মৰিগাঁও জিলাৰ দিঘলবঢ়িত প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰিলে মহ যুঁজ। এই অনুষ্ঠানত মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা স্থলুৱা মোহৰ গোৱাল সকলে অংশগ্ৰহণ কৰে আৰু নিজৰ নিজৰ মোহবোৰ প্ৰতিদন্দী লগত সুন্দৰকৈ যুজ প্ৰদশন কৰে।
Google Map Location: Click Here










Post Id: DABP000665