Lesson- 3 (II)


 The Black Aeroplan 


Thinking about the text: (পাঠ টিৰ বিষয়ে ভাবা)

1. "I will take the risk". What is the risk ? Why does the narrator take it ? " 

মই সম্ভাব্য বিপদৰ সন্মুখীন হবলৈ প্ৰস্তুত আছিলোঁ ? এইয়া কি বিপদ আছিল ? আৰু বক্তা জনে কিয় এই কাম কৰিছিল ? 

Ans: A huge storm was brewing up and the author was keen to reach his home to spend his holiday with his family, so he decided to fly through the storm as he did not want to miss the chance To meet his family at breakfast . Thus he took the risk even when the visibility was almost zero in the storm. 
    (বক্তাই নিজ ঘৰলৈ ছুটী পাৰ কৰিবলৈ আহিছিল আৰু তেওঁ প্ৰবল ধুমুহাৰ সন্মুখীন হৈছিল আৰু সেই ধুমূহাক আওকাণ কৰি নিজৰ বিমান উৰুৱাই নিছিল কিয়নো তেওঁ পৰিয়ালৰ সৈতে ৰাতিপুৱাৰ আহাৰ খোৱাৰ পৰা বঞ্চিত হব বিচৰা নাছিল। সেয়ে তেওঁ প্ৰবল ধুমুহাৰ মাজতো নিজৰ বিমান চলাই নিছিল।)



2. Describe the narrator's experience as he flew the aeroplane into the storm .

    (বক্তাৰ ধুমূহাত উৰাজাহাজ চলোৱা অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰা । )

Ans: As The pilot entered the storm, his plane started jumping and twisting. He could not see anything outside the plane as it was black. When he looked at compass and other instruments they had stopped to function due to storm. It was a terrible and fearsome experience for him. The fuel tank was almost empty and he could not fly more than 10 minutes. Then his saw another black aeroplane by his side and the pilot of the plane signalled him to follow. It was a surprise for the narrator is the other black plane I was having not light. He followed him without any choice and lended  safely on the runway . 

    (বিমান চালকজন ধুমুহাৰ সন্মুখীন হওঁতে উৰাজাহাজ খন জপিয়াবলৈ আৰম্ভ কৰিছিল। তেওঁ উৰাজাহাজৰ বাহিৰত একো দেখা পোৱা নাছিল সকলো কলা হৈ আছিল । তেওঁ কম্পাছ চাই দেখিলে সকলো যন্ত্ৰ ধুমুহাৰ বাবে বন্ধ হৈ গৈছিল । এইটো বৰ ভয় লগা অভিজ্ঞতা আছিল তেওঁৰ বাবে তেল নোহোৱাৰ বাবে বিমান খন মাত্ৰ দহ মিনিট সময়হে উৰিব পাৰিছিল । তেনেতে তেওঁ আন এখন উৰাজাহাজ দেখা পাইছিল আৰু চালক জনে বক্তাক তেওঁৰ পাছে পাছে যাবলৈ আদেশ দিছিল । বক্তাজনৰ বাবে আশ্চৰ্য্য কৰ ঘটনা আছিল যদিও তেওঁ ভালদৰে সুকলমে গন্তব্য স্থান পাইছিল । )


3. Why does the narrator say , " I landed and was not sorry to talk away from the old Dakota ?"  
    (বক্তা জনে কিয় কৈছিল যে তেওঁৰ বিমানখন অবতৰণ কৰাৰ পূৰ্বে পুৰণি ডাকতা খনৰ সৈতে কথা নপতাৰ বাবে কোনো দুখ প্ৰকাশ নাই কৰা?)
Ans: Seagull's parents had tried everything but he was reluctant to fly due to fear of falling down. He looked at his brothers and sister but would not make any efforts. That is why the whole family had left him alone and threatened and cajoled him to come but every effort went in vein .



4. What made the woman in the control centre look at the narrator strangely ? 

    (কণ্ট্ৰল ৰুমত থকা মানুহ গৰাকীয়ে বক্তলৈ কিয় আচৰিত ধৰণে চাইছিল ?)

Ans: The woman in the control centre looked at the her narrator strangely because the narrator asked about the black aeroplane and she saw no one except the narrator's in the sky during the storm . Even the radar showed only the narrator's plan that night in the sky.
    (মানুহ গৰাকীয়ে বক্তাজনক আশ্বৰ্য জনক ভাবে চাইছিল কিয়নো তেওঁ আন এখন কলা বিমানৰ বিষয়ে সুধিছিল। আৰু মহিলাগৰাকীয়ে বক্তা জনৰ বাহিৰে আন কৰাৰ বিমান দেখা পোৱা নাছিল। আনকি ৰাডাৰতো বেলেগে বিমান দেখুওৱা নাছিল।)


6. Who do you think helped the narrator to reach safely ? Discuss this among yourselves and give reasons for your answer  
  (বক্তা জনক গন্তব্য স্থান পোৱাত কোনে সহায় কৰিছিল বুলি ভাবা? কথাটো ভাবি উত্তৰটো লিখা ।)
Ans: It is very difficult to say about the unknown pilot who help the narrator. But probably it was the narrator himself that help him to overcome the fear in the storm as no other plane was seen in the radar except the narrator's Dakata plane . In that fear some situation he might have been hallucinating . He himself was a good pilot and Brave enough who helped himself land safely. 
    (অচিনাকি সালকজনৰ বিষয়ে কোৱাতো বৰ সহজ নহয়। হয়তু বক্তাজনে নিজেই নিজক সহায় কৰিছিল যিহেতু ৰাদাৰত আৰু বেলেগ উৰাজাহাজ দেখিবলৈ পোৱা নগৈছিল। হয়তু ভয় ৰ বাবে বক্তা জন এখন কল্পনা অৱতাৰণ কৰিছিল। কিয়নো তেখেত নিজেই এজন দক্ষ আৰু সাহসী বিমান চালক আছিল যিয়ে সুস্থ ভাৱে নিজৰ বিমান অৱতাৰণ কৰিবলৈ সক্ষম।)

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------

Angamita Dutta

(M.A in English)




Post Id: DABP000904