বিশেষ্য বিশেষণৰ পৰিৱৰ্তন
বিশেষ্য - বিশেষণ
অনুবাদ - অনু
অণু - আণৱিক
অৰুণ - অৰুণিমা
অধুনা - আধুনিক
অন্তৰ - আন্তৰিক
অগ্নি - আগ্নেয়
অপকাৰ - অপকৃত
আদৰ - আদৃত
অৰণ্য - আৰণ্য
আঘাত - আহত
অন্ত - অন্তিম
অৰুণ - অৰুণিমা
অনুষ্ঠান - অনুষ্ঠিত
অগ্ৰ - অগ্ৰমি
আদি - আদ্য
অনুৰাগ - অনুৰক্ত
অধ্যয়ন - অধীত
অনুভৱ - অনুভূত
আয়ু - আয়ুষ্মান
অংশ - আংশিক
আহ্বান - আহূত
ইচ্ছা -ঐচ্ছিক
ইতিহাস - ঐতিহাসিক
উচ্ছ্বাস - উচ্ছ্বাসিত
উল্লাস- উল্লাসিত
উন্মাদনা - উন্মত্ত
উত্তাপ - উত্তপ্ত
উপকাৰ - উপকৃত
কুল - কৌলিক
কন্ঠ - কন্ঠ্য
কপাহ - কপাহী
কৰ্ম - কৰ্মী
কথা - কথকী
কন্টক - কন্টকিত
কৃষি - কৃষিজাত
কাঁইত - কাঁইটীয়া
কায় - কায়িক
খনি - খনিজ
খণ্ড - খণ্ডিত
গাঁও - গাঁৱলীয়া
গান - গেয়
গ্ৰহণ - গৃহীত
গো - গব্য
গ্ৰাম - গ্ৰাম্য
ঘৃণা - ঘৃণ্য
ঘৰ - ঘৰচীয়া
ঘন- ঘনিমা
চকু - চাক্ষুষ
চালাকি - চালাক
চন্দ্ৰ - চান্দ্ৰ
চোৰ - চোৰাং
ছেদ - ছিন্ন
জন্ম - জাত
জাতি - জাতীয়
জয় - জয়ী
জ্ঞান - জ্ঞাত
জল - জলীয়
জন্তু - জান্তৱ
তমঃ - তামসিক
তাপ - তপ্ত
তেজ - তেজী
তনু - তনিমা
ত্ৰাস - ত্ৰস্ত
তালু - তালব্য
দিন - দৈনিক
দৰ্শন - দৃষ্ট
দাঁত - দন্ত্য
দেৱ - দৈৱ
দহন - দাহ্য
দান - দত্ত
দেহ - দৈহিক
দণ্ড - দণ্ডনীয়
ধন - ধনী
ধৰ্ম - ধাৰ্মিক
পুৰস্কাৰ - পুৰস্কৃত
পৰ - পৰকীয়া
প্ৰশ্ন - পৃষ্ট
পুষ্প - পুষ্পিত
পূৰ্ব - প্ৰাচ্য
পচম - পচমী
প্ৰমাণ - প্ৰামাণ্য
পৰিধান - পৰিহিত
পশ্চিম - পাশ্চাত্য
পুৰ - পৌৰ
পিশাচ - পৈশাচিক
পংক - পংকিল
পশু - পাশৱিক
পৃথিৱী - পাৰ্থিৱ
প্ৰত্যয় - প্ৰতীত
প্ৰসাদ - প্ৰসন্ন
পতন - পতিত
ফেন - ফেনিল
ফন্দি - ফন্দিয়ক
ফল - ফলিত
বাষ্প - বাষ্পীয়
বিধি - বৈধ
বচন - বচনীয়
বিষাদ - বিষণ্ণ
বেদ - বৈদিক
বন - বন্য
বধ - বধ্য়
ব্যৱহাৰ - ব্যৱহাৰিক
বস্তু - বাস্তৱ
বৰ - বৰণীয়
বিষাদ - বিষণ্ণ
বিমান - বৈমানিক
বিধান - বৈমানিক
নৰক - নাৰকীয়
নিশা - নৈশ
নগৰ - নগৰীয়া
নাম - নামী
ভূগোল - ভৌগোলিক
ভাত - ভতুৱা
ভোজন - ভুক্ত
ভয় - ভীত
ভূত - ভৌতিক
ভূমি - ভৌম
ভেদ - ভিন্ন
মাটি - মটীয়া
মন - মানসিক
মধু - মধুৰ
মায়া - মায়াবী
মৰম - মৰমী
মুখ - মুখ্য
মংগল - মাংগলিক
মনীষা - মনীষী
যোগ - যৌগিক
লোম - লোমশ
লয় - লীন
লাজ - লাজ
লজ্জা - লজ্জিত
লোক - লৌকিক
লাভ - লভীয়া
শান্তি - শান্ত
শৰং - শাৰদ
শংকা - শংকিত
শ্ৰদ্ধা - শ্ৰদ্ধেয়
শাস্ত্ৰ - শাস্ত্ৰীয়
শ্ৰম - শ্ৰান্ত
শৰীৰ - শাৰীৰিক
সাহিত্য - সাহিত্যিক
সূৰ্য - সৌৰ
সময় - সাময়িক
স্নায়ু - স্নায়ৱিক
সন্ধ্যা - সান্ধ্য
সংযম - সংযত
সাহ - সাহসী
স্ত্ৰী - স্ত্ৰৈণ
হৰণ - হৃত
হৃদয় - হাৰ্দ্য
অপূৰ্ব কাকতি
Post Id: DABP001336
22 Comments
হাবি, নীতি, লিখা, পঢ়া, মুখ, কাম, চিকাৰ