নগাঁও চাপৰমুখত চলন্ত ৰেলত গাঞ্জা সহ এজন লোকক আটক ৷ ধৃত লোক জন নগাঁৱৰ চলচলি সুৰজ আলী ৷ ডিমাপুৰৰ পৰা কামৰূপ এক্সপ্ৰেছ যোগে ৱেষ্টবেংগললৈ নিয়াৰ পথত ৰেল আৰক্ষীয়ে জব্দ কৰে গাঞ্জা খিনি ৷ জব্দ কৰে গাঞ্জা খিনিৰ মূল্য প্ৰায় তিশ হাজাৰ টকা









Post Id: DABP000517