ৰজা, কৃষক আৰু নগৰসমূহ প্ৰাচীন ৰাজ্য আৰু অৰ্থনীতি 

KINGS, FARMERS AND TOWNS  Early States and Economies


Very Short Type Question .

1. প্ৰাচীনতম লিপি আৰু মুদ্ৰাত ব্যৱহৃত  ব্ৰাহ্মী আৰু খৰোষ্টি আখৰৰ পাঠ উদ্ধাৰ কোনে কৰে ?

(এই প্ৰশ্নটো 2013 চনত আহিছিল )

উওৰঃ


2.মগধৰ আদি ৰাজধানী ক'ত আছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উওৰঃ



3.'অৰ্থশাস্ত্ৰ' পুথিখন কোনে ৰচনা কৰিছিল ?

(এই প্ৰশ্নটো 2012 চনত আহিছিল )

উওৰঃ


4. হাগিওগ্ৰাফী কি ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল )

উওৰঃ


5. ১৮৩০ চনটো ভাৰতৰ ইতিহাসত কিয় বিখ্যাত ? 

উওৰঃ


6. এপিগ্ৰাফী মানে কি ?

উওৰঃ


7. কোন শতিকাত ভাৰতত ৰাজ্যৰ সৃষ্টি হৈছিল ?

উওৰঃ


8. 'পিয়দশী' বুলি কাক কোৱা হৈছিল ?

উওৰঃ 


9. মহাজনপদ মানে কি ?

উওৰঃ 


10. শিলালিপিত ব্যৱহৃত আটাইতকৈ পুৰণি লিপিটো কি আছিল ?

উওৰঃ


11. 'পিয়দশী' শব্দৰ অৰ্থ কি ?

উওৰঃ 


12. ধৰ্ম সূত্ৰবোৰ কেতিয়াৰ পৰা লিখা হৈখিল ?

উওৰঃ


13. বৌদ্ধ আৰু জৈন ৰ্ধমৰ বিকাশ কোনে শতিকাত হৈছিল ?

উওৰঃ


13. ষষ্ঠৰ কৰা চতুৰ্থ খ্ৰীঃপূঃৰ ভিতৰত কোনখন মহাজনপদ শক্তিশালী হৈ উঠিছিল ?

উওৰঃ 


14. এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল ?

উওৰঃ


15. অভিজাততন্ত্ৰ মানে কি ?

উওৰঃ


16. কুষাণ শাসকসকলৰ প্ৰিয় উপাধি কি আছিল ?

উওৰঃ


17. কোন শতিকাত হিউৱেন চাং ভাতলৈ আহিছিল ?

উওৰঃ


18. 'দেৱনাম প্ৰিয়'ৰ অৰ্থ কি ?

উওৰঃ


19. দেৱপুত্ৰৰ অৰ্থ কি ?

উওৰঃ 


20. মৌৰ্য বংশৰ আটাইতকৈ ডাঙৰ ৰজাজন কোন আছিল ?

উওৰঃ


21.'দেবনাম প্ৰিয়' উপাধি কোনে লৈছিল ?

উওৰঃ


22. কৌটিল্যৰ ৰচনা কৰা কিতাপখনৰ নাম কি ?

উওৰঃ


23. মেচিডনৰ ৰজা আলেকজণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?  

উওৰঃ


24. সাতবাহনসকলে ভাৰতৰ কোনটো অংশত শাসন কৰিছিল ?

উওৰঃ


25. কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল ?

উওৰঃ


26. মৌৰ্য সাম্ৰজ্য কোন চনত স্থাপিত হৈছিল ?

উওৰঃ


27. 'ধৰ্ম মহামাত্ৰ' বুলিলে কি বুজা ?

উওৰঃ


28. ভাৰতত মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উওৰঃ


29. অশোকৰ শিলালিপিত আটাইতকৈ বেছিকৈ ব্যৱহৃিত ভাষাটো কি আছিল ?

উওৰঃ


30. কোন শতিকাত ভাৰতত প্ৰথমে সোণৰ মোহৰৰ প্ৰচলন হৈছিল ?

উওৰঃ


31. মেগাস্থিনিছ কোন আছিল ?

উওৰঃ


32. 'শেঠী ' আৰু 'সত্বাবাহ' মানে কি ?

উওৰঃ


33. ভাৰতত প্ৰথমে কোনে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উওৰঃ


34. তামিল ভাষাত সফল সাগৰীয় সদাগৰসকলক কি নামেৰে জনা গৈছিল ?

উওৰঃ


35. উওৰ-পশ্চিম অঞ্চলত (অশোকৰ) শিলালিপিৰ ভাষা কি আছিল ?

উওৰঃ


36. ভটিভ শিলালিপিৰ মানে কি ?

উওৰঃ


37. ভাৰতৰ প্ৰথম সাম্ৰাজ্যখনৰ নাম কি ?

উওৰঃ


38. প্ৰভাৱতী গুপ্ত কোন আছিল ?

উওৰঃ


39. পাটালিপুত্ৰৰ বৰ্তমান নাম কি ?

উওৰঃ


40. 'হৰ্ষচৰিত' নামৰ জীৱনীখন কোনে লিখিছিল ?

উওৰঃ


41. আদিমাই মানে কি ?

উওৰঃ


42. কোন শতিকাত মগধৰ ৰাজধানি পাটালিপুত্ৰলৈ সলনি কৰা হৈছিল ?

উওৰঃ


43. বানভক্ট কোন আছিল ?

উওৰঃ


44. ভেল্লেলাৰ কি ?  

উওৰঃ


45. ৰাজগহ ৰ অৰ্থ কি ?

উওৰঃ


46. এলাহবাদ প্ৰশস্তিৰ আন এটা নাম কি ?

উওৰঃ


47. মগধৰ ৰাজধানীখনৰ নাম কি আছিল ?

উওৰঃ


48. আৰবসকলে কোন চনত ভাৰত আক্ৰমণ কৰিছিল ?

উওৰঃ


49. শকবোৰে ভাৰতৰ ক'ত ৰাজ্য পাতিছিল ?

উওৰঃ 



50. গীল্ড া শ্ৰেণী কি ?

উত্তৰ ঃ



Short Type Question :



1. মগধ ৰাজ্য উত্থানৰ আঁৰত কি কাৰণ জড়িত ঐআছিল ?

উত্তৰ ঃ



2. মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে জানিবলৈ কি কি সাহিত্যৰ আশ্ৰয় লব লাগে ?

 উত্তৰ ঃ



3. মৌৰ্য সাম্ৰাজ্যৰ সামাজিক শ্ৰেণীবিভাজন সম্পৰ্কে লিখা ।

উত্তৰ ঃ



4. বৰ্তমান সাংবাদিক আৰ প্ৰতিবেদসকলৰ মাজত কেনেদৰণৰ পাৰ্থক্য আছে ? দুটা কাৰণ লিখা ।

উত্তৰ ঃ



5. কি কি ভিত্তিত নতুন নগৰবোৰ গঢ়ি উঠিছিল ?

উত্তৰ ঃ



6. ধম্ম কি ?

উত্তৰ ঃ



7. মহাজনপদসমূহৰবিশেষ বৈশিষ্ট্যবোৰ লিখা ।

উত্তৰ ঃ



8. উৎপাদন বৃদ্ধি কৰিবলৈ মগধত কি ব্যৱস্থা লোৱা হৈছিল ?

উত্তৰ ঃ



9. গুপ্ত সাম্ৰাজ্যৰ বিষে জানিবলৈ কি কি সমলৰ ওপৰত ভিত্তি কৰিব লাগে ?

উত্তৰ ঃ



10. অগ্ৰহৰ মানে কি ?

উত্তৰ ঃ



11. ট্ৰেন্সপ্লেটটেশ্যন মানেকি ?

উত্তৰ ঃ



12. প্ৰাচীন ভাৰতৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে লিখা ।

উত্তৰ ঃ



13. শিলালিপিৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰ ঃ



14. কুশানসকলে ভাৰতত কেতিয়া সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল ? ওজনৰ ফালৰ পৰা সেই মুদ্ৰা আন কোনো বিদেশী মুদ্ৰাৰ লগত মিল আছেনে ?

উত্তৰ ঃ



15. মুখিয়াল ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ ঃ



16. চাৰিখন মহাজনপদৰ নাম লিখা ।

উত্তৰ ঃ



17. গহপতিৰ বিষয়ে লিখা ।

উত্তৰ ঃ



18. মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে জানিবলৈ কি কি সাহিত্যৰ বিষযে লাগে ?

উত্তৰ ঃ



19. মৌৰ্যশাসন ব্যৱস্থাৰ দুটা প্ৰধান বৈশিষ্য লিখা ?

উত্তৰ ঃ



20. মুদ্ৰাবিজ্ঞান মানে কি ?

উত্তৰ ঃ



21. নগৰীয়া বাসিন্দাসকলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ ঃ



22. থেৰা কোন আছিল ? বুদ্ধধৰ্মৰ উপভাগৰ নাম লিখা ।



Essay Type Question .



1. প্ৰাচীন ভাৰতৰ ভূমিদান ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ ঃ



2. ঐতিহাসিকসমলৰূপে লিপিৰ সীমাবদ্ধতাবোৰ কি কি ?

উত্তৰঃ



3. মৌৰ্যসাম্ৰাজ্যৰ শাসনব্যৱস্থা সম্পৰ্কেলখা ।

উত্তৰ ঃ



4. প্ৰাচীন ভাৰতৰ মুদ্ৰা ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ ঃঃ



5. মহাজনপদসমূহৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ ঃ



6. প্ৰত্নলেখসমলৰ সীমাবদ্ধতাৰ বিষয়ে লিখা ।

উত্তৰ ঃ



7.ঈশ্বৰৰ প্ৰতিনিধি ট ' - বাখ্যা কৰা ।

উত্তৰ ঃ



8. ঐতিহাসিক সমলৰূপে লিপিৰ গুৰুত্ব লিখা ।

উত্তৰ ঃ



9. গ্ৰাম্য উচ্চ শ্ৰেণীৰ সৃষ।্টি কেনেদৰে হৈছিল ?