Chapter 8(part 1)
ঋতু আহে ঋতু যায়
ক) শীতকালত তুমি কি কি কাপোৰ পিন্ধা?
উত্তৰ: মাফলা, মোজা, টুপী, জেকেট, হাত মোজা, কম্বল, চাদৰ আদিকে পিন্ধো।
খ) জাৰ লাগিলে তুমি কি কৰা?
উত্তৰ: জাৰ লাগিলে গৰম কাপোৰ পিন্ধো আৰু জুই পুৰো।
গ) শীতকালত তুমি কি কৰা?
উত্তৰ: শীতকালত বেছি ঠাণ্ডা হয়, সেয়ে গৰম কাপোৰ পিন্ধো, জুই মুৰো আৰু কম্বল ঢাকি থাকো।
ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখোঁ আহা:
উত্তৰ:
মোজা
কম্বল
জেকেট
মাফলাৰ
হাত-মোজা
টুপী
ছবিৰ সৈতে লগ থকা ঋতুৰ নাম লিখোঁ আহা:
প্ৰথম ছবি — শীতকাল
দ্বিতীয় ছবি — গ্ৰীষ্মকাল
তৃতীয় ছবি — গ্ৰীষ্মকাল
চতুৰ্থ ছবি — শীতকাল
পাঠঃ ১ – ঋতু আহে ঋতু যায়
বাৰ মাহৰ নামবোৰ ঠিক মতে শাৰিবদ্ধকৈ লিখা:
১. ব’হাগ
২. জেঠ
৩. আহাৰ
৪. শাওন
৫. ভাদ
৬. আহিন
৭. কাতি
৮. আঘোন
৯. পুহ
১০. মাঘ
১১. ফাগুন
১২. চ’ত
‘চ্ছ’ যুক্ত শব্দৰ তলত আঁচ টানো আহা:
তুচ্ছ
ইচ্ছা
উচ্ছেদ
বিচ্ছেদ
আঁচ টানিবলৈ শব্দ:
তুচ্ছ, সদিচ্ছা, নিৰৱচ্ছিন্ন, আচ্ছাদন, অবিচ্ছেদ্য, পৰিচ্ছন্ন
শুভেচ্ছাপত্ৰ:
মৰমৰ অনিল,
আশা কৰোঁ, ভালে আছা।
তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ।
মৰমেৰে,
ইতি – তোমাৰ বন্ধু
ওলট-পালটকৈ থকা আখৰবোৰ মিলাই অর্থপূর্ণ শব্দ:
চ্ছাই – ইচ্ছা
দচ্ছেবি – বিচ্ছেদ
দিচ্ছাস – সদিচ্ছা
ভেশুচ্ছা – শুভেচ্ছা
চ্ছেউদ – উচ্ছেদ