Chapter 3 (part 1) -

পখিলা

১) কোৱা আৰু লিখা

পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে?

উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া।

২) পখিলা উৰে,  চৰাই উৰে আৰু কি কি প্ৰাণী উৰিব পাৰে।

উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া আদি এনে অনেক প্ৰাণী উৰিব পাৰে।

৩) পখিলাটোৰ ছবিখনত ৰং বোলাওঁ আহা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

৪) গোন্ধ থকা আৰু গোন্ধ নথকা ফুলৰ নাম তালিকাত লিখা।

উত্তৰঃ       গোন্ধ থকা ফুল          গোন্ধ নথকা ফুলৰ 

                        গোলাপ ফুল          জৱা ফুল

                        তগৰ ফুল          কাগজ ফুল

                        শেৱালি ফুল                                     অশোক ফুল        

                        নাৰ্জী ফুল                                         মুচন্দা ফুল

৫) কি কি আখৰ যোগ হৈছে লিখা

ম্ৰ  ৰ্ব  ল্য়  ৰ্জ  ণ্য়  ৰ্শ  দ্য়  ঘ্ৰ  ক্য়

ম্ৰ 一 ম + ৰ            ৰ্ব  一  ৰ +ব        ল্য়  一  ল + য়

ৰ্জ  一  ৰ+ জ        ণ্য়  一  ণ+ য়       ৰ্শ  一 ৰ + শ

দ্য়  一  দ + য়        ঘ্ৰ  一  ঘ + ৰ         ক্য়  一  ক + য়

৬) শেষৰ ধ্বনি মিলাই শব্দ লিখা।

উৰি   ফুৰি, ধৰি, কৰি, মৰি।

কৰে  一 নকৰে, মৰে, লৰে, হাতেৰে।

ক'লে 一 নকলে, অকলে, পিছলে, ল'লে।

গাওঁ 一  মৰিগাওঁ, বঙাইগাওঁ, নগাওঁ, যাওঁ।

৭) কাষৰ পৰা যুক্তাক্ষৰ আনি অৰ্থপূৰ্ন শব্দ গঠন কৰা।

                                                                                            ৰ্ব  ৰ্ক   ৰ্য  দ্য়  ণ্য়  ত্য়  দ্ৰ  গ্ৰ ম্ৰ  শ্ৰ

উত্তৰঃ ৰ্বত        অৰণ্য়           

         ৰ্ক           দ্ৰ 

         ত্য়          গ্ৰ

        পদ্য়           ম্ৰ

        সূৰ্য   শ্ৰ

৮) বাকচৰ পৰা একে অৰ্থৰ শব্দ বিচাৰি লিখা।                

উত্তৰঃ বৰ্ষ  দৰ্জা  তৰ্জু  দুৰ্ভিক্ষ  সৰ্প সুৱৰ্ণ   ভ্ৰমৰ

            দুৱাৰ 一 দৰ্জা

             বছৰ一 বৰ্ষ

             তুলাচনী 一 তুলনা কৰা

              আকাল一 অভাৱ

              সাপ一 সৰ্প

              ভোমোৰা 一 ভ্ৰমৰ

              সোণ 一 সুৱৰ্ণ      

৯) 'ৰ'ৰ সলনি ৰেফ যোগ কৰি তলৰ শব্দবোৰ লিখা

উত্তৰঃ হৰষ一 হৰ্ষ।

            বৰষ 一 বৰ্ষ ।

            গৰজন 一 গৰ্জন ।

            কৰম 一 কৰ্ম।

            ধৰম 一 ধৰ্ম।

            দুৰদিন 一 দুৰ্দিন।

           পৰবত 一 পৰ্বত ।

১০) বাকচত থকা 'ৰ' ৰ সলনি ~কাৰ বহুৱাই শব্দ পঢ়া আৰু লিখা।

উত্তৰঃ প + ৰ + ণা + ম = প্ৰণাম।

            হ + ৰ  + দ =  হ্ৰদ।

            প + ত + ৰ = পত্ৰ।

            ন + ম + ৰ = নম্ৰ।

            ভ + দ + ৰ = ভদ্ৰ।

            গ + ৰ + হ = গ্ৰহ।

            শ + ৰ + ম = শ্ৰম।

১১) গছজোপাত কি কি দেখিছা লিখা।

উত্তৰঃ এইটো তোমালোকে নিজে ছবিৰ সহায়ত লিখিবলৈ যত্ন কৰিবা।

১২) বাক্য় সাজা

পখিলা 一     পখিলা দেখিবলৈ ধুনীয়া।

বাগিচা一     বাগিচাখনত বহুত ৰঙৰ ফুল ফুলি আছে।

মৌ-মাখি সৌ মৌ-মাখিটো ফুলত পৰিছে।

ভোমোৰাভোমোৰাজাকে গুণ- গুণাই আছে।

ফুল一          ফুল বহুত ৰঙৰ পোৱা যায়।