৰা ব্যক্তিজন হ'ল            


প্রশ্ন ৯: ভাৰতত প্রথম ট্রেড ইউনিয়ন আৰম্ভ হোৱা স্থান হ'ল               


প্রশ্ন ১০: কিষাণ সভা আন্দোলনৰ নেতা আছিল              



২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:


প্রশ্ন ১: ভাৰতৰ ইতিহাসত ট্রেড ইউনিয়ন বেছি পুৰণি নহয়। 


প্রশ্ন ২: কিষাণ সভা আন্দোলন আৰম্ভ হৈছিল নতুন দিল্লীত।


প্রশ্ন ৩ঃ 'দলিত একচন কমিটী'ৰ এটা শাখা হৈছে দলিত সংঘর্ষ সমিতি।


প্রশ্ন ৪: চিঙ্কো আন্দোলনৰ নাম আহিছে আলিংগন শব্দৰ পৰা।


প্রশ্ন ৫: নাৰী মুক্তিৰ আন্দোলন জাতীয় মুক্তিৰ আন্দোলনৰ এটা উদাহৰণ।


প্রশ্ন ৬: সামাজিক আন্দোলন সামাজিক পৰিৱৰ্তনৰ একমাত্ৰ কাৰণ।


প্রশ্ন ৭ঃ পশ্চিমীয়া দেশবোৰৰ তুলনাত ভাৰতত ট্রেড ইউনিয়নৰ বিকাশ গতি অতি লেহেমীয়া।


প্রশ্ন ৮ঃ পৰিবেশ সম্পর্কীয় ন্যায় আন্দোলনৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত।


প্রশ্ন ৯: নর্মদা বচাও আন্দোলন ১৯৮০ চনত আৰম্ভ হৈছিল।


প্রশ্ন ১০ঃ ১৯৭০ চনলৈকে মহিলাসকলৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনবোৰক কল্যাণকামী আইন বোলা হৈছিল।



৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ


প্রশ্ন ১:কোন চনত দলিতসকলক ভাৰতীয় সংবিধানত অন্তর্ভুক্ত কৰা হয়-


(ক) ১৯৫০ চনত


(খ) ১৯৫১ চনত


(গ) ১৯৫২ চনত


(ঘ) ১৯৫৩ চনত।


প্রশ্ন ২ঃ কোনে দলিত লোকসকলক 'হৰিজন' বুলি সম্বোধন কৰিছিল- 


(ক) জৱাহৰলাল নেহেৰু


(খ) মহাত্মা গান্ধী


(গ) মাদাৰ টেৰেছা


(ঘ) ৰাজা ৰামমোহন ৰায়।


প্রশ্ন ৩ঃ জনজাতীয় আন্দোলন ক'ত আৰম্ভ হৈছিল-


(ক) উত্তৰ প্ৰদেশত


(খ) উৰিষ্যাত


(গ) বিহাৰত


(ঘ) মহাৰাষ্ট্ৰত।


প্রশ্ন ৪: জনজাতীয় আন্দোলন কোন চনত আৰম্ভ হৈছিল-


(ক) ১৭৭২ চনত


(খ) ১৭৭৩ চনত


(গ) ১৭৭৪ চনত


(ঘ) ১৭৭৫ চনত।


প্রশ্ন ৫: তলৰ কোনজন নর্মদা বচাও আন্দোলনৰ প্ৰধান নেতাৰ ভিতৰত নপৰে-


(ক) মেধা পাটেকাৰ


(খ) বাবা আস্তে


(গ) অৰুন্ধতী বয়


(ঘ) সুন্দৰলাল বহুগুণা।


প্রশ্ন ৬: তলৰ কোনজন চিঙ্কো আন্দোলনৰ উল্লেখযোগ্য নেতা নহয়-


(ক) সুন্দৰলাল বহুগুণা


(খ) গৌৰী দেবী


(গ) মেধা পাটেকাৰ


(ঘ) চণ্ডী প্ৰসাদ।


প্রশ্ন ৭ঃ তলৰ কোনজনে শ্রমিক আন্দোলন প্রথমে ভাৰতত আৰম্ভণি কৰে- 


(ক) মহাত্মা গান্ধী


(খ) শ্রীযুত বি পি ৱাডিয়া


(গ) বাবা আস্তে


(ঘ) গৌৰী দেবী।


প্রশ্ন ৮: পিছপৰা শ্ৰেণীসমূহৰ আন্দোলন প্রথম কোন চনত আৰম্ভ হৈছিল-


(ক) ১৯২৫


(খ) ১৯২৬


(গ) ১৯২৭


(ঘ) ১৯২৮


প্রশ্ন ৯: পিছপৰা শ্ৰেণীসমূহৰ আন্দোলন প্রথমে ক'ত আৰম্ভ হৈছিল-


(ক) ভূপালত


(খ) তামিলনাডুত


(গ) বম্বেত


(ঘ) লক্ষ্ণৌত।


প্রশ্ন ১০ঃ ১৪৭১ খ্রীষ্টাব্দত ৰাজস্থানৰ পিপাচাৰ নামৰ জিলাখনত হোৱা ভয়ংকৰ খৰাং বতৰৰ বাবে হোৱা আন্দোলনটো কি-


(ক) বালিয়াপাল আন্দোলন।


(খ) চাইলেন্ট ভেলী আন্দোলন।


(গ) বিষ্ণই আন্দোলন।


(ঘ) মাহাৰ দলিত আন্দোলন।


৪। চমু প্রশ্নোত্তৰঃ


প্রশ্ন ১ঃ সামাজিক আন্দোলন বুলিলে কি বুজা?


প্রশ্ন ২ঃ শ্রেণী ভিত্তিক আন্দোলন কি?


প্রশ্ন ৩ঃ শ্রমিক আন্দোলন কি?


প্রশ্ন ৪: দলিত শ্রেণী বুলিলে কি বুজা?


প্রশ্ন ৫: পৰিবেশ আন্দোলন বুলিলে কি বুজা?


প্রশ্ন ৬: পৰিবেশ আন্দোলন কেতিয়াৰ পৰা ক'ত আৰম্ভ হৈছিল।



৫। ৰচনাধর্মী প্রশ্নোত্তৰ :


প্রশ্ন ১: সামাজিক আন্দোলনৰ বিভিন্ন বৈশিষ্ট্যবোৰ উল্লেখ কৰা।


প্রশ্ন ২: সামাজিক আন্দোলনৰ লগত সামাজিক পৰিৱৰ্তনৰ কিবা সম্বন্ধ আছেনে? যদি আছে তেন্তে কেনে ধৰণৰ?

প্রশ্ন ৩ঃ ভাৰতীয় শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা। 

প্রশ্ন ৪: বিভিন্ন প্ৰকাৰৰ সামাজিক আন্দোলনসমূহৰ বিষয়ে উল্লেখ কৰা। 

প্রশ্ন ৫ঃ ভাৰতৰ শ্ৰমিক আন্দোলনৰ সপক্ষে বর্ণনা কৰা। 

প্রশ্ন ৬ঃ ভাৰতৰ ট্রেড ইউনিয়নৰ ইতিহাস সম্বন্ধে কি জানা লিখা।

প্রশ্ন ৭ঃ ভাৰতবৰ্ষত কৃষক বিদ্ৰোহৰ আৰম্ভণি সম্পর্কে কি জানা লিখা।

প্রশ্ন ৮:  দলিতসকলৰ বিভিন্ন সমস্যাবোৰৰ সম্পৰ্কে উল্লেখ কৰা।

প্রশ্ন ৯: ভাৰতৰ কেইটামান মুখ্য কৃষক আন্দোলনৰ বিষয়ে আলোচনা কৰা। 


প্রশ্ন ১০ : দলিত সংঘর্ষ সমিতিৰ বিষয়ে চমুকৈ উল্লেখ কৰা।


প্রশ্ন ১১: পিছপৰা শ্ৰেণীসমূহৰ আন্দোলনৰ ওপৰত চমুকৈ বৰ্ণনা কৰা। 


প্রশ্ন ১২ঃ ভাৰতৰ মহিলাসকলৰ আন্দোলনৰ সম্পৰ্কে উল্লেখ কৰা।


প্রশ্ন ১৩ঃ ভাৰতৰ বিভিন্ন জনজাতীয় আন্দোলনৰ ভাগসমূহ উল্লেখ কৰা।


প্রশ্ন ১৪ : ভাৰতবৰ্ষৰ জনজাতীয় আন্দোলনৰ বিষয়ে এটি চমুটোকা লিখা।


প্রশ্ন ১৫: জনজাতীয় আন্দোলনৰ বিভিন্ন কাৰণসমূহ লিখা।


প্রশ্ন ১৬: পৰিবেশ আন্দোলনৰ কাৰ্যক্ষেত্ৰ কি কি লিখা।


প্রশ্ন ১৭: ভাৰতৰ কেইটামান প্রধান পৰিবেশ আন্দোলন সম্পর্কে আলোচনা কৰা। 





(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)

Paid Answer Link (Membership)

Type: Pompi Hazarika