AHSEC Class 12 Sociology

প্ৰথম খণ্ড

Chapter 4

সামাজিক অসমতা আৰু পৃথকীকৰণৰ আৰ্হি


১। অতি চমু প্রশ্নোত্তৰ:


(ক) খালী ঠাই পূৰ কৰা:


প্রশ্ন ১: দলিত শব্দৰ অৰ্থ হ'ল            


প্রশ্ন ২ঃ                  চনত আদিবাসী শব্দটোৰ সৃষ্টি হয়।


প্রশ্ন ৩ঃ                        যে সর্বপ্রথম হৰিজন শব্দটো ব্যৱহাৰ কৰিছিল।


প্রশ্ন ৪:                     আছিল Aualogy of Roligion বিলখনিৰ লিখক।


প্রশ্ন ৫ :                 ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰে।


প্রশ্ন ৬:                  চনত 'পিছপৰা শ্ৰেণীৰ আয়োগ গঠন কৰা হৈছিল?


প্রশ্ন ৭ঃ Three Sermous of Human Nature নামৰ লিখনিৰ লিখক হ'ল                      ।


প্রশ্ন ৮:                   চনত ব্রাহ্ম সমাজ প্রতিষ্ঠা হৈছিল।


প্রশ্ন ৯:                 ৰ বিৰুদ্ধে হাতত লোৱা ব্ৰাহ্ম সমাজৰ প্ৰচাৰ কাৰ্যই আছিল ভাৰতবৰ্ষত সৰ্বপ্ৰথম নাৰীজনিত বিবাদমান বিষয়। 

প্রশ্ন ১০: সত্য সাধক সমাজৰ প্ৰতিষ্ঠাক আছিল                


২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:


প্রশ্ন ১: সতীদাহ প্রথা ব্রাহ্ম সমাজে উঠাই দিছিল। 


প্রশ্ন ২: জ্যোতিবা ফুলে 'স্ত্রী পুৰুষ তুলনা' নামৰ গ্ৰন্থখন লিখিছিল।


প্রশ্ন ৩ঃ 'চুলতানাৰ সপোন' নামৰ পুথিখন ৰ'কিয়া ছেখাৱট হুছেইনে ৰচনা কৰিছিল।


প্রশ্ন ৪: জ্যোতিবা ফুলে এগৰাকী সমাজ সংস্কাৰক আছিল।


প্রশ্ন ৫: পিছপৰা শ্ৰেণীৰ আয়োগৰ প্ৰথম সভাপতি আছিল তাৰাবাই চিন্দে।


প্রশ্ন ৬: ৩৩১ আৰু ৩৩৩নং অনুচ্ছেদে ভাৰতত বাস কৰা ইংৰাজসকলক তেওঁলোকৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে সুবিধা প্রদান কৰিছে।


প্রশ্ন ৭: ১৯৭৯ চনৰ পিছপৰা শ্ৰেণী আযোগৰ সভাপতি আছি বি পি মণ্ডল।


প্রশ্ন ৮: ১৯৯০ চনত ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্তীয় আৰু বিকাশ সমবায় গঠন কৰা হয়।


প্রশ্ন ৯ : ১৯৭০ চনত দ্বিতীয় পিছপৰা শ্ৰেণী আয়োগ গঠন কৰা হয়।


প্রশ্ন ১০ : অস্পৃশ্যতা অপৰাধ আইন ১৯৫৪ চনত গ্ৰহণ কৰা হৈছিল।



৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:


প্রশ্ন ১ঃ অনুচ্ছেদ ২৪৩ৰ অধীনত পৌৰসভাত মহিলাৰ সংৰক্ষণ আসন হ'ল-


(ক) ১/৩


(খ) ১/৪


(গ) ১/৫


(ঘ) ১/১০


প্রশ্ন ২ঃ ভাৰত চৰকাৰে সংখ্যালঘুসকলৰ জাতীয় পৰিষদ গঠন কৰে-


(ক) ১৯৭৫ চনত


(খ) ১৯৭৬ চনত


(গ) ১৯৭৭ চনত


(ঘ) ১৯৭৮ চনত।


প্রশ্ন ৩ঃ ১৯৮৫ চনত প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ পৰামৰ্শ ক্রমে ভাৰত চৰকাৰে কিমান সংখ্যক দিশ সম্বলিত সংখ্যালঘুসকলৰ কল্যাণৰ বাবে কাব্যসূচী প্রস্তুত কৰিছিল-


(ক) ১৪ টা


(খ) ১৫ টা


(গ) ১৬ টা


(ঘ) ১৭ টা


প্রশ্ন ৪ঃ নাৰী শিক্ষাৰ বাবে কিমান শতিকাৰ পৰা আন্দোলন আৰম্ভ হয়-


(ক) ১৬শ শতিকাৰ পৰা


(খ) ১৭শ শতিকাৰ পৰা।


(গ) ১৮শ শতিকাৰ পৰা


(ঘ) ১৯শ শতিকাৰ পৰা।


প্রশ্ন ৫: বৈদিক যুগত ভাৰতীয় নাৰীৰ সামাজিক স্থান পুৰুষৰ-


(ক) বেছি আছিল


(খ) কম আছিল


(গ) সমান আছিল।


প্রশ্ন ৬: গাগী, মৈত্রেয়ী, অত্ৰেয়ী ভাৰতৰ-


(ক) সংগীতজ্ঞ নাৰী আছিল


(খ) বেদজ্ঞ নাৰী আছিল।


(গ) দার্শনিক আছিল


(ঘ) অর্থনীতিবিদ আছিল।


প্রশ্ন ৭: স্বাধীনতাৰ পাছত ভাৰতীয় নাৰীৰ সামাজিক প্রস্থিতি-


(ক) উর্দ্ধগামী হয়


(খ) নিম্নগামী হয়।


(গ) একে আছে।


প্রশ্ন ৮: 'ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ বিত্তীয় আৰু বিকাশ সমবায়' গঠন হৈছিল- 


(ক) ১৯৯০ চনত


(খ) ১৯৯১ চনত


(গ) ১৯৯২ চনত


(ঘ) ১৯৯৩ চনত।


প্রশ্ন ৯: অস্পৃশ্যতা অপৰাধ আইন গ্রহণ কৰা হয়-


(ক) ১৯৫২ চনত


(খ) ১৯৫৩ চনত


(গ) ১৯৫৪ চনত


(ঘ) ১৯৫৫ চনত।


প্রশ্ন ১০ : দ্বিতীয় পিছপৰা শ্ৰেণী আয়োগ গঠন কৰা হয়-


(ক) ১৯৭০ চনত


(গ) ১৯৭২ চনত


(খ) ১৯৭১ চনত


(ঘ) ১৯৭৩ চনত।



৪। চমু প্রশ্নোত্তৰ:


প্রশ্ন ১ঃ 'দলিত' শব্দৰ অৰ্থ লিখা।


প্রশ্ন ২ঃ হৰিজন শব্দৰ অৰ্থ লিখা।


প্রশ্ন ৩ঃ উনৈশ শতিকাৰ সমাজ সংস্কাৰ আন্দোলনসমূহক কি কাৰণে মধ্যবিত্ত শ্ৰেণীৰ সমাজ সংস্কাৰ আন্দোলন বোলা হয়।


প্রশ্ন ৪: সামাজিক বৈষম্যৰ সংজ্ঞা দিয়া।


প্রশ্ন ৫ঃ সামাজিক সম্পদ কি?


প্রশ্ন ৬ঃ সামাজিক স্তৰীকৰণ বুলিলে কি বুজা?


প্রশ্ন ৭ঃ সামাজিক সম্পদৰ ভাগ কেইটা কি কি?


প্রশ্ন ৮: জাতি বুলিলে কি বুজা?


প্রশ্ন ৯:অনুসূচীত জাতি বুলিলে কি বুজা?


প্রশ্ন ১০ঃ কু-সংস্কাৰ বুলিলে কি বুজা?


প্রশ্ন ১১: সামাজিক বর্জন বুলিলে কি বুজা?


প্রশ্ন ১২: অস্পৃশ্যতা বুলিলে কি বুজা?


প্রশ্ন ১৩: অনুসূচীত জনজাতি বুলিলে কি বুজা?


প্রশ্ন ১৪: সংখ্যালঘু বুলিলে কি বুজা?


প্রশ্ন ১৫: ধর্মীয় সংখ্যালঘু বুলিলে কি বুজা?


প্রশ্ন ১৬: অন্যান্য পিছপৰা শ্ৰেণী বুলিলে কি বুজা?


প্রশ্ন ১৭: টোটেম মানে কি?


প্রশ্ন ১৮: অক্ষম বুলিলে কি বুজা?


প্রশ্ন ১৯: সংস্কাৰ আন্দোলন কি?


প্রশ্ন ২০: সমাজৰ অৱহেলিত সমূহবোৰ কি কি?



৫। ৰচনাধর্মী প্রশ্নোত্তৰ:


প্রশ্ন ১: সামাজিক স্তৰীকৰণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।


প্রশ্ন ২ঃ ভাৰতত বৰ্তমান জাতিৰ ভিত্তিত কেনেধৰণৰ অন্ধবিশ্বাস জড়িত হৈ আছে আলোচনা কৰা। 


প্রশ্ন ৩ঃ অন্যান্য বিশ্বাসৰ পৰা কু-সংস্কাৰৰ পাৰ্থক্য কিদৰে নিৰূপণ কৰিবা? 


প্রশ্ন ৪: অস্পৃশ্যতা দূৰীকৰণৰ উদ্দেশ্যে ভাৰতীয় সাংবিধানিক ব্যৱস্থাসমূহ কোনধৰণৰ উল্লেখ কৰা।


প্রশ্ন ৫: অনুসূচীত জাতিয়ে সম্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ আলোচনা কৰা? 


প্রশ্ন ৬ঃ জাতি বৈষম্য দূৰ কৰাৰ বাবে গ্ৰহণ কৰা কেইখনমান পৰিকল্পিত আঁচনিৰ বিষয়ে আলোচনা কৰা?


প্রশ্ন ৭ঃ অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যাবোৰ চমুকৈ আলোচনা কৰা।


প্রশ্ন ৮: অন্যান্য পিছপৰা জাতি দলিতসকলৰ পৰা কিদৰে পৃথক কৰিবা।


প্রশ্ন ৯: অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নতিৰ হেতু চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ আলোচনা কৰা?


প্রশ্ন ১০ঃ ভাৰতৰ জনজাতিসকলৰ বিভিন্ন সমস্যাৰ কাৰণবোৰ বিশ্লেষণ কৰা।


প্রশ্ন ১১: অনুসূচীত জনজাতিৰ প্ৰধানসমূহ বৰ্ণনা কৰা।


প্রশ্ন ১২ঃ ধর্মীয় সংখ্যালঘুসকলে ভোগ কৰা বিভিন্ন সমস্যাসমূহ বর্ণনা কৰা।


প্রশ্ন ১৩: অনুসূচীত জাতিৰ উন্নয়নৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা আঁচনিবোৰৰ বিষয়ে উল্লেখ কৰা।


প্রশ্ন ১৪ : বর্তমান সময়ত ভাৰতত নাৰীৰ প্ৰস্থিতি পৰিৱৰ্তনৰ অন্তৰালত কি কি কাৰক জড়িত আছে উল্লেখ কৰা।


প্রশ্ন ১৫ : ভাৰতীয় নাৰীয়ে সম্মুখীন হৈ থকা বিভিন্ন সমস্যাসমূহ আলোচনা কৰা। 


প্রশ্ন ১৬: ব্যক্তিৰ বৈষম্য আৰু সামাজিক বৈষম্যৰ পাৰ্থক্য কি কি?


প্রশ্ন ১৭: বর্তমান জাতি আৰু অর্থনৈতিক বৈষম্যৰ মাজত থকা সম্বন্ধৰ সম্পৰ্কে চমুকৈ লিখা।


প্রশ্ন ১৮ : ভাৰতীয় নাৰীৰ প্ৰস্থিতিৰ কিদৰে পৰিবৰ্তন হৈছিল তাৰ বিষয়ে চমুদ্ধৈ অৰ্ণনা কৰা।


প্রশ্ন ১৯ : ভাৰতীয় সংবিধানে ধর্মীয় সংখ্যালঘুসকলৰ স্বাৰ্থৰ সুৰক্ষাৰ হেতু কি কি ধৰণৰ সংবিধানিক ব্যাখ্যা লৈছে তাকে চমুকৈ আলোচনা কৰা।


প্রশ্ন ২০ঃ ভাৰতীয় সংবিধানৰ অধীনত থকা মহিলাসকলৰ অধিকাৰসমূহ আলোচনা কৰা।





(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)

Paid Answer Link (Membership User)

Type: Pompi Hazarika