AHSEC Class 12 Sociology

দ্বিতীয় খণ্ড

Chapter  7

সংৰচনাত্মক পৰিৱৰ্তন



১। অতি চমু প্রশ্নোত্তৰঃ


(ক) খালী ঠাই পূৰ কৰা:


প্রশ্ন ১ঃ সামাজিক                      স্থায়ী পদ্ধতিটোৱেই হৈছে সামাজিক প্রক্রিয়া।


প্রশ্ন ২ঃ                       সংৰক্ষণ ব্ৰিটিছসকলৰ অন্যতম সংযোজন। 


প্রশ্ন ৩ঃ নগৰ অঞ্চলত নাৰী               পুৰুষৰ সৈতে সমান।


প্রশ্ন ৪: প্রযুক্তিবিদ্যাই সমাজত                     মাত্রা বৃদ্ধি কৰে।


প্রশ্ন ৫ঃ নগৰীয়া লোকৰ                   সহিষ্ণুতা বেছি।


প্রশ্ন ৬ঃ নগৰীয়া লোকসকল সাধাৰণতে                   


প্রশ্ন ৭: অসমৰ দুলীয়াজান এখন                  প্রধান নগৰ।


প্রশ্ন ৮ঃ ব্রিটিছৰ উদ্যোগ নীতিৰ মূল আধাৰ আছিল                 ব্যৱস্থা। 


প্রশ্ন ৯:                    খ্রীষ্টাব্দত 'বেংক অৱ হিন্দুস্তান' প্রতিষ্ঠিত হয়।


প্রশ্ন ১০:                          বাবে কোনো এটা অঞ্চলত নগৰীকৰণ সম্ভব।



২। শুদ্ধ-অশুদ্ধ বাছি উলিওৱা:


প্রশ্ন ১ঃ প্ৰথম অৱস্থাত ইউৰোপৰ বহুদেশেই উপনিৱেশ স্থাপনৰ সমৰ্থক নাছিল।


প্রশ্ন ২ঃ ১৮৪৫ চনত লর্ড ডেলহাউচিয়ে 'গড়কাপ্টানী' বিভাগ গঠন কৰে।


প্রশ্ন ৩ঃ ১৮৫৩ চনত বোম্বাই আৰু থানা চহৰৰ মাজত প্রথম বেল চলাচল আৰম্ভ হয়।


প্রশ্ন ৪: নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম।


প্রশ্ন ৫: উদ্যোগীকৰণৰ ফলত নগৰ আৰু নগৰবাসীৰ সংস্যা বৃদ্ধি হয়।


প্রশ্ন ৬ঃ আধুনিকীকৰণৰ লগত পাশ্চাত্যকৰণ বা সংস্কৃতিকৰণৰ সম্পৰ্ক আছে।


প্রশ্ন ৭ঃ সমাজৰ প্ৰাথমিক গোটটো হৈছে পৰিয়াল।


প্রশ্ন ৮ঃ ১৮শ শতিকাত ইংলেণ্ডৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ নগৰবাসী আছিল। 


প্রশ্ন ৯: ১৯৫০ চনৰ মাৰ্চত ভাৰত চৰকাৰে পৰিকল্পনা আয়োগ গঠন কৰে। 


প্রশ্ন ১০ঃ পুঁজিবাদী ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্যটো হৈছে পুঁজিবাদৰ গতিশীলতা বা প্ৰসাৰতা।



৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ


প্রশ্ন ১: কোন চনত গ্ৰেণ্ড ট্রাংক নামৰ কলিকতা দিল্লী সংযোগী পথৰ নিৰ্মাণ কৰা হৈছিল।


(ক) ১৮০৮ চনত


(খ) ১৮০৯ চনত


(গ) ১৮১০ চনত


(ঘ) ১৮১১ চনত।


প্রশ্ন ২ঃ কাৰ দিনত কলিকতা আৰু মাদ্রাজতো ৰেলপথৰ আৰম্ভণি হয়-


 (ক) ডেল হাউচিৰ দিনত


(খ) ৰবাট ক্ৰচেৰ দিনত


(গ) চাচিলৰ দিনত


(ঘ) উক্ত এটাও নহয়।


প্রশ্ন ৩ঃ কোন চনত ভাৰতত চাহ উদ্যোগ আৰম্ভ হৈছিল-


(ক) ১৮৫০ চনত


(খ) ১৮৫১ চনত


(গ) ১৮৫২ চনত


(ঘ) ১৮৫৩ চনত।


প্রশ্ন ৪: অসমৰ কোন ঠাইৰ পৰা ইংৰাজে চাহ গছৰ সম্ভেদ পায়-


(ক) গড়গাঁৱৰ ছিংফৌ গামৰ পৰা।


(খ) শিৱসাগৰৰ সোনাইৰ পৰা।


(গ) ডিব্ৰুগড়ৰ চাইকিটিংৰ পৰা।


(ঘ) শদিয়াৰ পৰা।


প্রশ্ন ৫: কোনজন ইংৰাজে চীন দেশৰ পৰা মানুহ আনি অসমত চাহ প্রস্তুত কৰে। 


(ক) ডেল হাউচি


(খ) ৰবাৰ্ট ব্ৰুচে


(গ) গর্ডন চাহাবে


(ঘ) চার্চিলে।



৪। চমু প্রশ্নোত্তৰ:


প্রশ্ন ১: এল-ঊনউইজ আৰু এইচ বুকাৰে সামাজিক প্ৰক্ৰিয়াবোৰক কেইটা ভাগত ভাগ কৰিছে?


প্রশ্ন ২: মহাতপ চান্দ আৰু স্বৰূপ চান্দক কোনে হত্যা কৰোৱাইছিল?


প্রশ্ন ৩ঃ প্ৰথম শ্ৰেণীৰ নগৰ এখনৰ জনসংখ্যা কিমান থাকিব লাগে?


প্রশ্ন ৪: ভাৰতৰ দুখন বাণিজ্যিক নগৰৰ নাম লিখা।


প্রশ্ন ৫: ভাৰতৰ দুখন প্রশাসনিক নগৰৰ নাম লিখা।


প্রশ্ন ৬: অসমৰ এখন ঔদ্যোগিক নগৰৰ নাম লিখা।


প্রশ্ন ৭ঃ সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকাক কি দুটা মূল ভাগত ভগাব পাৰি?


প্রশ্ন ৮ঃ উদ্যোগীকৰণৰ প্ৰাৰম্ভিক স্তৰ কি?


প্রশ্ন ৯: প্রযুক্তিবিদ্যা কি? 


প্রশ্ন ১০: শিক্ষা কেন্দ্ৰৰ ভিত্তিত গঢ়ি উঠা ভাৰতৰ দুখন নগৰৰ নাম লিখা।


প্রশ্ন ১১ : পবিত্র ধর্মীয় স্থানক কেন্দ্ৰ কৰি গঢ়ি উঠা ভাৰতৰ দুখন নগৰৰ নাম লিখা।



৫। ৰচনাধর্মী প্রশ্নোত্তৰ :


প্রশ্ন ১: ভাৰতীয় সংৰচনাত ঔপনিৱেশিক শাসনে কিদৰে পৰিৱৰ্তন আনিছিল তাক বর্ণনা কৰা।


প্রশ্ন ২ঃ ভাৰতীয় উদ্যোগীকৰণৰ প্ৰভাৱৰ বিষয়ে বর্ণনা কৰা।


প্রশ্ন ৩ঃ ভাৰতত ঔপনিবেশিক কালত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা কেনেকুৱা আছিল বর্ণনা কৰা।


প্রশ্ন ৪: ভাৰতত নগৰীকৰণ কিদৰে হৈছিল চমুকৈ আলোচনা কৰা।


প্রশ্ন ৫: নগৰীকৰণ প্ৰক্ৰিয়াই প্রভাৱ পেলোৱা বিভিন্ন উপাদানসমূহৰ সম্পর্কে আলোচনা কৰা।


প্রশ্ন ৬: ভাৰতৰ চাহ উদ্যোগ সম্পর্কে বর্ণনা কৰা?


প্রশ্ন ৭ঃ ভাৰতীয় সমাজৰ পৰিবৰ্তনৰ ক্ষেত্ৰত নগৰীকৰণ প্ৰক্ৰিয়াই কিদৰে ভূমিকা লৈছিল।


প্রশ্ন ৮: ভাৰতীয় জাতি প্ৰথাৰ ওপৰত নগৰীকৰণ প্ৰক্ৰিয়াই কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল।


প্রশ্ন ৯ঃ ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাত উদ্যোগীকৰণে কিদৰে পৰিৱৰ্তন আনিছে?


প্রশ্ন ১০ঃ উদ্যোগীক সমাজৰ বিভিন্ন চৰিত্ৰসমূহ উল্লেখ কৰা।


প্রশ্ন ১১ঃ উদ্যোগীকৰণ আৰু নগৰীকৰণৰ মাজত থকা সম্বন্ধ উল্লেখ কৰা।


প্রশ্ন ১২ঃ আধুনিক আৰু পৰম্পৰাগত সমাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।




(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)

Paid Answer Link (Membership User)

Type: Pompi Hazarika