গোটেই ভাৰততে তামোল আৰু পান পোৱা যায় যদিও অসমত ইয়াৰ জনপ্ৰিয়তা অতি বেছি। অসমত ধৰ্মীয় ৰিতিনীতি পালন কৰাত ইয়াৰ বিশেষ গুৰুত্ব আছে। ডাঙৰক সন্মান জনোৱা, নামঘৰত সেৱা কৰা, বিয়া সভা সকলো কামত ব্যৱহাৰ হয় তামোল আৰু পান। ইয়াৰ অৰ্থ হৈছে সন্মান হিচাপে এই খাদ্য বিধ গ্ৰহণ কৰিব লাগে।


Copper and paan are found all over India though it is very popular in Assam. It has a special significance in observing religious customs in Assam. Tamarind and paan are used for honoring elders, serving in namghars, wedding meetings. This means that this food should be consumed as a mark of respect.


Post Id: DABP000133