গুৱাহাটী মহানগৰ খন লেতেৰা হোৱাৰ মূল কাৰণ হল মানুহবোৰে য'তে ততে শৌচ-প্ৰেচাৱ কৰা,নকৰিৱনো কিয় এটা প্ৰেচাৱখানা নাই। জালুকবাৰী Over Bridge ৰ তলত এটা ডাঙৰকে শৌচাগাৰ বনাই থকা দেখিছিলো এতিয়া সম্পূৰ্ণ হল কিন্তু তাত অ 'মূল্যৰ বিনিময়ত ব্যৱহাৰ্য্য' শৌচাগাৰ বুলি লিখা আছে, আৰু এনেকুৱা মূল্যৰ কাৰণে থকা শৌচাগাৰ আছে কেইবাটাওঁ গুৱাহাটীত কিন্তু শৌচ-প্ৰেচাৱ কৰাটো গুৱাহাটীত বিনামূলীয়া কিয় নহয় ! যদি কেইবা ঠাইতওঁ এইবিলাক বিনামূলীয়া বনোৱা হয় গুৱাহাটী খন বহুত চাফা হব…

Nabajit kalita




Post Id: DABP000518