AHSEC Class 12 Sociology


Chapter 2

ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি 

১। অতি চমু প্রশ্নোত্তৰ :

(ক) খালী ঠাই পূৰ কৰা:

প্রশ্ন ১ঃ জনসাংখ্যিক অথবা জনসংখ্যা বিজ্ঞান শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল_______।

প্রশ্ন ২ঃ বৰ্তমান ভাৰতত___________ খন নগৰ আছে।

প্রশ্ন ৩ঃ _________দেশৰ সৰ্বাংগীন উন্নয়নৰ মাপকাঠী।

প্রশ্ন ৪: পাচীসকল_________ শ্ৰেণীৰ লোক।

প্রশ্ন ৫ : ভাৰতৰ জনসংখ্যা ২০১১ চনৰ লোকগণনা অনুসৰি আছিল কোটি_______।

২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা :

প্রশ্ন ১: দুর্ভিক্ষ আৰু মহামাৰীৰ দৰে বেমাৰৰ প্ৰতিৰোধ ব্যৱস্থাৰ উন্নতিৰ ১৯২১ চনৰ পিছত ভাৰতত মৃত্যুৰ সংখ্যা কমি যায়।

প্রশ্ন ২: মালথাছৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ উপায়বোৰতকৈ জনসংখ্যাৰ বৃদ্ধি অধিক খৰতীয়া গতিৰে আগবাঢ়ে।

প্রশ্ন ৩ঃ মালথাছৰ  মতে জনসংখ্যা বৃদ্ধিয়েই দুর্ভিক্ষৰ প্ৰধান কাৰণ নহয়।

প্রশ্ন ৪ : ভাৰতে ১৯৪৭ চনৰ পৰা জনসংখ্যা নীতি মানি আহিছে।

প্রশ্ন ৫: শিশুৰ লিংগ অনুপাত বুলি ক'লে ০-৬ বছৰ বয়সৰ শিশুসকলৰ লিংগ অনুপাতকে বুজা যায়।

প্রশ্ন ৬: ভাৰত এখন গ্রাম্য প্রধান দেশ। 

প্রশ্ন ৭: নাৰী সামাজিক প্ৰস্থিতিৰ ক্ষেত্ৰত গাও আৰু নগৰৰ মাজত কোনো পার্থক্য দেখা নাযায়।

প্রশ্ন ৮: জনসাংখ্যিক বিজ্ঞানৰ এটা অন্যতম সিদ্ধান্ত হৈছে সংক্রমণ সিদ্ধান্ত।

প্রশ্ন ৯ : ভাৰতৰ কেৰেলা আৰু তামিলনাডু জনসংখ্যা বৃদ্ধিৰ প্ৰতিষ্ঠাপন স্তৰত আছে।

প্রশ্ন ১০ : শিক্ষাৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰা ৰাজ্যসমূহত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।

৩। তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :

প্রশ্ন ১: 'Essay on Population' নামৰ গ্ৰন্থখনৰ ৰচক হ'ল-

(ক) থমাছ ৰবাৰ্ট মালথাচ

(খ) ফ্রেংকলিন ৰুছভেল্ট

(গ) ইমাইল ডুৰখেইম

(ঘ) এম. এন. শ্রীনিবাস।

প্রশ্ন ২ : ভাৰতত নিয়মিতভাৱে দহ বছৰীয়া লোকপিয়ল আৰম্ভ কৰা হৈছে-

(ক) ১৯০১ চনৰ পৰা

(খ) ১৯৫১ চনৰ পৰা

(গ) ১৮৯১ চনৰ পৰা

(ঘ) ১৮৮১ চনৰ পৰা।

প্রশ্ন ৩: তলৰ কোনোটো সংখ্যক জনসংখ্যাৰ বিপৰীতে এটা অঞ্চলৰ জীবিত জন্মৰ সংখ্যাক সেই অঞ্চলৰ জন্ম হাৰ বুলি জনা যায়।

(ক) ১০০ জনসংখ্যাৰ

(খ) ৫০০ জনসংখ্যাৰ

(গ) ১০০০ জনসংখ্যাৰ

(ঘ) ১০,০০০ জনসংখ্যাৰ

প্রশ্ন ৪: জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ব্যৱধান যেতিয়া শূন্য হয় অথবা অতি সামান্য হয় তাক কি বোলা হয়-

(ক) জনসংখ্যাৰ সুস্থিৰ

(খ) জনসংখ্যা বৃদ্ধিৰ প্ৰতিষ্ঠাপন স্তৰ

(গ) জনসাংখ্যিক অৱধাৰণা হাৰ

(ঘ) জনসাংখ্যিক লাভাংশ

প্রশ্ন ৫ : গ্রাম্য সমাজত প্রাধান্যতা থকা পৰিয়ালটো কি?

(ক) একক পৰিয়াল

(খ) যৌথ পৰিয়াল

(গ) উক্ত এটাও নহয়।

প্রশ্ন ৬: কেচুৱা কালত কন্যা সন্তানবোৰৰ যিকোনো ৰোগ ব্যাধি প্রতিৰোধ কৰিব পৰা ক্ষমতা ল'ৰা সন্তানতকৈ-

(ক) বেছি

(খ) কম

(গ) অতি কম

প্রশ্ন ৭ : ভাৰতত সংহাৰী ৰূপত জ্বৰ মহামাৰী দেখা দিছিল-

(ক) ১৯১৭ চনত

(খ) ১৯১৮-১৯ চনত

(গ) ১৯১৫-১৬ চনত

(ঘ) ১৯১৬-১৭ চনত।

প্রশ্ন ৮ঃ ২০১১ চনৰ লোকগণনা অনুসৰি বৰ্তমান ভাৰতৰ জনসংখ্যা হ'ল

(ক) ১.২০০ কোটি

(খ) ১,২০৫ কোটি

(গ) ১.২১০ কোটি

(ঘ) ১.২০৯ কোটি

প্রশ্ন ৯ : ভাৰতবৰ্ষই পৃথিৱীৰ ভূ-ভাগ আগুৰি আছে-

(ক) ২.১ শতাংশ

(খ) ২.৩ শতাংশ

(গ) ২.৪ শতাংশ

(ঘ) ২.৫ শতাংশ।

প্রশ্ন ১০ : ২০০১ চনৰ লোকগণনা অনুসৰি ভাৰতৰ গাঁৱত বাস কৰা লোকৰ সংখ্যা হ'ল-

(ক) ৭২.১ শতাংশ

(খ) ৭২.২ শতাংশ

(গ) ৭২.৩ শতাংশ

(ঘ) ৭২.৪ শতাংশ।

৪। চমু প্রশ্নোত্তৰ :

প্রশ্ন ১: জন্মৰ হাৰ কি?

প্রশ্ন ২ঃ মৃত্যুৰ হাৰ কি?

প্রশ্ন ৩: স্নোগ্রাম কি?

প্রশ্ন ৪ : জনসংখ্যা সুস্থিৰ বুলিলে কি বুজা?

প্রশ্ন ৫ : লিংগ অনুপাত বুলিলে কি বুজা?

প্রশ্ন ৬: নগৰীয়া সমাজ কি?

প্রশ্ন ৭: প্রজনন ক্ষমতা হাৰ বুলিলে তুমি কি বুজা? 

প্রশ্ন ৮:জনসংখ্যা বিজ্ঞানৰ সংজ্ঞা দিয়া। 

প্রশ্ন ৯: শিশুৰ মৃত্যুৰ হাৰ মানে কি বুজা?

প্রশ্ন ১০ : মাতৃৰ মৃত্যু হাৰ মানে কি বুজা?

প্রশ্ন ১১: প্রকাম্য জীৱন আয়ুস বুলিলে কি বুজা?

প্রশ্ন ১২ : প্রকাম্য জীৱন আয়ুস কেনেকৈ হিচাপ কৰা হয়?

প্রশ্ন ১৩ : নিজৰ অধিকাৰক সাব্যস্ত কৰিব নোৱাৰা বুলিলে তুমি কি বুজা'?

প্রশ্ন ১৪ : কেতিয়া আৰু কিহৰ ভিত্তিত ভাৰতে 'ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা' আঁচনি চৰকাৰীভাৱে গ্ৰহণ কৰে?

প্রশ্ন ১৫ : ভাৰতত মৃত্যুৰ সংখ্যা ১৯২১ চনৰ পিছৰ পৰা কমি যোৱাৰ মুখ্য কাৰণ কি?

৫। দীঘল প্রশ্নোত্তৰ:

প্রশ্ন ১: জন্ম-মৃত্যুৰ তথ্য জনোৱা বিভিন্ন কর্তৃপক্ষবোৰৰ নাম উল্লেখ কৰা।

প্রশ্ন ২ঃ এখন ৰাষ্ট্ৰৰ বাবে জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰৰ প্ৰয়োজনীয়ও কেনে ধৰণৰ?

প্রশ্ন ৩ : শ্রেণী সচেতনতা বুলিলে কি বুজা?

প্রশ্ন ৪: স্পেনিছ জ্বৰ কি?

প্রশ্ন ৫ : জনসাংখ্যিক বিজ্ঞানৰ বিষয়বস্তু সমূহ উল্লেখ কৰা।

প্রশ্ন ৬: জনসাংখ্যিক বিজ্ঞানৰ প্ৰধান অৱধাৰণা হাৰ আৰু অনুপাতৰ ব্যৱহাৰ কত ক'ত হয়।

প্রশ্ন ৭: জনসংখ্যা বিজ্ঞানৰ ভাগ কেইটা উল্লেখ কৰা?

প্রশ্ন ৮ : পৃথিৱীৰ অধিক সংখ্যক দেশতে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি কিয়?

প্রশ্ন ৯: জন্মৰ হাৰ লাহে লাহে হ্রাস আৰু মৃত্যুৰ হাৰ খৰতকীয়া কিয় হয়?

প্রশ্ন ১০ : পৰনিৰ্ভৰশীল অনুপাত কি?

প্রশ্ন ১১ : জনসংখ্যা বৃদ্ধিৰ প্ৰতিস্থাপন স্তৰ বুলিলে কি বুজা?

প্রশ্ন ১২ : পৰনিৰ্ভৰশীল অনুপাত কিদৰে নিৰ্ণয় কৰা হয়?

প্রশ্ন ১৩ : জনসংখ্যাতত্ত্ব কেই প্ৰকাৰৰ আৰু কি কি?

প্রশ্ন ১৪: কিয় মানুহে গ্রামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ গতি কৰে?

প্রশ্ন ১৫ : আনুষ্ঠানিক জনসংখ্যাতত্ত্ব বুলিলে কি বুজা?

প্রশ্ন ১৬: জনসাংখ্যিক অধ্যয়ন বা সামাজিক জনসংখ্যাতত্ত্ব কি?

প্রশ্ন ১৭ : মানুহৰ গড় আয়ুস হ্ৰাসৰ কাৰকবোৰ কি আছিল?

প্রশ্ন ১৮ : নগৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা।

প্রশ্ন ১৯ : ভাৰতৰ জনসাংখ্যিক নীতি (১৯৫২)ৰ দুটা মূল লক্ষ্য উল্লেখ কৰা।

৬। ৰচনাধর্মী প্রশ্নোত্তৰ :

প্রশ্ন ১ঃ আমাৰ দেশৰ লিংগৰ বৈষম্যতাৰ বিভিন্ন কাৰণসমূহ ব্যক্ত কৰা?

প্রশ্ন ২ঃ ভাৰতবৰ্ষৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

প্রশ্ন ৩ঃ মালথাছৰ জনসংখ্যা বৃদ্ধিৰ সূত্রটি বর্ণনা কৰা।

প্রশ্ন ৪: ভাৰতৰ ধৰ্মীয় জনসংখ্যাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 

প্রশ্ন ৫:ভাৰতৰ জনসাংখ্যিক গাঁথনি সম্পর্কে বর্ণনা কৰা।

প্রশ্ন ৬ঃ ভাৰতৰ শিক্ষিত লোকৰ জনসংখ্যাৰ সম্পৰ্কে উল্লেখ কৰা।

প্রশ্ন ৭ঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ সম্পৰ্কে বর্ণনা কৰা। 

প্রশ্ন ৮ঃ চমুটোকা লিখা:

(ক) প্রজাতীয় জনসংখ্যা:

(খ) জনসংখ্যাৰ বয়সৰ সংৰচনা:

(গ) শিশুৰ লিংগ অনুপাত:

(ঘ) নগৰীয়া সমাজত মহিলাৰ স্থান:

(ঙ) ভাৰতত লোক পিয়লৰ ইতিহাসঃ 

(চ) সমাজতত্ত্বক শক্তিশালী কৰাত জনসাংখ্যিক বিজ্ঞান:

(ছ) জনসাংখ্যিক সংক্ৰমণৰ সিদ্ধান্ত:

(জ) ঔপচাৰিক জনসাংখ্যিক বিজ্ঞান আৰু সামাজিক জনসাংখ্যিক বিজ্ঞানৰ পাৰ্থক্যঃ 


(উত্তৰবোৰ পাবলৈ Membership ল'ব লাগিব)


Paid Answer Link (Membership User) 

Type: Pompi Hazarika


New Update 2026