বিশেষ্য বিশেষণৰ পৰিৱৰ্তন 


বিশেষ্য     - বিশেষণ

অনুবাদ    - অনু

অণু          - আণৱিক

অৰুণ - অৰুণিমা

অধুনা      - আধুনিক

অন্তৰ      - আন্তৰিক

অগ্নি        - আগ্নেয়

অপকাৰ  - অপকৃত

আদৰ      - আদৃত

অৰণ্য     -  আৰণ্য 

আঘাত    - আহত

অন্ত        - অন্তিম

অৰুণ     - অৰুণিমা

অনুষ্ঠান - অনুষ্ঠিত

 অগ্ৰ      - অগ্ৰমি

আদি      - আদ্য

অনুৰাগ - অনুৰক্ত

অধ্যয়ন - অধীত

অনুভৱ - অনুভূত

আয়ু     - আয়ুষ্মান

অংশ   - আংশিক 

আহ্বান - আহূত

ইচ্ছা    -ঐচ্ছিক

ইতিহাস - ঐতিহাসিক

উচ্ছ্বাস -  উচ্ছ্বাসিত

উল্লাস- উল্লাসিত

উন্মাদনা - উন্মত্ত

উত্তাপ - উত্তপ্ত

উপকাৰ - উপকৃত

কুল -  কৌলিক

কন্ঠ - কন্ঠ্য

কপাহ - কপাহী

কৰ্ম - কৰ্মী

কথা - কথকী

কন্টক - কন্টকিত

কৃষি - কৃষিজাত

কাঁইত - কাঁইটীয়া

কায় - কায়িক

খনি - খনিজ

খণ্ড - খণ্ডিত

গাঁও - গাঁৱলীয়া

গান - গেয়

গ্ৰহণ - গৃহীত

গো -  গব্য

গ্ৰাম - গ্ৰাম্য

ঘৃণা - ঘৃণ্য 

ঘৰ - ঘৰচীয়া

ঘন- ঘনিমা

চকু - চাক্ষুষ

চালাকি - চালাক

চন্দ্ৰ - চান্দ্ৰ

চোৰ - চোৰাং

ছেদ - ছিন্ন

জন্ম - জাত 

জাতি - জাতীয়

জয় - জয়ী

জ্ঞান - জ্ঞাত

জল - জলীয়

জন্তু - জান্তৱ

তমঃ - তামসিক

তাপ - তপ্ত

তেজ - তেজী 

তনু  - তনিমা 

ত্ৰাস - ত্ৰস্ত

তালু - তালব্য

দিন - দৈনিক

দৰ্শন - দৃষ্ট

দাঁত - দন্ত্য 

দেৱ - দৈৱ

দহন - দাহ্য

দান - দত্ত

দেহ - দৈহিক 

দণ্ড - দণ্ডনীয়

ধন - ধনী 

ধৰ্ম - ধাৰ্মিক

পুৰস্কাৰ - পুৰস্কৃত

পৰ - পৰকীয়া 

প্ৰশ্ন - পৃষ্ট

পুষ্প - পুষ্পিত

পূৰ্ব - প্ৰাচ্য

পচম - পচমী 

প্ৰমাণ - প্ৰামাণ্য

পৰিধান - পৰিহিত

পশ্চিম - পাশ্চাত্য 

পুৰ - পৌৰ 

পিশাচ - পৈশাচিক

পংক - পংকিল 

পশু - পাশৱিক

পৃথিৱী - পাৰ্থিৱ 

প্ৰত্যয় - প্ৰতীত 

প্ৰসাদ - প্ৰসন্ন

পতন - পতিত 

ফেন - ফেনিল 

ফন্দি - ফন্দিয়ক 

ফল - ফলিত

বাষ্প - বাষ্পীয়

বিধি - বৈধ 

বচন - বচনীয়

বিষাদ - বিষণ্ণ

বেদ - বৈদিক 

বন - বন্য

বধ - বধ্য় 

ব্যৱহাৰ - ব্যৱহাৰিক 

বস্তু - বাস্তৱ 

বৰ - বৰণীয়

বিষাদ - বিষণ্ণ 

বিমান - বৈমানিক 

বিধান - বৈমানিক 

নৰক - নাৰকীয় 

নিশা - নৈশ 

নগৰ - নগৰীয়া 

নাম - নামী 

ভূগোল - ভৌগোলিক

ভাত - ভতুৱা 

 ভোজন - ভুক্ত

ভয় - ভীত 

ভূত - ভৌতিক 

ভূমি - ভৌম 

ভেদ - ভিন্ন 

মাটি - মটীয়া 

মন -  মানসিক 

মধু - মধুৰ 

মায়া - মায়াবী 

মৰম - মৰমী

মুখ - মুখ্য 

মংগল - মাংগলিক

মনীষা - মনীষী 

যোগ  - যৌগিক 

লোম - লোমশ 

লয় - লীন 

লাজ - লাজ

লজ্জা - লজ্জিত

লোক - লৌকিক 

লাভ -  লভীয়া

শান্তি - শান্ত 

শৰং - শাৰদ

শংকা - শংকিত 

শ্ৰদ্ধা - শ্ৰদ্ধেয় 

শাস্ত্ৰ - শাস্ত্ৰীয় 

শ্ৰম - শ্ৰান্ত 

শৰীৰ - শাৰীৰিক 

সাহিত্য - সাহিত্যিক 

সূৰ্য - সৌৰ 

সময় - সাময়িক 

স্নায়ু - স্নায়ৱিক 

সন্ধ্যা - সান্ধ্য 

সংযম - সংযত 

সাহ - সাহসী 

স্ত্ৰী  - স্ত্ৰৈণ 

হৰণ - হৃত 

হৃদয় - হাৰ্দ্য





 অপূৰ্ব কাকতি 



Post Id: DABP001336