GU B.A & B.Sc 2nd Semester Humanities and Social Sciences | গণতন্ত্ৰৰ বিষয়ে আলোচনা পাঠটোৰ প্ৰশ্ন উত্তৰ |
গণতন্ত্ৰৰ বিষয়ে আলোচনা
► অতি চমু প্রশ্নোত্তৰঃ
১। আধুনিক বিশ্বত প্রত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটোক ক'ত দেখিবলৈ পোৱা যায়?
উত্তৰ: চুইজাৰলেণ্ডত।
২। গণতন্ত্র হ'ল এনে এক চৰকাৰ, যাক পাঁচ মিনিটৰ ভিতৰতে খণ্ড-বিখণ্ড কৰিব পাৰি'। -কোনে কৈছিল?
উত্তৰ: এইচ্ জি ওবেলছে।
৩। গণতন্ত্ৰৰ অৰ্থ কি?
উত্তৰ: গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল 'ৰাইজৰদ্বাৰা শাসন'।
৪। কোনে গণতন্ত্রক বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে?
উত্তৰ: জেম্ছ মিলে।
৫। গণতন্ত্ৰ ক'ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰ: গণতন্ত্র শব্দটো গ্রীক শব্দ ডেম'ছ (Demos), অর্থাৎ মানুহ (People) আৰু ক্রেটছ (Kratos), অর্থাৎ শাসনৰ (Rule) পৰা উদ্ভৱ হৈছে।
৬। জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত?
উত্তৰ: মার্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে জড়িত।
৭। গণতন্ত্ৰৰ ব্যুৎপত্তিগত শব্দ দুটা কি কি?
উত্তৰ: (ক) ডেম'ছ আৰু (খ) ক্রেটছ।
৮। গণতন্ত্রক আটাইতকৈ জ্ঞানী (wisest) আৰু আটাইতকৈ ভাল (best) বুলি কোনে কৈছে?
উত্তৰ: লিপচনে।
৯। 'সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ সাধনৰ বাবে গণতন্ত্ৰৰ দৰে আন কোনো শাসন ব্যৱস্থা আজিলৈকে আবিষ্কাৰ হোৱা নাই।'- কথাষাৰ কাৰ?
উত্তৰ: ডি টকোভেলীৰ।
১০। গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা।
উত্তৰ: প্ৰফেছৰ চিলিৰ মতে, 'গণতন্ত্র হ'ল এনে এখন চৰকাৰ য'ত সকলো ব্যক্তিৰ এক অংশ থাকে।'
১১। 'গণতন্ত্র হ'ল অজ্ঞ আৰু অক্ষম লোকৰদ্বাৰা গঠিত চৰকাৰ।' উক্তিটো কাৰ?
উত্তৰ: উইলিব।
১২। নির্বাচন কি?
উত্তৰ: নির্বাচন ব্যবস্থাই হৈছে সাম্প্রতিককালৰ গণতন্ত্ৰৰ ভেটি। অর্থাৎ গণতান্ত্রিক শাসনৰ একমাত্ৰ আধাৰ হ'ল নির্বাচন।
১৩। কোনবিধ চৰকাৰক 'ধীৰ গতিত কথা পতা অনুষ্ঠান' আৰু 'কথা পতা দোকান' বুলি সমালোচনা কৰা হয়?
উত্তৰ: গণতান্ত্ৰিক চৰকাৰক।
১৪। প্রাক্ নির্বাচনী মিত্রতা কি?
উত্তৰ: নিৰ্বাচনৰ আগতে ৰাজনৈতিক দলবোৰৰ মাজত হোৱা মিত্রতাক প্রাক্ মিত্রতা বুলি কোৱা হয়।
১৫। প্রতিনিধিত্বমূলক গণতন্ত্র বাটকটীয়া বুলি কাক কোৱা হয়?
উত্তৰ: হেল্ড লাস্কিক।
১৬। নির্বাচনোত্তৰ মিত্ৰতা কি?
১৭। গণতান্ত্রিক দেশ আৰু অগণতান্ত্রিক দেশ কি?
১৮। নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা বুলিলে কি বুজা?
১৯। ইংলেণ্ডত প্রতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি কাক কোৱা হয়?
২০। জনগণৰ গণতন্ত্ৰৰ (Peoples Democracy) ধাৰণাটো গণতন্ত্র সম্পর্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত?
২১। এটা নতুন অধিকাৰৰ নাম উল্লেখ কৰা।
২২। অর্থনৈতিক বিকাশত গণতন্ত্ৰৰ এটা গুৰুত্ব উল্লেখ কৰা।
২৩। এটা সার্বজনীন অধিকাৰৰ নাম উল্লেখ কৰা।
২৪। মুক্তভাবে নির্বাচিত চৰকাৰ থকাটো কিয় ইমান প্রয়োজনীয়?
২৫। এগৰাকী প্ৰতিনিধিৰ মূল কাৰ্য দুটা কি কি?
২৬। সমানুপাতিক প্রতিনিধিত্বমূলক পদ্ধতি কি?
২৭। সমানুপাতিক প্রতিনিধিত্বমূলক পদ্ধতি দুবিধ উল্লেখ কৰা।
২৮। প্রত্যক্ষ গণতন্ত্ৰৰ দুটা আহিলাৰ নাম লিখা।
২৯। গণতন্ত্র আৰু অৰ্থনৈতিক বিকাশৰ সম্বন্ধৰ সপক্ষে এটা যুক্তি দাঙি ধৰা।
৩০। অধিকাৰ মানে কি?
৩১। কেতিয়া ৰাষ্ট্ৰসংঘই সার্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিল?
৩২। অধিকাৰ কাক বোলে?
৩৩। অধিকাৰ দাবী কৰাৰ এটা কাৰণ উল্লেখ কৰা।
৩৪। অধিকাৰৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
৩৫। গণতন্ত্ৰত অধিকাৰৰ অৰ্থ কি?
৩৬। গণতন্ত্রত আমাক কিয় অধিকাৰৰ প্ৰয়োজন?
৩৭। অধিকাৰ কিয় গুৰুত্বপূর্ণ?
৩৮। প্রাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষক বুলি কাক কোৱা হয়?
৩৯। কেতিয়া ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিল?
৪০। অধিকাৰক কেইটা ভাগত ভাগ কৰা হৈছে?
৪১। অর্থনৈতিক অধিকাৰ কাক বোলে?
৪২। লাস্কিৰ মতে অর্থনৈতিক অধিকাৰ কাক বোলে?
৪৩। প্রাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ ক'ৰপৰা উৎপত্তি হয়?
৪৪। ৰাজনৈতিক অধিকাৰ কি?
৪৫। ৰাজনৈতিক অধিকাৰক কেইটা ভাগত ভাগ কৰা হৈছে?
৪৬। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ কেতিয়া ঘোষণা কৰা হয়?
৪৭। মানৱ অধিকাৰক কিদৰে সুৰক্ষিত কৰিব পাৰি?
৪৮। অর্থনৈতিক অধিকাৰক কেইভাগত ভগোৱা হৈছে?.
৪৯। দুটা সার্বজনীন অধিকাৰ উল্লেখ কৰা।
৫০। ব্যক্তিগত অধিকাৰটিক আন কি নামেৰে জনা যায়?
৫১। শিক্ষাৰ অধিকাৰ কাক বোলে?
৫২। আমাৰ দেশত অধিকাৰবোৰক কি নামেৰে জনা যায়?
৫৩। হব্হাউছৰ মতে অধিকাৰ কি?
৫৪। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্র কোনে ঘোষণা কৰে?
৫৫। দ্বিতীয় প্ৰজন্মৰ অন্তৰ্গত অধিকাৰসমূহ কি কি?
৫৬। ব্যক্তিগত বা পৌৰ অধিকাৰ কাক বোলে?
৫৭। প্রথম প্ৰজন্মৰ অধিকাৰসমূহ কি কি?
৫৮। অধ্যাপক লাস্কিৰ অধিকাৰ কাক বোলে?
৫৯। গ্ৰীণৰ মতে অধিকাৰ কাক বোলে?
৬০। তৃতীয় প্ৰজন্মৰ অন্তৰ্গত অধিকাৰসমূহ কি কি?
৬১। গণতন্ত্রত মতানৈক্যৰ অৰ্থ কি?
৬২। মতানৈক্যৰ মূল উৎস শব্দ কি?
৬৩। সংক্ষেপে মতানৈক্য কি?
৬৪। মতানৈক্যৰ নীতি কি?
৬৫। মতানৈক্যৰ ইতিবাচক দিশবোৰ কি কি?
৬৬। গণতন্ত্রত মতানৈক্য কিয় গুৰুত্বপূর্ণ?
৬৭। আইনত মতানৈক্যৰ ভূমিকা কি?
৬৮। চৰকাৰী মতানৈক্য কি?
৬৯।মতামত তথা মতানৈক্যৰ স্বাধীনতা বুলিলে কি বুজা?
৭০। মতানৈক্য কি আৰু ই কিয় গুৰুত্বপূর্ণ?
৭১। মতানৈক্যৰ উৎস কি কি?
৭২। মতানৈক্য আৰু আইনৰ মাজত পাৰ্থক্য কি?
৭৩। মতামত তথা মতামত প্রকাশ কেনেকৈ আইন প্রণয়নৰ এটা গুৰুত্বপূৰ্ণ উপাদান?
৭৪। আমাক কিয় গণতন্ত্ৰৰ প্ৰয়োজন?
৭৫। অন্য ধৰণৰ চৰকাৰতকৈ গণতন্ত্র কিয় ভাল?
৭৬। গণতন্ত্ৰৰ লক্ষ্য কি?
৭৭। গণতন্ত্র অবিহনে নির্বাচন অনুষ্ঠিত কৰিব পাৰিনে?
৭৮। মুক্তভাবে নির্বাচিত চৰকাৰ থকাটো কিয় ইমান প্রয়োজনীয়?
► চমু প্রশ্নোত্তৰ:
১। গণতন্ত্ৰৰ অৰ্থ ব্যাখ্যা কৰা।
২। গণতন্ত্ৰৰ সংজ্ঞা লিখা।
৩। প্রত্যক্ষ গণতন্ত্র কি?
৪। পৰোক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ বিষয়ে চমুকৈ লিখা।
৫। প্রতিনিধিত্বমূলক গণতন্ত্র কি?
৬। প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ গুৰুত্ব বিশ্লেষণ কৰা।
৭। নির্বাচন আৰু নির্বাচনী প্রক্রিয়া বুলিলে কি বুজায়?
৮। নির্বাচন কেই প্ৰকাৰৰ আৰু কি কি?
৯। পর্যালোচনামূলক গণতন্ত্ৰৰ গুণ আৰু দোষৰ লগতে ইয়াৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
১০। গণতন্ত্র নথকাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিনে?
১১। বহুসংখ্যক অগণতান্ত্রিক দেশতো কিয় কোনো কোনো ক্ষেত্রত নির্বাচন অনুষ্ঠিত
১২। ৰাজনৈতিক প্রতিনিধিত্বৰ উপাদানসমূহ কি কি?
১৩। সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি কি?
১৪। ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম আৰু আনুপাতিক পদ্ধতিৰ নিৰ্বাচনৰ মাজত তুলনা কৰা।
১৫। প্রক্রিয়াগত গণতন্ত্র (Procedural Democracy) বুলিলে কি বুজা?
১৬। পর্যালোচনামূলক (Deliberative) গণতন্ত্র কি?
১৭। অংশগ্রহী (Participation) আৰু প্রতিনিধিত্বমূলক (Representation) গণতন্ত্র কি?
১৮। জন ষ্টুৱার্ট মিলে প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ সংস্কাৰসমূহ কিদৰে আলোচনা কৰিছে লিখা।
১৯। গণতন্ত্ৰৰ চাৰিটা গুণ উল্লেখ কৰা।
২০। গণতন্ত্ৰৰ চাৰিটা দোষ উল্লেখ কৰা।
২১। প্রত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য লিখা।
২২। গণতন্ত্রক কিয় সর্বোৎকৃষ্ট চৰকাৰ বুলি কোৱা হয় ব্যাখ্যা কৰা।
২৩। গণতন্ত্র আৰু অর্থনৈতিক উন্নয়নৰ মাজত সম্পৰ্কৰ ব্যাখ্যা দাঙি ধৰা।
২৪। গণতন্ত্র অর্থনৈতিক উন্নয়নৰ বাবে উপযোগী হয়নে?
২৫। অধিকাৰ মানে কি? উদাহৰণ দিয়া।
২৬। অধিকাৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।
২৭। অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি?
২৮। গণতন্ত্ৰত মানুহৰ অধিকাৰৰ গুৰুত্ব কি?
২৯। কিহৰ ভিত্তিত কিছুমান অধিকাৰক সার্বজনীন প্রকৃতিৰ বুলি বিবেচনা কৰা হয়। দুটা সার্বজনীন অধিকাৰ চিহ্নিত কৰা।
৩০। 'মানৱ অধিকাৰ' বুলিলে কি বুজা যায়?
৩১। মানৱ অধিকাৰ নিৰাপত্তাৰ ধাৰণাটো কিদৰে গঢ় লৈ উঠিল?
৩২। মানৱ অধিকাৰৰ ধাৰণা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য নে?
৩৩। নৈতিক অধিকাৰ মানে কি বুজা?
৩৪। পৌৰ অধিকাৰ বা নাগৰিক অধিকাৰ মানে কি বুজা?
৩৫। প্রাকৃতিক অধিকাৰ মানে কি বুজা?
৩৬। আইনগত অধিকাৰ বুলিলে কি বুজা?
৩৭। ৰাজনৈতিক অধিকাৰ মানে কি বুজা
৩৮। দুবিধ পৌৰ অধিকাৰৰ নাম লিখা।
৩৯। অর্থনৈতিক অধিকাৰ মানে কি বুজা?
৪০। মৌলিক অধিকাৰ মানে কি বুজা?
৪১। বৰ্তমান পৰিস্থিতিত আমাৰ দেশত উত্থাপন হোৱা পাঁচবিধ অধিকাৰৰ নাম
৪২। মৌলিক অধিকাৰৰ আৱশ্যকতা সম্পর্কে লিখা।
৪৩। ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰত উল্লেখ থকা কেইটামান অধিকাৰৰ নাম লিখা।
৪৪। গণতন্ত্ৰ আৰু মতানৈক্যৰ অধিকাৰ কি?
৪৫। গণতান্ত্রিক দেশ ভাৰতত মতানৈক্য তথা মতামতৰ অধিকাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে লিখা।
৪৬। ভাৰতত মতানৈক্যৰ সাংবিধানিক মর্যাদা সম্বন্ধে লিখা।
৪৭। মতামত প্রকাশ বা মতানৈক্যৰ অধিকাৰৰ তাৎপর্য সম্বন্ধে চমুকৈ লিখা।
৪৮। মতানৈক্য অধিকাৰৰ প্ৰত্যাহ্বান সমূহ কি?
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। গণতন্ত্ৰৰ অৰ্থ কি? গণতন্ত্র শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
২। গণতন্ত্ৰৰ সংজ্ঞা দিয়া। গণতন্ত্ৰৰ গুণ আৰু দোষ আলোচনা কৰা।
৩। গণতন্ত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? গণতন্ত্ৰৰ এনে প্ৰকাৰসমূহৰ এটি চমু মূল্যায়ন আগবঢ়োৱা।
৪। প্রক্রিয়াত্মক গণতন্ত্র (Procedural Democracy)ৰ ধাৰণাটো আলোচনা কৰা আৰু ইয়াৰ মূল নীতিসমূহ লিখা।
৫। প্রক্রিয়াগত গণতন্ত্ৰৰ সমালোচনাত্মক মূল্যায়ন কৰা।
৬। পর্যালোচনাত্মক গণতন্ত্র (Deliberative Democracy) বুলিলে কি বুজা, আলোচনা কৰা।
৭। পর্যালোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি উল্লেখ কৰা।
৮। পর্যালোচনামূলক গণতন্ত্ৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
৯। পর্যালোচনামূলক গণতন্ত্ৰৰ গুণ আৰু দোষৰ লগতে ইয়াৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
১০। গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনীয় চৰ্তৰ ব্যাখ্যা আগবঢ়োৱা। গণতন্ত্ৰৰ গুণ আৰু দোষসমূহ উল্লেখ কৰা।
১১। গণতন্ত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? গণতন্ত্ৰৰ এনে প্ৰকাৰসমূহৰ এটি চমু মূল্যায়ন কৰা।
১২। উদাৰ গণতন্ত্ৰ আৰু সাম্যবাদী গণতন্ত্ৰৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।
১৩। কি পৰিস্থিতিত গণতন্ত্র অর্থনৈতিক বৃদ্ধিৰ সহায়ক হয়? উত্তৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।
১৪। অর্থনৈতিক বৃদ্ধিৰ সৈতে গণতন্ত্র খাপ খায়নে? এই উক্তিৰ সপক্ষে যুক্তি প্রদর্শন
১৫। 'গণতন্ত্র আৰু অর্থনৈতিক বৃদ্ধি পৰস্পৰৰ লগত খাপ নাখায়।'-এই উক্তিৰ সমর্থনত যুক্তি প্ৰদৰ্শন কৰা।
১৬। গণতন্ত্র আৰু অর্থনৈতিক বিকাশৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।
১৭। অধিকাৰৰ সংজ্ঞা দিয়া, ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু শ্রেণীবিভাগ সম্পর্কে আলোচনা কৰা।
১৬। গণতন্ত্র আৰু অর্থনৈতিক বিকাশৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।
১৭। অধিকাৰৰ সংজ্ঞা দিয়া, ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু শ্রেণীবিভাগ সম্পর্কে আলোচনা কৰা।
১৮। অধিকাৰ কি? ৰাজনৈতিক অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।
১৯। ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ সম্পৰ্কৰ বিষয়ে আলোচনা
২০। মৌলিক অধিকাৰ কি কি? ভাৰতীয় সংবিধানত সেইবোৰ কেনেকৈ সুৰক্ষিত কৰা হয়?
২১। এজন নাগৰিকে ভোগ কৰা পৌৰ অধিকাৰসমূহৰ বিষয়ে বহলাই আলোচনা কৰা।
২২। এজন নাগৰিকে ভোগ কৰা ৰাজনৈতিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা।
২৩। এজন নাগৰিকে ভোগ কৰা অৰ্থনৈতিক অধিকাৰসমূহৰ বিষয়ে আলোচনা
২৪। নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা।
(উত্তৰসমূহ পাবলৈ Membership ল'ব লাগিব)
Paid Answer Link (Membership User)