The Bird in my Picture

--------------------------------------


1. Answer the following question :

প্ৰশ্নসমূহৰ উত্তৰ দিয়া:


A)  What was added to the "The bird in my picture "?

"দ্যা বার্দ ইন মাই পিকচাৰ "( মোৰ ছবিখনৰ চৰাইটো) ত কি জোৰা লগাইছিল? 

Ans :- Some feather was added to "The bird in the picture ".

"দ্যা বার্দ ইন মাই পিকচাৰ"ত কেইটামান পাখি লগোৱা হৈছিল। 


B)  Whom did the bird meet with,  while going to drink water? 

পানী খাবলৈ যোৱা মূহুৰ্তত চৰাইটোৱে কাক লগ পাইছিল? 

Ans:

পানী খাবলৈ যোৱা মুহুৰ্তত চৰাইটোৱে এটা সেউজীয়া মকৰা ফুলত বহি থকা অৱস্থাত লগ পাইছিল।  


C) Where was the white duck swimming? 

বগা হাঁহটো ক'ত সাতুৰি আছিল? 

Ans : The white duck was swimming in the water. 

বগা হাঁহটো পানীত সাতুৰি আছিল।


D) How is the weather?  What is the season suggested? 

বতৰটো কেনেকুৱা?  ঋতুৱে কিহৰ সংকেত দিলে? 

Ans : The weather is fine.  The season suggested it as summer. 

বতৰতো ভাল।  ঋতুৱে গ্ৰীষ্ম কালৰ সংকেত দিলে।


E) Why did the spider agree to have a party? 

মকৰাটো পাৰ্টি কৰিবৰ বাবে কিয় মান্তি হ'ল? 

Ans : The spider agreed to have a party because it was a special day. 

মকৰাটো পাৰ্টি কৰিবৰ বাবে মান্তি হল কাৰণ সেইটো এটা বিশেষ দিন আছিল। 


F) Whom the spider would call for the party? 

মকৰাটোৱে পাৰ্টিলৈ কাক মাতিব? 

Ans: The spider would call all the friends for the party. 

মকৰাটোৱে সকলো বন্ধুকে পাৰ্টিলৈ মাতিব। 



2. Tick the correct options :

শুদ্ধটো বাচি উলিওৱা :

A)  To what did I add some feather? 

মই পাখিকেইটা কিহত লগাইছিলো? 

i) The bird/এটা মকৰাত

 ii) A bird /এটা চৰাইত

Ans : ii) A bird /এটা চৰাইত


B)  Who was sad? কাৰ মন বেয়া আছিল? 

i)  The bird /চৰাইটোৰ 

ii) The spider/মকৰাটোৰ

Ans: ii) The spider/মকৰাটোৰ


C.  Who was the partner of the spider?

মকৰাটোৰ সংগী কোন আছিল? 

i)  The bird in my picture/ দ্যা বার্দ ইন মাই পিকচাৰ 

ii) The white duck/বগা হাঁহ টো

Ans:ii) The white duck/বগা হাঁহ


D) Who would prefer an icy cool shower? 

কোনে ঠাণ্ডা পানীৰে গা ধোৱা কথা কৈছিল? 

i) The white duck/বগা হাঁহ

ii) The bird in my picture/ দ্যা বার্দ ইন মাই পিকচাৰ

Ans :

ii)  The bird in my picture/ দ্যা বার্দ ইন মাই পিকচাৰ


E) Who want to gather all the friends? 

সকলো বন্ধুক কোনে একলগ কৰাৰ কথা ভাবিলে?

i)  The spider / মকৰাটো 

ii)  The white duck/ বগা হাঁহটোৱে

Ans : i)  The spider / মকৰাটো 



GRAMMAR

1.  'a',  'an' আৰু 'the' বহুৱা আৰু য'ত এইকেইটাৰ (article) প্ৰয়োজন নাই তাত 'X' বহুৱা :

A)  There was (a)  mango tree in (the) jungle. (The)  tree was big. 

তাত এজোপা আম গছ আছিল  সেই জঙ্ঘল খনত।  গছ জোপা ডাঙৰ আছিল। 

B) I love to eat (X)  mangoed but (the)  mangoes of our garden are sour. 

মই আম খাই ভাল পাও কিন্তু আমাৰ বাগিচাৰ আমবোৰ টেঙা। 

C) (X)  Bharatnatyam is (an)  Indian dance form. Mrs Saikia is (a)  Bharatnatyam dancer. 

ভাৰতনাত্যম হৈছে এটা ভাৰতীয় নৃত্য কলা । । মিচেছ শইকীয়া এগৰাকী ভাৰতনাত্যম নৃত্যকাৰ ।

D)  There is (a) parrot,  (an)  owl and (a)  monkey in the zoo. 

চিৰিয়াখানাত এটা ভাটৌ,  এটা ফেঁচা আৰু এটা বান্দৰ আছিল। 

E)  (The)  children are fond of Mr.  Barua becausr Mr. Barua is (a)  kind man. 

লৰা ছোৱালীবোৰে মিষ্টাৰ বৰুৱাক ভাল পাই কাৰণ তেওঁ এজন মৰমিয়াল মানুহ। 

F)  I found (a)  watch in the room.  (The)  watch belongs to Shalini.



2. Rewrite the paragraph using 'a' , 'an', and 'the' where required

মই ৰুমটোত এটা ঘড়ী পালো। ঘড়ীটো চালিনীৰ।

2. 'a', 'an' আৰু 'the' বহুৱাই পেৰাগ্রাফটো সম্পূৰ্ণ কৰা :

Once there was (a)  rich miser. He had (a)  bar of gold. He thought (the)  gold bar wad (the) most beautiful thing in (the)  world.  He was afraid that someone might steal (the)  bar of gold.  He had (a) beautiful garden.  He buried (the)  bar of gold there under (the) orange tree. Everyday he used to dig it up and look at it.  One day (a)  thief saw him doing that.  At night (the)  thief stole it.  Next day (the)  miser could not find his bar of golf. (The)  miser was very sad. 

এসময়ত এজন ধনী কৃপণ আছিল।  তাৰ এটা সোণৰ চপৰা আছিল।  সি ভাবিছিল যে সোণৰ চপৰাটো বিশ্বৰ আটাইতকৈ ধুনীয়া বস্তু।  তাৰ এটা ভয় আছিল যে কোনোবাই হয়তো তাৰ সোণৰ  চপৰাটো এদিন চোৰ কৰিব।তাৰ এখন ধুনীয়া বাগিছা আছিল।  সি তাৰ সোণৰ চপৰাটো তাতে থকা কমলা গছ জোপাৰ তলত পুতি থলে।  সদায় সি সেইটো খান্দি উলিয়াই চাই থাকে।  এদিন এটা চোৰে তাৰ সেইয়া কাণ্ড দেখা পালে।  ৰাতি চোৰটোৱে চপৰাটো চোৰ কৰি নিলে।  পিচদিনা কৃপণটোৱে তাৰ সোণৰ চপৰাটো বিচাৰি নাপালে।  কৃপণ মানুহটোৱে বহুত দুখ পালে। 


 VOCABULARY 

1. Use these pair of word to complete the sentences, and feel the difference in meaning.

1. ব্রেকেতত দিয়া শব্দ কেইটাৰ বেলেগ বেলেগ অৰ্থ আছে,  বাক্যবোৰত ব্যৱহাৰ কৰি অৰ্থবোৰ উলিওৱা :


A) There are some (ice) cubes in the fridge. Or you can pour (icy) cool water on the burn. 

ফ্রীজত কেইটামান (বৰফৰ) টুকুৰা আছে।  নাইবা তুমি জলা ঠাইখিনিত বৰফৰ পানী লগাব পাৰা। 


B) The (hilly) landscapes looks very beautiful.  That's why I love (a)  hill. 

পাহাৰীয়া পৰিদৃশ্য বোৰ দেখিবলৈ বহুত ধুনীয়া।  সেইবাবে মই  এখন পাহাৰ ভাল পাওঁ।  

C) I love the touch of (silk).  I prefer (silky)  fabrics all the time. 

মোৰ ৰেচমৰ স্পৰ্শ খুবেই প্রিয়।  সেইবাবে মই ৰেচম সূতাৰ কাপোৰ ভাল পাওঁ।

D) The road is all (dusty) . The vehicle before us is throwing lots of (dust). 

ৰাস্তাটো ধুলিময় হৈ আছে। আমাৰ আগৰ গাড়ীখনে বহুত ধুলি মাৰিছে। 

E)  Vikash always eats (fatty)  food.  That's why he is so (fat). 

বিকাশে সদায় শকত কৰা খাদ্য খাই।  সেইকাৰণে সি ইমান শকত। 

F) Children do not like rain.  Neither they like (rainy)  weather. 

লৰা ছোৱালীয়ে বৰষুণ ভাল নাপায়। নাই বৰষুণৰ বতৰ ভাল পায়। 


2. Write what it is called

2. কাক কি বোলে লিখা :

A)  One who swims is a (যিয়ে সাতুৰে) = swimmer (সাতুৰিব পৰা/ চুইমাৰ) 

B)  One who drives is a (যিয়ে গাড়ী চলাই) = driver (গাড়ী চালক/ ড্ৰাইভাৰ) 

C) One who cuts is a (যিয়ে কাটিব পাৰে) =Cutter (কটাৰী/ কাটাৰ)

D . One who lies (যিয়ে  মিছা কথা কয়)= liar (মিছলীয়া / লাইয়াৰ)

E. One who reads is a ( যিয়ে পঢ়ে ) = reader. (পাঠক/ ৰিডাৰ)

F) One who writes is a (যিয়ে লিখে)= Writer (লেখক/ ৰাইটাৰ )




3. Find rhyming words from the poem for the given words.

   শব্দ কেইটাৰ একে সুৰীয়া শব্দ লিখা পদ্য টোৰ পৰা)


A) Leather / লেডাৰ(চাম্ৰা) = Weather / বতৰ

B) Shiver/ কপা = fever/ জ্বৰ

C) Rider / চালক= Spider / মকৰা

D) Tower / মিনাৰ= Shower / গা ধোৱা

E) Vapour ভাপ= Paper কাগজ

F) Butter /মাখন = Gathet/ জমা কৰা


  LISTENING AND SPEAKING  

1. Bird : Hello Mr Spider, Isn't it a fine weather?

চৰাই : হেল' মিষ্টাৰ স্পাইডাৰ , বতৰটো ভাল নহয়নে?


2. Spider : Yes

মকৰা: হয়|


3. Bird : But why are you so sad?

চৰাই : তুমি কিয় দুখী


4. Spider : I am worried about my friend, the white duck. She is swimming and I am afraid she may catch a fever !

মকৰা : মই মোৰ বন্ধুৰ বাবে চিন্তিত , বগা হাঁহ জনী | তাই সাতুৰী আছে আৰু মোৰ ভয় হৈছে যে তাইৰ জ্বৰ হব|


5. Bird : Why are you worrying so much?  If she will fall sick you can take her to a doctor.  Anyway,  I so prefer a cool bath in this warm water. 

চৰাই : তুমি কিয় ইমান চিন্তা কৰিছা?  যদি তাই বেমাৰত পৰে তুমি তাইক ডাক্তৰৰ তালৈ লৈ যাবা।  বাৰু, মোৰ এই গৰম দিনত ঠাণ্ডা পানীৰে গা ধুব মন। 


6. Spider: You are right,Mr bird.  It's really a beautiful day!  Let's call all our friends and play together. 

মকৰা: মিষ্টাৰ বার্দ,  তুমি ঠিকেই কৈছা। এইটো এটা খুবেই ভাল দিন।  ব'লা আমাৰ সকলো বন্ধুক মাতো আৰু একেলগে খেলো। 



 WRITING 

1. What do you do when you are friends? Write about five things you do with your friends.

1 . তুমি তোমাৰ বন্ধুৰ লগত থকা সময়ত কি কৰা?  যিকোনো পাঁচটা কথা লিখা :


A) I play games with my friends .

 মই মোৰ বন্ধুৰ লগত খেলো। 

B)  I study with my friends. 

মই মোৰ বন্ধুবোৰৰ লগত পঢ়ো। 

C)  I eat delicious food with my friends. 

মই মোৰ বন্ধুবোৰৰ লগত সুস্বাদু খাদ্য খাওঁ।

D)  I used to click pictures with them. 

মই সিহঁতৰ লগত ফটো তুলো। 

E)  I watch television with my friends. 

মই মোৰ বন্ধুবোৰৰ লগত টি. ভি চাঁও। 



2. I like to draw when I am free. Write a paragraph what do you like to do in leisure time and why do like it.

2. মই এনেই থকা সময়ত ছবি  আঁকি ভাল পাওঁ।  তুমি এনেই থকা সময়ত কি কৰি ভালপোৱা লিখা :




Post ID: DABP001359