A HOUSE, A HOME  

এটা ঘৰ, এটা ঘৰ

What is a home?

ঘৰ কি?

It's loving and family 

ই প্ৰেমময় আৰু পৰিয়ালৰ

And doing for others.

আৰু আনৰ বাবে কৰা।

It's brothers and sisters 

এয়া  ভাই-ভনীসকল

And fathers and mothers.

আৰু পিতৃ-মাতৃ।

It's unselfish acts 

ই নিস্বাৰ্থ কাৰ্য্য

And kindly sharing 

আৰু সদয়ভাৱে শ্বেয়াৰ কৰিছো

And showing your loved ones 

আৰু আপোনজনক দেখুৱাই দিয়া

You're always caring

তুমি সদায় কেয়াৰ কৰিছা

B. What do you think is a happy home and a happy family ? Talk to your partner and complete these sentences. 

(এখন সুখী ঘৰ আৰু এটা সুখী পৰিয়াল বুলিলে তুমি কি বুজা ? নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা আৰু তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা)

1. A home is a place of love,comfort,family and doing for others selflessly.

(এখন ঘৰ মানে হৈছে নিঃস্বাৰ্থ মৰম,আপোন মানুহ থকা এখন সুবিধাজনক ঠাই)


2. A home has a family bounded with love.

(এখন ঘৰত মৰমেৰে বান্ধ খাই থকা আপোন মানুহবোৰ থাকে)


3. A family is  a group of people with selfless love,carings and sharings.

(এটা পৰিয়াল মৰম আদৰ-যত্ন,মিলা-প্ৰীতিৰে থকা লোকেৰে গঠন হয়)


4. A family is someone who loves us and care for us.

(আপোন মানুহ  হ'ল তেওঁলোক যি আমাক মৰম আৰু আদৰ যত্ন কৰে)


5. Sisters are made for care and sharing secrets.

(বাইদেউ/ভনী আদৰ কৰে আৰু তেওঁলোকৰ লগত সকলো কথা আলোচনা কৰিব পাৰি)


6. Parents are the ones who give us endless love and guidance.(অভিভাৱকৰ হ'ল সেইসকল যি আমাক সীমাহীন মৰম আৰু দিয়ে আৰু শুদ্ধ পথ দেখুৱাই)


Word meaning:

Unselfish- নিস্বাৰ্থ।

Share- ভাগ-বতৰা কৰা।

Show- প্ৰদৰ্শনী।

Caring- যতন লোৱা।


Word meaning by- Punya Hazarika.

Himadri Borah

Type & Check: Himashree Bora. (Date:09-06-2022)