NEP Course (2026) New Update


Paid Books Solution PDF Only 59/-



CONTENT

গোট-১ঃ

[a] ব্ৰিটিছ শাসনৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি
[b] ঔপনিৱেশিক অৰ্থনীতিৰ প্ৰাৰম্ভিক পর্যায়ঃ সদাগৰীবাদ, সাগৰক কেন্দ্ৰ কৰি ব্ৰিটিছৰ বাণিজ্য
[c] পৰম্পৰাগত উদ্যোগৰ অৱনতি: বিশিল্পায়ন

গোট-২ঃ

[a] কৃষি বসতিঃ চিৰস্থায়ী বন্দোবস্তি; ৰায়তোৱাৰী বন্দোবস্তি; মহলৱাৰী বন্দোৱস্তি
[b] কৃষি বাণিজ্যিকীকৰণ আৰু গ্ৰাম্য ঋণগ্রস্ততা
[c] দুর্ভিক্ষ

গোট-৩ঃ

[a] বাণিজ্য আৰু বিত্তীয় নীতি
[b] ৰে'লপথ আৰু ভাৰতীয় অৰ্থনীতিৰ উন্নয়ন
[c] ভাৰতীয় উদ্যোগ আৰু পুঁজিবাদী উদ্যোগৰ উত্থান
[d] বেংকি ব্যৱস্থা আৰু মুদ্রা

গোট-৪ঃ

[a] ভাৰতীয় কৃষিৰ ৰূপান্তৰৰ সামাজিক পৰিণতি: নতুন সামাজিক শ্ৰেণীৰ উত্থান-জমিদাৰ, ভাড়াতীয়া, কিষাণ; মধ্যবিত্ত শ্ৰেণীৰ উত্থান।
[b] আধুনিক শিক্ষাৰ প্ৰভাৱ; নতুন বুদ্ধিজীৱীৰ উত্থান আৰু ইয়াৰ গঠন।
[c] ছপাশালৰ আগমন আৰু ইয়াৰ প্ৰভাৱ

গোট-৫ঃ

[a] সামাজিক-ধর্মীয় সংস্কাৰ আন্দোলন: সংস্কাৰ আৰু পুনৰুজ্জীৱন: ব্রাহ্ম সমাজ,
প্রার্থনা সমাজ, ৰামকৃষ্ণ আৰু বিবেকানন্দ, আর্য সমাজ, বাহাবী, দেওবন্দ, আলিগড় আন্দোলন আৰু সিং সভা আন্দোলন।
[b] পৰিৱৰ্তিত জাতি সমীকৰণ
[c] নাৰী: পৰিৱৰ্তিত অৱস্থান আৰু মনোভাৱ
[d] মহিলাৰ বিষয়: সম্পত্তিৰ অধিকাৰ, সংস্কাৰ আইন, ৰাজনৈতিক অংশগ্রহণ