চনকা মৰিগাওঁ জিলাৰ এখন ৰ'দ নপৰা গাওঁ, চাৰিওফালে ওখ ওখ পাহাৰেৰে আবৰি থকা কাৰণে এই গাওঁ খন অসমৰ এখন ব্যতিক্ৰমী গাঁৱলৈ পৰিবৰ্তন হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা কাৰণে প্ৰাকৃতিক ভাবে এটা সোন্দৰ পৰিবেশ গঢ় লৈ উঠিছে। দৈনিক ঠাইখন লৈ যঠেষ্ট পৰিভ্ৰমন কাৰি সমাগম হোৱা পৰিলক্ষিত হয়।






A sun-starved village in Sanka Morigaon district, surrounded by high hills, has turned into an exceptional village in Assam. A sonder environment has naturally been formed because of the brahmaputra bank. The daily place is seen to be crowded with a lot of confusion.



Post Id: DABP000197