A. Very Short Type Question .




1. তামিলাকম্ কি ?
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ




2. শঙ্কৰদেৱ কোন ?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰ ঃ




3. আজান পীৰৰ দৰগাহ ক'ত আছে ?
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰ ঃ




4. কবীৰৰ অনুগামী সকলক কি বুলি জনা গৈছিল ?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ



5. কৰ্ণাতকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰ ঃ


6. ছিলচিলা বুলিলে কি বুজা ?
( এই প্ৰশ্নটো 2018 চনচত আহিছিল )
উত্তৰ ঃ



7. গুৰু নানকৰ জন্ম ক'ত হৈছিল ?
( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল )
উত্তৰ ঃ


8. পীৰ শব্দ অৰ্থ কি ?
উত্তৰ ঃ



9. ভক্তিবাদৰ আৰম্ভণি ক'ত হৈছিল ?
উত্তৰ ঃ


10. কোনে গড়গাৱত আহোমৰ ৰাজধানী পাতিছিল ?
উত্তৰ ঃ


11. গুৰু নানক কোন আছিল ?
উত্তৰ ঃ


12. নালায়িৰা দিব্য প্ৰবন্ধম মানে কি ?
উত্তৰ ঃ


13. মহম্মদ কাছিমে কেতিয়া সিন্ধু অধিকাৰ কৰিছইল ?
উত্তৰ ঃ


14. আণ্ডাল কোন আছিল ?
উত্তৰ ঃ


15. শৈৱবাদ বুলিলে কি বুজা ?
উত্তৰ ঃ


16. ভক্তি পৰম্পৰাক কি কি ভাগত ভাগ কৰা হৈছে ?
উত্তৰ ঃ


17. ভাৰতৰ ইছলাম ধৰ্মৰ প্ৰবেশ কেতিয়া হৈছিল ?
উত্তৰ ঃ


18. লিংগায়ত ফৈদ কোনে সৃষ্টি কৰিছিল ?
উত্তৰ ঃ


19. হাজোত কোনে মছজিত নিৰ্মাণ কৰিছিল ?
উত্তৰ ঃ


20. নিৰ্গূণ ভক্তি কাক বোলে ?
উত্তৰ ঃ

21. শংকৰদেৱৰ উত্তৰাধিকাৰকী কোন আছিল ?
উত্তৰ ঃ




 22. তামিল বেদ বুলিলে কি বুজা ?
উত্তৰ ঃ




23. চকৰী ফেটী বুৰঞ্জী কোনে ৰচনা কৰিছইল ?
উত্তৰ ঃ 




24. বৈদিক যুগৰ প্ৰধান দেৱতাকেইজন কোন আছিল ?
উত্তৰ ঃ




25. শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
উত্তৰ ঃ




26. কবীৰ কোন আছিল ?
উত্তৰ ঃ




27. সগুণ ভক্তি মানে কি ?
উত্তৰ ঃ




28. মহম্মদ কাছিম কোন আছিল ?
উত্তৰ ঃ




29. মীৰাবাই কোন আছিল ?
উত্তৰ ঃ




30. কাৰাইক্কাল আমিয়াৰ কোন ?
উত্তৰ ঃ



31. আজান পীৰ'ৰ প্ৰকৃত নাম কি আছিল ?
উত্তৰ ঃ




32. নায়নাৰসকল কোন ?
উত্তৰ ঃ




33. বাসবান্না কোন আছিল ?
উত্তৰ ঃ




B. Short Type Question .




1. বাবা গুৰু নানকৰ যিকোনো দুটা বাণঈ লিখা ।
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ





2. খাজা মইনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ দুটা কাৰণ লিখা ।
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰ ঃ




3. আলৱাৰ আৰু নয়নাৰসকলৰ বিষয়ে চমূকৈ বৰ্ণনা কৰা ।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰ ঃ 



4. আজান পীৰ কোন আছিল ? তেওঁৰ দৰগাহ ক'ত আছে ?
( এই প্ৰশ্নটো 2012 আৰু 2014 চনত আহিছিল )
উত্তৰ ঃ




5. আজান পীৰৰ আচল নাম কি আছিল ? তেওঁক আজানপীৰ নামেৰে কিয় জনা যায় ?
( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উত্তৰ ঃ



6. খাৱজা মইনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ দুটা কাৰণ লিখা ।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )



7. আলৱাৰ আৰু নায়নাৰসকল কোন আছিল ?
( এই প্ৰশ্নটো 2014 আৰু 2018 চনত আহিছিল )




8. চুলতান আৰু চুফীসকলৰ মাজত বিৰোধ আছিলনে ? 
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ



9. ভক্তিমাৰ্গৰ স - গুণ আৰু নিৰ্গুণ ধাৰা বুলিলে কি বুজা ?
( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )



10. পঞ্চপীৰসকল কোন কোন আছিল ? তেওঁলোকৰ দৰগাহ ক'ত আছে ?
( এই প্ৰশ্নটো 2015 চনত আহিছিল )




11. বাবা গুৰু নানকৰ দুটা বাণী লিখা ।
উত্তৰ ঃ




12. কালিকাপূৰাণ কেতিয়া ৰচনা কৰা হৈছিল ?
উত্তৰ ঃ




13. ভক্তি ধৰ্মৰ উত্থানৰ কালছোৱাত জাতি 'ৰ ধাৰণা কেনে আছিল ?
উত্তৰ ঃ




14. চুফীবাদৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ ঃ




15. খানাকা আৰু চিলচিলাৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰ ঃ




16. শৰিয়া কি ?
উত্তৰ ঃ



17. কাৱালী আৰু চুফীবাদৰ মাজত সম্পৰ্ক কি ?
উত্তৰ ঃ




18. লিংগায়তসকলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ ঃ




19. প্ৰাচীন অসমৰ লিখন সামগ্ৰীসমূহৰ নাম লিখা ।
উত্তৰ ঃ




20. আলৱাৰসকলে তামিলনাডুত কেনেদৰে ভক্তি ধৰ্ম প্ৰচাৰ কৰিছইল ?
উত্তৰ ঃ




21. বি - ছাৰিয়া আৰু বা - ছাৰিয়া বুলিলে কি বুজা ?
উত্তৰ ঃ




22. তামিলনাডুৰ মহিলা ধৰ্মৰ প্ৰচাৰকসকলৰ বিষয়ে চমূকৈ লিখা ।
উত্তৰ ঃ




23. উলেমা কি ?
উত্তৰ ঃ




24. ভক্তি পৰম্পৰাৰ দুটা প্ৰধান বৈশিষ্য লিখা ।
উত্তৰ ঃ




25. ছুফীসকলৰ ক্ৰিষ্টি চিলচিলাৰ দুটা ধৰ্মীয় পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰ ঃ



26. মেট্ৰিলোকেল ধাৰণাটো বাখ্যা কঁৰা ।
উত্তৰ ঃ



C. Essay Type Question .



1. খানকাহ কি ? চিস্তি খানকাহত কেনেদৰে জীৱন কটোৱা হয় , চমূকৈ বৰ্ণনা কৰা ।
( এই প্ৰশ্নটো 2014 আৰু 2016 চনত আহিছিল )
উত্তৰ ঃ



2. শ্ৰীমন্ত শংকৰেদৱ ওপৰ এটি চমূ টোকা লিখা ।
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰ ঃ




3. শংকৰদেৱে প্ৰচাৰিত ধৰ্মক ভাগৱতী ধৰ্ম বুলি কিয় কোৱা হয় ? তেওঁ সত্ৰ আৰু নামঘৰসমূহ কিয় প্ৰতিষ্ঠা কৰিছইল ?
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ



4. আলৱাৰ আৰু নায়নাৰসকল কোন আছিল ? জাতি সম্পৰ্কে তেওঁলোকৰ মনোভাব কেনে আছিল ?
( এই প্ৰশ্নটো 2015 চনত আহিছিল )
উত্তৰ ঃ




 5. কবীৰৰ ধৰ্ম শিক্ষাৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰ ঃ



6. ভক্তি ভৰ্মৰ / পন্থিৰ বিকাশ কেনেদৰে হ'ল ।
উত্তৰ ঃ



7. চুফী চিলচিলাসকলৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰ ঃ




8. চুলতান আৰু চুফীসকলৰ মাজত কিছু সংঘাত আছিল নেকি ?
উত্তৰ ঃ



9. ভক্তি ধৰ্মই কেনেদৰে ৰাজনৈতিক পৃষ্টপোষকতা লাভ কৰিছইল ?
উত্তৰ ঃ




10. বুৰঞ্জীবিদসকলে কৱা একীভূত ধৰ্মমত কেনে ভাৱে বুজাইছে উদাহৰণেৰে সৈতে বাখ্যা কৰা ।
উত্তৰ ঃ




11. ভক্তি ধৰ্মৰ লগে লগে হোৱা ভাষাৰ বিকাশ সম্পৰ্কে বৰ্ণনা কৰা ।
উত্তৰ ঃ




12. চুফীবাদক কেনেদৰে প্ৰশাসনে পৃষ্ঠপোশকতা কৰিছইল ?
উত্তৰঃ





13. ইছলাম ধৰ্মালম্বীসকলে গ্ৰহণ কৰা পাঁচটা ধৰ্মীয় বিশ্বাস উল্লেখ কৰা ।
উত্তৰঃ



14 . মধ্যযুগৰ ভাৰতীয় আৰু সংঘাতৰ পাৰ্থক্য আৰু সংঘাতৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰ ঃ




15. চিষ্ট সম্প্ৰদায়ৰ বিষয়ে এটা টোকা লিখা ।
উত্তৰ ঃ




16. বিভিন্ন ধৰ্মীয় মতবাগদ , বিভিন্ন গোষ্টী আৰু বিভিন্ন শ্ৰেণী মানুহে কিয় দৰগাহ দৰ্শন কৰে ?
উত্তৰ ঃ




17. চুফীবাদৰ বৈশিষ্ট্যতাত কি কি বিশ্বাস আৰু প্ৰাত্যহিকতাই সহায় কৰিছিল ?
উত্তৰ ঃ



18. গুৰুত্বপূৰ্ণ বিশ্বাস আৰু অনুশীলনে কেনেদৰে চৰিত্ৰাঙ্কন কৰিছে তাৰ ওপৰত এটি আলোচনা কৰা ।
উত্তৰ ঃ




19. ভক্তি ধৰ্মৰ প্ৰচাৰ বা প্ৰসাৰত আলৱাৰ আৰু নায়নাৰ সকলৰ ভূমিকা কি আছিল ?
উত্তৰ ঃ




20. গুৰু নানকৰ ধৰ্মীয় শিক্ষাৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰ ঃ