কেচা মটৰ মাহ ভাৰতৰ লগতে অসমৰ জলবায়ু আৰু মাটিত সহজে উৎপাদন হোৱা এবিধ শীতকালীন উদ্ভিদ। এই বিধ শষ্য খেতি কৰি ব্যৱসায়িক ভিত্তিত যথেষ্ট লাভবান হব পাৰে।