অমিতা এবিধ গুনকাৰী ফল, পেটৰ বিভিন্ন ৰোগৰ কাৰণে ই উপকাৰী। ইংৰাজী নাম papaya । অসমত অমিতা বিভিন্ন প্ৰকাৰে ৰান্ধি খাই। লিভাৰৰ কাৰণে ই যঠেষ্ট উপকাৰী। অসমত অমিতা কেচ পাচলি হিচাবে বেছি ব্যৱহাৰ কৰে।


Papaya is a beneficial fruit which is beneficial for various stomach ailments. English name papaya. Amita cooks in various ways in Assam. It is very beneficial for levers. Amita cases in Assam are used more as vegetables.


Post Id: DABP000144