Historical Mughal Empire Coin Found in Assam
উদ্ধাৰ হৈছে অসমত মোগল দিনৰ ৰূপৰ পুৰণি মুদ্ৰা। চৰাইদেউ জিলা বৰহাটৰ ঐতিহাসিক বৰপথাৰ গাওঁত এনৰেগা আঁচনিৰ জৰিয়তে পুখুৰীৰ খনন কাৰ্য্যত ৰজা দিনীয়া এটা কলহত মুদ্ৰা উদ্ধাৰ হয়; য'ত আহোম যুগৰ অক্টাগ'নেল মুদ্ৰাৰ লগতে মোগলৰ মুদ্ৰাও উদ্ধাৰ কৰা হৈছে। ফেচবুকত ভাইৰেল হৈ পৰিছে এই খৱৰটো।
Mughal Empire Money Found in Assam
असम की साड़ियों जिला में मिला है मुगल बादशाह की जमाने का रुपया। लोगों का बोला है कि एक गधे की खुदाई करने के दौरान यह सब कुछ मिला है। लोगों का कहना यह है कि आसाम और मुगल के उस जमाने में लेना देना चल रहा था।लेकिन अभी तक सच और झूठ का पता नहीं चल पाया है यह सब एक मिला है फेसबुक की एक फाइल न्यूज़ में।

Post Id: DABP000343