সবাতোকৈ আপোন
👉Question and Answer
👉MCQ Online Exam Click Here
👉Read Book PDF
👉Click Here YouTube Video
👉Chapter 1 MCQs Answer
৩) কোৱা আৰু লিখা।
ক) কবিয়ে কাক কাক সবাটোকৈ আপোন বুলি কৈছে ?
উত্তৰ: কবিয়ে মোৰ আই মোৰ দেশ মোৰ ভাষাক সবাটোকৈ আপোন বুলি কৈছে।
খ)কবিয়ে প্ৰাণৰ চিনাকী বুুলী কাক কৈছে ?
উত্তৰ: কবিয়ে নগৰ জান-জুৰি আদিক প্ৰাণৰ চিনাকি বুলি কৈছে।
গ)কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা কথা কৈছে ?
উত্তৰ: কবিতাটিৰ অন্তৰৰ ভাব সুখ, দুখ, স্নেহ, শান্তিৰে প্ৰকাশ কৰা বুলি কৈছে।
উত্তৰ: কবিতাটিৰ অন্তৰৰ ভাব সুখ, দুখ, স্নেহ, শান্তিৰে প্ৰকাশ কৰা বুলি কৈছে।
ঘ)কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ?
উত্তৰ: কবিয়ে মোৰ আই, মোৰ দেশ, মোৰ ভাষা লৈ জগতখন চিনি পাবলৈ আশা কৰিছে।
ঙ)সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?
উত্তৰ: কবিয়ে সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিবলৈ ইচ্ছা কৰিছে।
৪) কবিতাটি মূলভাব লিখা।
উত্তৰঃ সবাতোকৈ আপোন কবিতাটোৰ মূলভাৱ হ'ল一
প্ৰতিজন মানুহৰে জন্মদাতী আই, জন্মভূমি আৰু মতৃভাষা অতিকৈ আপোন। তিনিওগৰাকী মাতৃ সকলো সময়তে, সকলো পৰিৱেশতে পূজনীয়া। এইসকল মাহান মাতৃৰ যোগেদি জগতখন চিনিব, জানিব আৰু বুজিব পাৰি। কবিতাটিৰ জৰিয়তে কবিয়ে ওপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি, সেই কথা প্ৰকাশ কৰিছে।
৫) পাঠৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।
উদাহৰণ一 আই一 চিনাই
চহকী一চিনাকি
সুৰীয়া一কুমলীয়া
জগত一লগত
সুখ一দুখ
৬) নিদিষ্টতাবাচক প্ৰত্যেক টো, কি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা।
(যেন--- এইখন ধুনীয়া ধৰণী। এই + খন=এইখন)
উত্তৰঃ
চহকী一চিনাকি
সুৰীয়া一কুমলীয়া
জগত一লগত
সুখ一দুখ
৬) নিদিষ্টতাবাচক প্ৰত্যেক টো, কি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা।
(যেন--- এইখন ধুনীয়া ধৰণী। এই + খন=এইখন)
উত্তৰঃ
তিৰোতা = তিৰোতা + জনী = তিৰোতাজনী
জাতি= জাতি + টো = জাতিটো
কেঁচুৱা= কেঁচুৱা + টো = কেঁচুৱাটো
ঘৰ = ঘৰ + খন = ঘৰখন
কিতাপ = কিতাপ + খন = কিতাপখন
ছোৱালী = ছোৱালী + জনী = ছোৱালীজনী
ফুলনি = ফুলনি + খনি = ফুলখনি
নৈ = নৈ + খন = নৈখন
পৰ্বত = পৰ্বত + টো =পৰ্বতটো
৭) বাক্য ৰচনা কৰা।
শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
উত্তৰঃ
শুৱনিঃ পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে।
সুৰীয়াঃমোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।
ধুনীয়াঃ মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।
চহকীঃ মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
কুমলীয়াঃ ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
সুবিশালঃ কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে - হাতে ধৰা - ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে।
৮) কবিতাটিৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।
উদাহৰণ---- জান-জুৰি
উত্তৰঃ গছ一 লতা
নগৰ 一 গাওঁ
সুখ 一 দুখ
স্নেহ一 শান্তি
৯) তলত দিয়া শব্দসমূহৰ নঞথক ৰূপবোৰ লিখা।
উত্তৰঃ
হ'ব--- নহ'ব
ধোওঁ --- নোধোওঁ
শুনা ----- নোশুনা
কৰোঁ ----- নকৰোঁ
খেলোঁ ---- নেখেলোঁ
যাম ------- নাযাম
দিম------- নিদিম
লিখোঁ----- নিলিখো
১০) কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।
ধোওঁ --- নোধোওঁ
শুনা ----- নোশুনা
কৰোঁ ----- নকৰোঁ
খেলোঁ ---- নেখেলোঁ
যাম ------- নাযাম
দিম------- নিদিম
লিখোঁ----- নিলিখো
১০) কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ
বিশেষ্য় পদ বিশেষণ পদ
আই সবাতো
আই সবাতো
গছ শুৱনি
লতা আপোন
ফুল ধুনীয়া
ধৰণী চহকী
দেশ সুৰীয়া
নগৰ কুমলীয়া
গাঁও সুবিশাল
১১) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।
(ক) মই মোৰ আইক _______পাওঁ ।
(খ) মই মোৰ মাতৃভাষাক________কৰোঁ।
(গ) আমি আমাৰ স্বদেশক লৈ_______ বোধ কৰোঁ।
উত্তৰঃ (ক) মই মোৰ আইক ভাল পাওঁ ।
(খ) মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।
(খ) মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।
(গ) আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ।
১২) তলৰ স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা।
(ক) মেলিলোঁ প্ৰথম চকু
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাৰ;
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাৰ;
উত্তৰঃ জন্মভূমি।
,
(খ ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
,
(খ ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
মউসনা মিঠা মাতে পাহৰি ভাগৰ.,
উত্তৰঃ আই।
(গ) চিৰ চেনেহি ভাষা জননী
(গ) চিৰ চেনেহি ভাষা জননী
উত্তৰঃ মাতৃভাষা।
১৩) অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা।
১৩) অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা।
উত্তৰঃ লশ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা আৰু ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া।
১৪) তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰঃ তোমালোকে নিজে কৰা।
১৫) জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা।
উত্তৰঃ তোমালোকে চেষ্টা কৰা।
১৬) সাঁথৰ ভাঙা---
(ক) নাকত বহি
কাণত ধৰে
এনে কি বস্তু
ভাল পায় নৰে?
(ক) নাকত বহি
কাণত ধৰে
এনে কি বস্তু
ভাল পায় নৰে?
উত্তৰ: চচ্মা।
(খ) ক আইটি টপৰাই,
কাটি নিলে বাঢি যায়
কাটি নিলে বাঢি যায়
উত্তৰঃ সূতা।
(গ)দি মৰিল কোন
উত্তৰঃ দধীচি।
(ঘ)নি মৰিল কোন
উত্তৰঃ ৰাৱণ।
(ঙ)নিদি মৰিল কোন
উত্তৰঃ দুৰ্যোধন।
(চ)নকৈ মৰিল কোন
উত্তৰঃ জয়মতী।
Check by - Mukesh Borah
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------
Post Id: DABP000611
4 Comments
ৱ