AHSEC Class 12 Sociology
দ্বিতীয় খণ্ড
Chapter 9
গ্ৰাম্য সমাcxnlsজৰ পৰিৱৰ্তন আৰু উন্নয়ন
১। অতি চমু প্রশ্নোত্তৰঃ
(ক) খালী ঠাই পূৰ কৰা:
প্রশ্ন ১: চনত ভূ-দান আন্দোলন আৰম্ভ হৈছিল।
প্রশ্ন ২ঃ যে ভূ-দান আন্দোলন আৰম্ভ কৰিছিল।
প্রশ্ন ৩ঃ ৰাজ্যত নিজস্ব জনপ্রিয় চৰকাৰ গঠন হোৱাৰ লগে লগে প্রথা বিলুপ্ত হয়।
প্রশ্ন ৪: ব্যৱস্থা অনুসৰি এজন ব্যক্তিয়ে এক নিৰ্দিষ্ট পৰিমাণৰ মাটিৰহে গৰাকী হ'ব পাৰিব।
প্রশ্ন ৫: মাটিৰ প্ৰক্ৰিয়াৰ দ্বাৰা কৃষকসকলৰ অত ত'ত সিঁচৰিত হৈ থকা মাটিসমূহ একগোট কৰি দিয়া হয়।
প্রশ্ন ৬: ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ কৰা হয় চনত।
প্রশ্ন ৭ঃ গোলকীকৰণ শব্দটো প্রথম উদ্ভাৱন হৈছিল চনত।
প্রশ্ন ৮: ব্ৰিটিছৰ ঔপনিৱেশিক দেশসমূহৰ পৰা ব্ৰিটিছসকলৰ সম্পদ নির্গমন আৰু আগমন
নীতিয়েই ৰ আৰম্ভণি।
প্রশ্ন ৯ঃ গোলকীকৰণৰ ফলত বিভিন্ন ধৰণৰ দ্ৰব্যৰ উৎপাদন । পালে (বৃদ্ধি/হ্রাস)।
প্রশ্ন ১০: অসমৰ মিচিংসকলৰ উৎসৱ আলি-আয়ে-লৃগাং ৰ লগত জড়িত।
২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ
প্রশ্ন ১: ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ ১৯৯১ চনৰ পৰা আৰম্ভ হয়।
প্রশ্ন ২ঃ ১৯৯১ চনত ভাৰতৰ প্রধানমন্ত্রী আছিল ড' মনমোহন সিং।
প্রশ্ন ৩ঃ সেউজ বিপ্লৱৰ ফলত আমাৰ দেশৰ কৃষি উৎপাদনৰ উন্নতি হৈছে।
প্রশ্ন ৪: আমাৰ দেশত সেউজ বিপ্লৱ সম্পূর্ণৰূপে সফল হৈছে।
প্রশ্ন ৫ঃ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ সূচনা ড° মনমোহন সিঙে কৰিছিল।
প্রশ্ন ৬ঃ গোলকীকৰণে বিদেশী মুদ্রাৰ মুক্ত প্ৰৱাহত বাধা প্রদান কৰিছে।
প্রশ্ন ৭ঃ গোলকীকৰণৰ ফলত বহুজাতিক কোম্পানীবোৰে সমগ্ৰ বিশ্বতে কাৰখানা স্থাপন কৰিলে।
প্রশ্ন ৮ঃ আন্তর্জাতিক বজাৰে দুখীয়াসকলক অধিক দুখীয়া কৰিছে।
৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্রশ্ন ১: ভূমি সংস্কাৰৰ দ্বাৰা তলৰ কোনটো কৰা নহয়-
(ক) চৰকাৰী ভূমিৰ পুনৰ বিতৰণ।
(খ) ভূমিৰ মালিকীস্বত্ব শক্তিশালী কৰে।
(গ) মাটিৰ ক্ষতিপূৰণ দিয়া হয়।
(ঘ) জমিদাৰী প্ৰথাটো শক্তিশালী কৰে।
প্রশ্ন ২ঃ ভাৰতত প্রকৃত ভূমি সংস্কাৰ আৰম্ভ হয়-
(ক) স্বাধীনতাৰ পূর্বে।
(খ) স্বাধীনতাৰ পৰৱৰ্তী সময়ত।
(গ) ২০০০ চনৰ পৰৱৰ্তী সময়ত।
প্রশ্ন ৩ঃ তলৰ কোনটো ভূমি সংস্কাৰৰ ফল নহয়-
(ক) জমিদাৰী পদ্ধতি বিলুপ্ত।
(খ) কৃষকসকলে ভূমি ৰাজহৰ সকাহ।
(গ) কৃষকৰ মাটি বন্ধকত দিয়া কার্য বৃদ্ধি।
(ঘ) মাটিৰ চিলিং ব্যৱস্থা আৰোপ।
প্রশ্ন ৪: তলৰ কোনটো সেউজ বিপ্লৱৰ ফল নহয়-
(ক) কৃষি উৎপাদন বৃদ্ধি।
(খ) খাদ্যৰ ক্ষেত্ৰত দেশ স্বাৱলম্বী।
(গ) ভাৰত আৰু ৰাজ্যিক চৰকাৰে কৃষি সম্পৰ্কীয় কাৰ্যসূচী প্রত্যাহাৰ।
(ঘ) কৃষি ক্ষেত্রত উন্নত কৌশল প্রয়োগ।
প্রশ্ন ৫: বিনোৱাভাৱে কাৰ শিষ্য আছিল-
(ক) মহাত্মা গান্ধীৰ।
(খ) জৱাহৰলাল নেহৰুৰ।
(গ) মাদাৰ টেৰেছাৰ।
(ঘ) ৰাজেন্দ্ৰ প্ৰসাদৰ।
প্রশ্ন ৬: গোলকীকৰণে অর্থনীতিত ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ-
(ক) ঘটায়
(খ) নঘটায়
(গ) কোনো প্রভাব
(ঘ) নেপেলায়
প্রশ্ন ৭: গোলকীকৰণে সমাজত ধনী-দুখীয়াৰ পাৰ্থক্য-
(ক) বৃদ্ধি কৰে
(খ) হ্রাস কৰে
(গ) একে ৰাখে।
প্রশ্ন ৮ঃ গোলকীকৰণৰ ফলত প্রাকৃতিক ভাৰসাম্য-
(ক) বৃদ্ধি হৈছে
(খ) একো প্রভাৱ পেলোৱা নাই
(গ) বিনষ্ট কৰিছে।
৪। চমু প্রশ্নোত্তৰ:
প্রশ্ন ১: ভূমি সংস্কাৰ বুলিলে কি বুজা?
প্রশ্ন ২: চিলিং ব্যৱস্থা কি?
প্রশ্ন ৩ঃ সেউজ বিপ্লব কি?
প্রশ্ন ৪: ক্ৰমবিকাশৰ দিশৰ পৰা ভাৰতৰ অৰ্থনীতিক কেইটা আৰু কি কি ভাগত ভগাব পাৰি?
প্রশ্ন ৫ : ভাৰতবৰ্ষত অর্থনৈতিক উদাৰীকৰণ বুলিলে কি বুজা?
প্রশ্ন ৬ঃ গোলকীকৰণ বুলিলে কি বুজা?
প্রশ্ন ৭ঃ গ্রাম্য অৰ্থনীতিৰ মূল ভিত্তি কি?
প্রশ্ন ৮ঃ কিমান চনৰ পৰা ভাৰতত সেউজ বিপ্লৱৰ সুচনা হয়?
প্রশ্ন ৯: শ্ৰেণী ব্যৱস্থাৰ পৃষ্ঠপোষক কোন?
প্রশ্ন ১০: ইন্টাৰনেট বুলিলে কি বুজা?
প্রশ্ন ১১: ভাৰতীয় 'জাতি' শব্দটো কোনটো সংস্কৃত শব্দৰ পৰা আহিছে? শব্দটোৰ অর্থ কি?
প্রশ্ন ১২: 'Division of Labour' গ্রন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
প্রশ্ন ১৩ঃ শ্ৰমিকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়?
প্রশ্ন ১৪: জ্ঞান অর্থনীতি বা knowledge economy বুলিলে কি বুজা?
৫। ৰচনাধর্মী প্রশ্নোত্তৰ:
প্রশ্ন ১ঃ স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰতৰ ভূমি সংস্কাৰৰ হেতু গ্ৰহণ কৰা ব্যৱস্থাসমূহ আলোচনা কৰা।
প্রশ্ন ২ঃ স্বাধীনতাৰ পূৰ্বতে ভাৰতৰ ভূমি সংস্কাৰ সম্পর্কে লিখা।
প্রশ্ন ৩ঃ সেউজ বিপ্লৱৰ বিভিন্ন কাৰণসমূহ উল্লেখ কৰা।
প্রশ্ন ৪: ভাৰতীয় সমাজৰ শ্ৰেণী সংৰচনাৰ পৰিৱৰ্তনৰ বেলিকা অর্থনৈতিক পৰিৱৰ্তনৰ ভূমিকা কেনে ধৰণৰ?
প্রশ্ন ৫: গোলকীকৰণে ভাৰতীয় সমাজত কি কি পৰিৱৰ্তন ঘটাইছে বুলি তুমি ভাবা।
প্রশ্ন ৬: গণ মাধ্যমে সমাজৰ পৰিৱৰ্তনত কিদৰে ইন্ধন যোগায়।
প্রশ্ন ৭: গোলকীকৰণ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
প্রশ্ন ৮: গোলকীকৰণে সমাজৰ ওপৰত পেলোৱা সু-প্ৰভাৱসমূহ কি কি?
প্রশ্ন ৯: গোলকীকৰণে সমাজত পেলোৱা বিভিন্ন কু-প্রভাৱবোৰ কি কি?
(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)
Paid Answer Link (Membership User)