Class 5 Lesson 6

 The dog big jack 



Nitin had a doggie whose name was big Jack.

নিতিনৰ এটা কুকুৰ আছিল,যাৰ নাম আছিল বিগ জেক ।


He has black in color with white spots on the back

সি কলা বৰনৰ আছিল আৰু তাৰ পিঠিত বগা বগা বিন্দু আছিল।


Nitin gave him biscuit Nitin gave him bones.

 নিতিনে তাক বিস্কুট দিছিল নিতিনে তাক হাঁড় দিছিল ।


Nitin gave him chocolates and Ice-cream cones.

নিতিনে তাক চকলেট দিছিল আৰু দিছিল আইচ-ক্ৰীম কন্ছ ।


But the doggie was naughty whose name was Big Jack.

কিন্ত কুকুৰটো দুষ্ট আছিল যাৰ নাম আছিল বিগ জেক।


He chewed all the shoes kept on the shoe rack.

জোতা ৰেকত থকা জোতা বোৰ সি কামুৰি চোবাই খাইছিল ।


When Aunt Dolly had come with a big gift pack .

যেতিয়া আন্ত দলীয়ে এটা ডাঙৰ উপহাৰ পেকেট লৈ আহিছিল ।


The doggie knocked her down, whose name was Big Jack.

কুকুৰটোৱে তেঁওক বগৰাই দিলে যাৰ নাম আছিল বিগ জেক



Being angry Dad said, "Pack him in a sack.
খং উঠাত দেউতাকে ক'লে "তাক বস্তা এটাত ভৰাই দিয়া

And throw the doggie out of home whose name is Big Jack
আৰু কুকুৰ টোক ঘৰৰ পৰা বাহিৰ কৰি দিয়া, যাৰ নাম বিগ জেক

No, no, no Nitin, please don't be upset,
নাই, নাই, নাই নিতিন অনুগ্ৰহ কৰি দুখ নকৰিবা

I'll bring you another pup that will be your new pet."
মই তোমাৰ বাবে এটা বেলেগ কুকুৰ পোৱালী আনি দিম জোনটো তোমাৰ নতুন মৰমৰ কুকুৰ হ'ব।"


"Yes Dad, I know of pets there'd be no lack,
হয় দেউতা, মই জানো, তেনেকোৱা মৰমৰ জন্তুৰ অভাৱ নাই,

But I love the doggie whose name is Big Jack.
কিন্তু মই এইটো কুকুৰ ভাল পাঁও, যাৰ নাম বিগ জেক

And I'll put all the senses in his little brain.
আৰু মই তাৰ সৰু মস্তিষ্ক টোত সকলো ভাল বুদ্ধি সুমুৱাই দিম

Please Dad, please take your words back,
অনুগ্ৰহ কৰি দেউতা, অন্গ্ৰহ কৰি আপোনাৰ শব্দবোৰ উভতাই লঁওক

And let the doggie stay whose name is Big Jack
আৰু কুকুৰ টোক ইয়াতে থাকিবলৈ দিয়া যাৰ নাম বিগ জেক

Saying so, Nitin looked up at his Dad,
ইয়াকে কৈ, নিতিনে ওপৰলৈ দেউতাকৰ মুখলৈ চালে

Dad sighed and said "Idea is not bad!"
দেউতাকে হুমুনিয়াহ কাঢ়ি ক'লে "অৱধাৰণা টো বেয়া নহয়।"




COMPREHENSION

1. Answer the Questions:
প্ৰশ্ন সমূহৰ উত্তৰ দিয়াঃ


a. How did Big Jack look like?
    বিগ জেক নামৰ কুকুৰটো দেখিবলৈ কেনেকোৱা আছিল?
Ans:- The dog Big Jack was black in color with white spots on the back.
    ( বিগ জেক নামৰ কুকুৰটো ক'লা ৰংৰ আছিল আৰু তাৰ পিঠিত বগা বিন্দু আছিল। )


b. What did Nitin give him?
নিতিনে তাক কি দিছিল?
Ans:- Nitin gave him biscuits, bones, chocolates and ice cream cones.
    ( নিতিনে তাক বিস্কুত, হাঁড়, চকলেত আৰু আইচ-ক্ৰিম ক'ণ দিছিল।


c. What did the dog do to the shoes on the shoe rack?
কুকুৰটোৱে জোতা ৰেকৰ জোতা বোৰৰ লগত কি কৰিছিল?
Ans:- The dog chewed all the shoes kept on the shoe rack.
  ( কুকুৰ টোৱে জোতা ৰেকট থকা জোতা বোৰ কামুৰি চোৱাই খাইছিল।


d. Why was Dad angry?
    ( দেউতাকৰ খং কিয় উঠিছিল? )
Ans:- Nitin's dad was angry because the dog had knocked down Aunt Dolly who came with a big gift pack.
 ( নিতিনৰ দেউতাকৰ খং উঠিছিল কাৰণ কুকুৰটোৱে আন্ত দ'লীক বগৰাই দিছিল। যিয়ে ডাঙৰ উপহাৰ টো আনিছিল। )


e. What did Nitin promise to do?
   ( নিতিনে কি কৰিবৰ বাবে শপত লৈছিল? )
Ans:- Nitin promised to teach and tran the doggie and put all the senses in his brain.
    ( নিতিনে কুকুৰটোক শিক্ষা আৰু প্ৰশিক্ষণৰ লগতে সকলো ধৰণৰ জ্ঞান তাৰ মগজত সুমোৱাৰ শপত লৈছিল।


f. What did Nitin ask Dad to do?
    ( নিতিনে দেউতাকক কি কৰিবলৈ কৈছিল? )
Ans:- Nitin asked his dad to take his words  back and let his doggie to stay.
        ( নিতিনে তাৰ দেউতাকক তেওঁৰ শব্দ সমূহ  ঘূৰাই ল'বলৈ আৰু তাৰ কুকুৰ টোক ঘৰতে ৰাখিবলৈ কৈছিল। )




2. Write true or False:
    শুদ্ধ / ভূল বাছি উলিওৱাঃ

a. Nitin loved his dog.
    নিতিনে তাৰ কুকুৰটোক ভাল পাইছিল।
Ans:- True (শুদ্ধ )


b. The dog was well behaved.
কুকুৰটো ভাল আচৰণ আছিল।
Ans:- False ( ভূল )

c. Dad laughed when Aunt Dolly was knocked down.
যেতিয়া আন্ত দলীক বগৰাই দিছিল দেউতাই হাঁহি আছিল ।
Ans:- False ( ভূল )


d. Nitin punished the dog by putting it in a sack.
নিতিনে কুকুৰটোৰ বস্তাত ভৰাই তাক শাস্তি দিছিল ।
Ans:- Flase ( ভূল )


e. Nitin wanted a new pet
নিতিনে এটা নতুন কুকুৰ বিছাৰিছিল ।
Ans:- Flase (ভূল )


f. At last dad agreed to keep the dog at home .
শেষত দেউতাকে কুকুৰটোৰ ঘৰতে ৰাখিবলৈ মান্তি হ'ল ।
Ans:- True ( শুদ্ধ )




Grammer

1. Fill in the blanks with a suitable proper noun.
প্ৰপাৰ নাউন বহুৱাই খালী ঠাই পূৰুৱা 

a. Elephant is the most enormous animal in the earth.
হাতী  হৈছে পৃথিবীৰ ভিতৰতে এটা বিশাল জন্তু ।

b. Jaipur is known as the 'Pink City'.
জয়পুৰক পিংক চিটি বুলি কোৱা হয় ।

c. Missicciipi is the longest river on the Earth.
মিচিছিপি হৈছে পৃথিবীৰ ভিতৰত আটাইতকৈ দীঘলীয়া নদী ।

d. Tomato is not a vegetable it is a fruit.
বিলাহি শাক -পাচলি নহয় ই এবিধ ফল হয় ।

e. The Thor is the largest desert in India.
থৰ হৈছে ভাৰতৰ ভিতৰত  আটাইতকৈ বিশাল মৰুভূমি ।

f. The boy in the red shirt is vijoy.
ৰঙা চোলাৰ ল'ৰাটো হৈছে বিজয় ।




2. Fill in the blanks with opposite of the words italicized.
বিপৰীত শব্দ লিখা ইটালিক আখৰ কেইটাৰ-

a. Now i am old ,I am not young.
মই এতিয়া ডাঙৰ ,মই সৰু নহয় ।

b. Mrityunjay did only the easy sums and left the tough ones.
মৃত্যুন্জয় এ সহজ অঙ্ক কেইটা কৰিছিল আৰু কঠিন বোৰ এৰি দিছিল ।

c. It is very wrong to behave this way.It is not right behaviour.
এইদৰে বেয়া কৰাটো ভূল ,এইটো শুদ্ধ ব্য়ৱহাৰ নহয় ।

d. The ugly duckling turned to be a beautiful swan.
কুৰুপা হাঁহৰ পোৱালী এটাও ধুনীয়া ৰাজহাঁহ হয় ।

e. Mother is very sad today, we should do somethings to make happy.
মাঁ আজি বহুত দুখত আছে ,আমি এনেকুৱা কিবা কৰা উচিত যিয়ে তেওঁক সুখী কৰে ।



2. Write 3 rhyming word for:-
প্ৰত্য়কৰে 3টাকৈ ৰাইমিং ( একেই উচ্চাৰন হোৱা )শব্দ লিখা-

Name          Fame      Shame       Game
নেম            ফেম        স্বেম          গেম

Take           Bake        Shake         Wake
টেক           বেক         স্বেক            ওৱেক

Chew          Blew       Few             Knew
ছিও             ব্লিও         ফিও             নিও

Down          Brown      Grown        Gown
ডাউন          ব্ৰাউন        গ্ৰাউন         গাউন

Teach           Beach       Each           Peach
টিটছ            বিটছ         ইটছ          পিটছ





Writing     

1.Frame sentence from this table.
টেবুল খনৰ বাক্য় সজোৱা:-

1) Siddharta - completed - his home work.
সিদ্ধাথ এ তাৰ হ'ম ৱক খিনি সম্পন কৰিলে।

Pinky wrote on the black board.

The carpenter completed repairing the table.

2) The Minister wore a white cap.
মন্ত্ৰী জনে বগা টুপি পিন্ধিলে ।

3)The teacher wrote the letter.
শিক্ষক জনে চিঠিখন লিখিলে।

Maya wore  a green dress.




2. Read the paragraph about Big Jack.
বিগ জেকৰ বিষয়ে এই প্ৰেগাফ টো লিখা ।

Nitin had a dog. His name was Big Jack.
নিতিনৰ এটা কুকুৰ আছিল । তাৰ নাম আছিল বিগ জেক

The dog was black in color and there were white spots on its back.
কুকুৰটোৰ ক'লা ৰং আছিল আৰু তাৰ পাছফালে বগা ফুট ফুট আছিল।

Nitin loved his pet very much.নিতিনে তাৰ মৰমৰ কুকুৰটোক বহুত ভাল পাইছিল।

Nitin gave the dog biscuits, chocalates and dog food.
নিতিন এ কুকুৰটোক বিস্কুট, চকলেট আৰু খাদ্য দিছিল।

But he loved to chew bones very much.
কিন্তু সি হাড় চোৱাই বেছি ভাল পাইছিল।

Big Jack slept in a basket at night.
বিগ জেক এটা বাস্কেতত ৰাতি শুইছিল।

During day time he used to play around.
দিনৰ ভাগত সি খেলী ঘোৰী ফুৰিছিল।

He was a happy, mischievous dog.
সি এটা সুখী, দুষ্ট কুকুৰ আছিল।

But Nitine trained him to be well and became a good dog.
কিন্তু নিতিনে এ তাক ভাল দৰে ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিছিল আৰু সি এটা ভাল কুকুৰ হৈ উঠিছিল।





Now write a similar paragraph for a dog named's stripe. You can use these words in your writing.
এটিয়া এনেদৰেই এটা একেই পেৰাগ্ৰাফ লিখা স্ত্ৰইপ নামৰ কুকুৰ টোৰ উপৰত আৰু লিখনীত এই শব্দ সমূহ ব্যৱহাৰ কৰিব পাৰা।

Rakesh     brown      busy tail      dog house made of wood, very calm and obedient.

Ans:- Rakesh had a dog. His name was stripe. 
ৰাকেচৰ এটা কুকুৰ আছিল। তাৰ নাম আছিল স্ত্ৰইপ।

He had a bushy tail. Which he usually shaked when he sees people.
তাৰ এটা জঙ্ঘলী নেগ্ডৰ আছিল আৰু সি সেইদাল মানুহ দেখিলে প্ৰায়ে জোকাৰিছিল।

He was broken in colour.
সি থাকী ৰংৰ আছিল।

The dog's house was made of wood.
কুকুৰ টোৰ ঘৰটো থৰি ৰে বনোৱা আছিল।


He was a very calm and obedient dog.
সি এটা বহুত সান্ত আৰু বাধ্য কুকুৰ আছিল।


Post Id: DABP001227