Chapter 13
আমাৰ ঘৰুৱা উৎপাদন
১। উত্তৰ লিখা-
(ক) বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্রৰ নাম।
উত্তৰ: পেঁপা আৰু গগণা
(খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্রীৰ নাম।
উত্তৰ: বাঁহৰ বেঞ্চ, বেতৰ খুৰ্চি
(গ) তাঁত-শালত ব্যবহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম।
উত্তৰ: জাকৈ, ঢাৰি, মুঢ়া, উথা
২। তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা-
(ক) শুৱালকুছি – তাঁতশিল্প
(খ) কাছাৰ – পানীজলীয়া মাছ ধৰা
(গ) নলবাৰী – ধান উৎপাদন
(ঘ) ঢকুৱাখনা – বাঁহ উৎপাদন
৩। তলত দিয়া সামগ্রীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা-
(ক) বিচনী -বতাহ খাবলৈ ব্যৱহাৰ কৰা হয়।
(খ) মুঢ়া - বহিবলৈ ব্যৱহাৰ কৰা হয়।
(গ) চালনী - ধান বা চাল চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) জাপি - ছাতিৰ সলনি ব্যৱহাৰ কৰা সঁজুলি
(ঙ) জাকৈ - মাছ মাৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি
(চ) উঘা - তাঁত শালত শিপিনী সকলে ব্যৱহাৰ কৰা সঁজুলি
৪। 'ক' অংশৰ সৈতে 'খ' অংশ আঁচ্ টানি মিলোবা-
উত্তৰ:
' ক' 'খ'
' ক' 'খ'
গগণা বাঁহৰ এবিধ বাদ্য
চেপা মাছ ধৰা এবিধ সঁজুলি
যুুঁৱলি খেতিৰ এবিধ সঁজুলি
জপা কাপোৰ-কানি ভৰাই খোৱা যতন
ডুলি ধান, মাহ আদি থোৱা যতন
ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন