অসমীয়া নামঃ পানী কাউৰী 

ইংৰাজী নামঃ  Little Cormorant

বৈজ্ঞানীক নামঃ Microcarbo niger

পানী কাউৰী অসমৰ নৈ বিল আদিত দেখা পোৱা এবিধ চৰাই। দেখাত কাউৰী দৰে কলা ৰংৰ হয় কাৰণে কাউৰী লগত তুলনা কৰা হয় কিন্তু ই পানীত থকে সেই বাবে পানী কাউৰী বোলা হয়। মাছ, কেকোৰা আদি পানীত থকা অন্যান জীৱ বোৰ খাই। 

পানী কাউৰী বিষয়ে জানিব লগীয়া কথা-

ক) পানী কাউৰী কাউৰী দৰে কলা ।

খ) ইয়াৰ ওজন প্ৰায় এক কেজি লৈ হব পাৰে।

গ) পানী কাউৰী পানী সাতুৰিব পাৰে আৰু আকাশত উৰিব পাৰে।

ঘ) পানী কাউৰী মাছ প্ৰধান খাদ্য।

ঙ) পানী কাউৰী নৈ বিল আদিত হে দেখা পোৱা যায়।

চ) পানী তলতো দুব মাৰি কিছু সময় থাকিব পাৰে




Post ID: DABP001354