SOME HEARTS SPEAK BEST THROUGH ART
Chapter - 4
Q.1. Let's check how much we have understood: (আমি কিমান বুজিলো চাওঁ আহাঃ)
Answer the following questions: (তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাঃ)
(i) Who was referred to as 'the silent queen' by Dipu? (দীপুৰ দ্বাৰা 'নীৰৱ ৰাণী' বুলি কাক বুজোৱা হৈছে?)
Ans. Medha was referred to as 'the silent queen' by Dipu. (দীপুৰ দ্বাৰা 'নীৰৱ ৰাণী' বুলি মেধাক বুজোৱা হৈছিল।)
(ii) Who was Shreya? (শ্রেয়া কোন আছিল?)
Ans. Shreya was Medha's new friend in her class. (শ্রেয়া শ্রেণীত মেধাৰ নতুন বান্ধবী আছিল।)
(iii) What did Tanya notice about Medha when others were playing? (আনবিলাকে খেলি থকাৰ সময়ত মেধাৰ বিষয়ে তনয়াই কি লক্ষ্য কৰিছিল?)
Ans. When others were playing, Tanya noticed that Medha was sketching a figure. (আনবিলাকে খেলি থকাৰ সময়ত তনয়াই লক্ষ্য কৰিছিল যে মেধাই ছবি এখন আঁকি আছে।)
(iv) What inspired Medha to draw the pelican? (পেলিকানটো আঁকিবলৈ মেধাক কিহে অনুপ্রাণিত কৰিছিল?)
Ans. Medha read about the pelican the previous day, which inspired her to draw the pelican. (মেধাই আগদিনা পেলিকানৰ বিষয়ে পঢ়িছিল, যিয়ে তাইক পেলিকানটো আঁকিবলৈ অনুপ্রাণিত কৰিছিল।)
(v) What message did the teacher try to convey by observing 'Kindness Week"? ('দয়াৰ সপ্তাহ' পালন কৰি শিক্ষয়িত্ৰীগৰাকীয়ে কি বার্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছিল?)