AHSEC Class 12 Sociology
প্ৰথম খণ্ড
Chapter 3
সামাজিক সংস্থা
১। অতি চমু প্রশ্নোত্তৰ :
(ক) খালী ঠাই পূৰ কৰা:
প্রশ্ন ১ঃ ভাৰতীয় সমাজৰ পৰম্পৰাগত পৰিয়াল পদ্ধতি বুলিলে পৰিয়ালকে বুজায়।
প্রশ্ন ২ঃ শব্দটোৰ অৰ্থ হ'ল গোষ্ঠী, বংশ বা পৰিয়ালৰ সমষ্টি।
প্রশ্ন ৩ঃ Caste শব্দটো ভাষাৰ পৰা উৎপত্তি হৈছে।
প্রশ্ন ৪: হ'ল ডিমাছাসকলৰ যুৱগৃহৰ নাম।
প্রশ্ন ৫: হৈছে ভাৰতীয় হিন্দু সমাজৰ এক স্তৰীকৰণ ব্যৱস্থা, য'ত ব্যক্তিসকলক উচ্চ আৰু নিম্ন স্তৰত বিভক্ত কৰা হয়।
প্রশ্ন ৬ঃ জাতি ব্যৱস্থা অনুসৰি ব্যক্তিৰ সামাজিক প্ৰস্থিতি নির্ধাৰণৰ ভিত্তিহ'ল ।
প্রশ্ন ৭: NASDAQৰ প্ৰধান কাৰ্যালয় ত অৱস্থিত।
প্রশ্ন ৮ঃ হ'ল ভাৰতৰ স্বজন পদ্ধতিৰ বিষয়ে লিখা এগৰাকী ভাৰতীয় সমাজতত্ত্ববিদ।
প্রশ্ন ৯: স্বজন পদ্ধতি প্রধানকৈ ভাগত ভাগ কৰা হৈছে।
প্রশ্ন ১০ : স্বজন পদ্ধতিৰ দুটা প্রধান ভাগ হ'ল আৰু ।
প্রশ্ন ১১ : স্বজন পদ্ধতি বিশেষকৈ দুটা কাৰকৰ ওপৰত নিৰ্ভয় কৰে। সেইকেইটা হ'ল আৰু ।
২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ
প্রশ্ন ১: বজাৰকৰণ প্ৰক্ৰিয়াৰে অৰ্থনীতিৰ ক্ষেত্ৰৰ বাধা নিষেধবোৰ শিথিল কৰাটো নীতি বিলুপ্তিকৰণ প্ৰক্ৰিয়া।
প্রশ্ন ২: নকপাটে হ'ল কাৰ্বিসকলৰ যুৱগৃহ।
প্রশ্ন ৩ঃ ব্যক্তিয়ে সমাজত লাভ কৰা স্থানটোক সামাজিক প্রস্থিতি বোলা হয়।
প্রশ্ন ৪:ভাৰতীয় জাতি ব্যৱস্থাত প্রধান তিনিটা জাতি আছে।
প্রশ্ন ৫ : নেফিল্ড হ'ল জাতিৰ উৎপত্তি সম্পৰ্কীয় বৃত্তিয়াত্মক সিদ্ধান্তৰ প্ৰধান প্ৰৱৰ্তক।
প্রশ্ন ৬: এজন ব্যক্তি নিজৰ ইচ্ছা মতে অন্য জাতিৰ অন্তর্ভুক্ত হ'ব নোৱাৰে।
প্রশ্ন ৭: কিছুমান বংশৰ সমষ্টিক গোত্র বোলা হয়।
প্রশ্ন ৮: 'Wealth of Nations' গ্রন্থখনৰ লেখক হ'ল মালথাছ।
প্রশ্ন ৯: যজমানী প্রথা হ'ল এক বজাৰহীন বিনিময় ব্যৱস্থা।
প্রশ্ন ১০ : বনজাৰাসকলে ঔপনিবেশক কালত নিমখৰ বাণিজ্য নিয়ন্ত্ৰণ কৰিছিল।
৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্রশ্ন ১: ব্যৱসায়ৰ লগত জড়িত জাতিটোৰ নাম-
(ক) ব্রাহ্মণ
(খ) ক্ষত্রিয়
(গ) বৈশ্য
(ঘ) শূদ্র
প্রশ্ন ২: হাট্টনৰ মতে ভাৰতবৰ্ষত থকা জাতি-উপজাতিৰ সংখ্যা হ'ল-
(ক) প্রায় এক হাজাৰ কোটি।
(খ) প্রায় আঢ়ৈ হাজাৰ কোটি।
(গ) প্রায় ডেৰ হাজাৰ কোটি।
(ঘ) প্রায় তিনি হাজাৰ কোটি।
প্রশ্ন ৩ঃ জাতি তলৰ কোনটোৰ ওপৰত আধাৰিত-
(ক) কর্ম
(খ) জন্ম
(গ) শিক্ষা
(ঘ) ব্যৱসায়।
প্রশ্ন ৪: কোন শতিকাত আধুনিক অর্থনীতি বিজ্ঞানৰ আৰম্ভণিতে অর্থনীতি বিজ্ঞানক 'ৰাজনৈতিক অর্থনীতি' বোলা হৈছিল-
(ক) ১৫ শতিকাত
(খ) ১৬ শতিকাত
(গ) ১৭ শতিকাত
(ঘ) ১৮ শতিকাত।
প্রশ্ন ৫ : 'Wealth of Nations' নামৰ গ্ৰন্থখনৰ লেখক কোন-
(ক) আদাম স্মিথ
(খ) মালথাছ
(গ) ৰবিনচন
(ঘ) আলফেড মাছেল।
প্রশ্ন ৬: 'Wealth of Nations' গ্ৰন্থখনৰ মূল বিষয়বস্তু কি-
(ক) ৰাজনৈতিক
(খ) সম্পদ
(গ) বজাৰ অর্থনীতি
(ঘ) সামাজিক সম্পদ।
প্রশ্ন ৭: Laisser faire বাকাংশ কোন ভাষাৰ পৰা আহিছে-
(ক) গ্রীচ
(খ) ফ্রান্স
(গ) জার্মানী
(ঘ) ইটালী।
প্রশ্ন ৮: Laisser faire য়ে তলৰ কোন ধৰণৰ বজাৰ ব্যৱস্থা সমর্থন কৰে-
(ক) মুক্ত বজাৰ
(খ) বিনিময় বজাৰ
(গ) কঠোৰ নীতিৰ বজাৰ
(ঘ) চৰকাৰী নিয়ন্ত্ৰণৰ বজাৰ
প্রশ্ন ৯: ধন কিহৰ ওপৰত মূলতঃ আধাৰিত-
(ক) কর্ম
(খ) জন্ম
(গ) ব্যৱসায়-বাণিজ্যি
(ঘ) কলা-সংস্কৃতি।
প্রশ্ন ১০ঃ উপনিবেশক সময়ছোৱাত তলৰ কোনটো জাতি নিমখ বাণিজ্য নিয়ন্ত্রণ কৰিছিল-
(ক) বৈশ্য জাতি
(খ) সিন্ধী জাতি
(গ) পার্টী জাতি
(ঘ) বনজাৰা।
৪। চমু প্রশ্নোত্তৰ:
প্রশ্ন ১: মুক্ত বজাৰ বুলিলে কি বুজা?
প্রশ্ন ২: গোত্ৰৰ অৰ্থ লিখা?
প্রশ্ন ৩: Laisser faire বাক্যংশৰ অৰ্থ কি?
প্রশ্ন ৪: সামাজিক সংস্থা কি?
প্রশ্ন ৫: পৰিয়াল বুলিলে কি বুজা?
প্রশ্ন ৬: প্রাথমিক পৰিয়াল কি?
প্রশ্ন ৭ঃ যুটীয়া পৰিয়ালৰ সংজ্ঞা দিয়া।
প্রশ্ন ৮: স্বজন পদ্ধতি কি?
প্রশ্ন ৯: একপক্ষীয় স্বজন পদ্ধতি বুলিলে কি বুজা?
প্রশ্ন ১০ : দ্বিপাক্ষিক স্বজন পদ্ধতি বুলিলে কি বুজা?
প্রশ্ন ১১: নিষেধ নিয়ম বুলিলে কি বুজা?
প্রশ্ন ১২ : সাংস্কৃতিকৰণ বুলিলে কি বুজা?
প্রশ্ন ১৩ : জনজাতি বুলিলে কি বুজা?
প্রশ্ন ১৪ : জনজাতীয় মানসিকতা বুলিলে কি বুজা?
প্রশ্ন ১৫: বজাৰ বুলিলে কি বুজা?
প্রশ্ন ১৬: 'অদৃশ্য হাত'ৰ অৰ্থ লিখা?
প্রশ্ন ১৭: 'বজাৰ অৰ্থনীতি' বুলিলে কি বুজা?
প্রশ্ন ১৮ : বজাৰক সমাজতত্ত্ববিদসকলে সামাজিক সংস্থা বোলাৰ কাৰণ কি?
প্রশ্ন ১৯: 'হুণ্ডি বা বিনিময় বিল' কি?
প্রশ্ন ২০ : পুঁজিবাদ বুলিলে কি বুজা?
প্রশ্ন ২১: মার্ক্সৰ মতে পুঁজিবাদৰ সংজ্ঞা কি?
প্রশ্ন ২২: বজাৰকৰণৰ অৰ্থ লিখা?
প্রশ্ন ২৩: মেক্সৱেবাৰ মত অনুসৰি প্ৰস্থিতি চিহ্ন বুলিলে কি বুজাই।
প্রশ্ন ২৪: উপভোগৰ অৰ্থ উল্লেখ কৰা।
প্রশ্ন ২৫: উদাৰীকৰণৰ অৰ্থ লিখা?
প্রশ্ন ২৬: প্রভাতশালী জাতি বুলিলে কি বুজা?
প্রশ্ন ২৭: পৰিয়ালৰ কেইটামান আকৃতি উল্লেখ কৰা।
প্রশ্ন ২৮: পৰিয়াল এটা সামাজিক জীৱনৰ প্ৰথম পদক্ষেপ বোলাৰ কাৰণ কি?
প্রশ্ন ২৯: এটা পৰিয়ালৰ সংৰচনাত সামাজিক সংৰচনাৰ পৰিৱৰ্তে কি দৰে প্রভাব পেলায়।
প্রশ্ন ৩০: জাতি আৰু জনজাতিৰ মাজৰ পাৰ্থক্য চমুকৈ উল্লেখ কৰা।
প্রশ্ন ৩১: পৰিয়ালৰ বৰ্ণাঢ্য ৰূপসমূহ উল্লেখ কৰা।
প্রশ্ন ৩২ : সামগ্ৰীকৰণৰ অৰ্থ কি?
৫। ৰচনাধর্মী প্রশ্নোত্তৰ:
প্রশ্ন ১: পৰিয়ালৰ মৌলিক কামসমূহ উল্লেখ কৰা? আধুনিক সমাজত ইয়াৰ কিবা পৰিৱৰ্তন ঘটিছে নেকি?
প্রশ্ন ২: পৰিয়ালৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
প্রশ্ন ৩ঃ যুটীয়া পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
প্রশ্ন ৪: বিভিন্ন প্রকাৰ যুটীয়া পৰিয়ালৰ ভাগসমূহ বর্ণনা কৰা?
প্রশ্ন ৫: আধুনিক পৰিয়ালৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰা?
প্রশ্ন ৬: স্বজন পদ্ধতিৰ গুৰুত্বসমূহ বর্ণনা কৰা।
প্রশ্ন ৭ঃ যুটীয়া পৰিয়ালৰ বিভিন্ন কাৰ্যসমূহ আলোচনা কৰা।
প্রশ্ন ৮: যৌথ পৰিয়ালৰ দুটা চৰিত্ৰ উল্লেখ কৰা।
প্রশ্ন ৯ : যুটীয়া পৰিয়ালৰ বিঘটনৰ বিভিন্ন কাৰণসমূহ চমুকৈ আলোচনা কৰা ৷
প্রশ্ন ১০ : স্বজনীয় গোটৰ কার্যাবলীসমূহ আলোচনা কৰা।
প্রশ্ন ১১: স্বজন পদ্ধতিৰ তাৎপর্য সম্পর্কে আলোচনা কৰা।
প্রশ্ন ১২ঃ ঔপনিৱেশিকতাবাদে জাতি পদ্ধতিৰ ক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন ঘটাইছে বর্ণনা কৰা।
প্রশ্ন ১৩ঃ জাতি ব্যৱস্থাৰ উৎপত্তি সম্বন্ধে থকা বিভিন্ন সিদ্ধান্তসমূহৰ ওপৰত আলোচনা কৰা।
প্রশ্ন ১৪ : ভাৰতীয় জাতি ব্যৱস্থাত দেখা দিয়া পৰিৱৰ্তনৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰা।
প্রশ্ন ১৫ : ভাৰতৰ জনজাতিৰ বিভিন্ন শ্রেণীসমূহ বর্ণনা কৰা হৈছে?
প্রশ্ন ১৬: জাতি আৰু শ্ৰেণীৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।
প্রশ্ন ১৭: জনজাতীয় সমাজত বৰ্তমান দেখা দিয়া পৰিৱৰ্তনসমূহ আলোচনা কৰা।
প্রশ্ন ১৮ : জনজাতি সমাজৰ বিভিন্ন বৈশিষ্ট্যসমূহ বর্ণনা কৰা।
প্রশ্ন ১৯: জাতি আৰু বৰ্ণৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।
প্রশ্ন ২০ : পৰিয়ালে কিদৰে সামাজিক নিয়ন্ত্ৰণত অৰিহণা যোগায়।
প্রশ্ন ২১: জাতি ব্যৱস্থাত আহি পৰা বিভিন্ন পৰিৱৰ্তনসমূহ আলোচনা কৰা।
প্রশ্ন ২২ : ভাৰতৰ জনজাতিবোৰৰ অঞ্চল অনুসাৰে এটি আলোচনা আগবঢ়োবা।
প্রশ্ন ২৩। ভাৰতত স্বাধীনতাৰ পৰৱৰ্তী সময়ত জনজাতিসকলে ভোগা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰা?
প্রশ্ন ২৪: জাতি পদ্ধতিত পৃথকীকৰণ আৰু বিন্যাসৰ ধাৰণাবোৰৰ ভূমিকা বৰ্ণনা কৰা?
প্রশ্ন ২৫: বর্তমান জনজাতীয় পৰিচয়ৰ যি দাবী দেখা যায় তাৰ অন্তৰাল থকা কাৰণবোৰ কি কি?
প্রশ্ন ২৬: জনজাতীয় সমাজত যিসমূহ পৰিবৰ্তন পৰিলক্ষিত হৈছে তাৰ অন্তৰালত থকা কাৰণসমূহ বৰ্ণনা কৰা।
প্রশ্ন ২৭: নগৰীয়া উচ্চ জাতিৰ বেলিকা তুলনামূলকভাবে অদৃশ্য হৈ পৰা বিষয়টোৰ অর্থ ব্যাখ্যা কৰা।
প্রশ্ন ২৮ : জনজাতীয় সমাজৰ যুৱগৃহৰ বিষয়ে চমুকৈ লিখা।
প্রশ্ন ২৯ : গাঁও অঞ্চলত বহা এখন সাপ্তাহিক বজাৰক কিদৰে এক সামাজিক অনুষ্ঠান হিচাপে গ্রহণ কৰিব পাৰি।
প্রশ্ন ৩০: ঔপনিৱেশিক সময়ত ভাৰতৰ সমাজত 'বজাৰ'ৰ অৱস্থা সম্পর্কে আলোচনা কৰা।
প্রশ্ন ৩১: জাতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি?
প্রশ্ন ৩২: জনজাতি হৈছে সভ্যতাই স্পর্শ নকৰা অকলশৰীয়া জীৱন-যাপন কৰা আদিম সম্প্রদায়।'- এনে উক্তিৰ বিপক্ষে তোমাৰ যুক্তি আগবঢ়োৱা।
প্রশ্ন ৩৩: বজাৰ'ৰ সমাজতাত্ত্বিক ব্যাখ্যাক অর্থনৈতিক ক্ষেত্ৰত বজাৰৰ ব্যাখ্যাৰ পৰা কিদৰে পৃথক কৰিবা?
প্রশ্ন ৩৪: ঔপনিৱেশিকতার আগমনে ভাৰতৰ অৰ্থনীতিত কিদৰে প্ৰভাৱ পেলাইছিল।
প্রশ্ন ৩৫ : প্রাচীন ভাৰতৰ 'বজাৰ' সম্পর্কে চমুকৈ লিখা?
প্রশ্ন ৩৬: জাতি বা স্বজন সম্বন্ধসমূহে ব্যৱসায় বাণিজ্যত কি দৰে কৃতকাৰ্য হৈছিল?
প্রশ্ন ৩৭: বিচ্ছিন্নতাবাদ বনাম ঐক্যবদ্ধাতাৰ বিখ্যাত বিতৰ্কটোৰ বিষয়ে চমুকৈ লিখা।
প্রশ্ন ৩৮ : নাকাৰাট্টা সকলৰ বেংক ব্যৱস্থা আৰু পশ্চিমীয়া বেংক ব্যৱস্থাৰ মাজৰ পার্থক্যসমূহ কি কি?
প্রশ্ন ৩৯: গোলকীয়কৰণ প্ৰক্ৰিয়াৰ সৈতে অন্তর্ভুক্ত হৈ থকা অন্যান্য প্ৰক্ৰিয়াবোৰৰ বিষয়ে উল্লেখ কৰা।
প্রশ্ন ৪০: যুটীয়া পৰিয়ালক কি কাৰণে 'উৎপাদন গোট' বুলি অভিহিত কৰা হয়?
(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)
Paid Answer Link (Membership User)