এই বছৰ টোত গৃহ-প্ৰৱেশ কৰা শুভ তাৰিখ 2026
🏠 এই বছৰ টোত গৃহ-প্ৰৱেশ কৰা শুভ তাৰিখ | 2026
২০২৬ চনত নতুন ঘৰলৈ প্ৰৱেশ (গৃহ-প্ৰৱেশ) কৰিবলৈ কোন কোন দিন শুভ? তলত মাহ অনুসাৰে শুভ গৃহ-প্ৰৱেশ তাৰিখ দিয়া হৈছে।
👉 শুভ দিনত গৃহ-প্ৰৱেশ কৰিলে সুখ, শান্তি, ধন-সম্পত্তি আৰু পৰিয়ালৰ মঙ্গল বৃদ্ধি হয় বুলি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয়।
মাহ শুভ গৃহ-প্ৰৱেশ তাৰিখ (2026)
জানুৱাৰী18, 25
ফেব্ৰুৱাৰী6, 11, 19, 20, 21, 25, 26
মাৰ্চ4, 5, 6, 9, 13, 14, 20
এপ্ৰিল10, 20
মে4, 8, 13
জুন 24, 26, 27
জুলাই1, 2, 6
অক্টোবৰ6, 14, 23
নৱেম্বৰ14, 20, 21, 25, 26
ডিচেম্বৰ2, 3, 4, 11, 12, 18, 19, 30
⚠️ টোকা: এই তাৰিখসমূহ সাধাৰণ জ্যোতিষ বিশ্বাসৰ ওপৰত আধাৰিত। নিজৰ ৰাশি, লগ্ন আৰু কুণ্ডলী অনুসাৰে অধিক সঠিক গৃহ-প্ৰৱেশ মুহূৰ্তৰ জানিবলৈ WhatsApp ত যোগাযোগ কৰিব পাৰে।