1. Very Short Type  Questions .



1. কৌৰৱসকলৰ মাতৃ কোন আছিল ?

 ( এই প্ৰশ্নটো 20১৪ চনত আহিছিল )

উত্তৰ ঃ



2. গোত্ৰ কি ? গোত্ৰ ব্যৱস্থাৰ উল্লেখযোগ্য বিধান দুটা কি কি ?

( এইপ্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ 



3. বহু বিবাহহ মানে কি ?

উত্তৰ ঃঃ



4. জাতি শব্দটোৱে কি বুজায় ?

উত্তৰ ঃ



5. বহুপতি বুলিলে কি বুজা ?

উত্তৰঃ



6. অন্তৰ্বিবাহ মানে কি ?

উত্তৰোঃ



7. পিতৃত্বই কি অৰ্থ প্ৰকাশ কৰে ?

উত্তৰঃ 



8. বৰ্ণ ব্যৱস্থা কি ?

উত্তৰঃ



9. মনুস্মৃতি মানোে কি ?

উত্তৰ ঃ



10. স্ত্ৰীধন মানে কি  ?

উত্তৰ 



11. বংশ শব্দটোৱে কি বুজায়  ?

উত্তৰঃ



12. ইন্দ্ৰ কোন  ?

উত্তৰ ঃ



13. মনুস্মৃতিৰ ৰচনাকাল উল্লেখ কৰা  ?

উত্তৰ ঃ



14. মাতৃত্ব শব্দটো কিয় ব্যৱহাৰ কৰা হৈছিল  ?

উত্তৰ ঃ



15. কোনখন কিতাপত কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰী কৃষ্ণই অৰ্জুনক দিয়া উপদেশখিনিৰ কথা পোৱা যায় ?

উত্তৰ ঃ



16. সংস্কৃত কূল শব্দৰ অৰ্থ কি ?

উত্তৰ ঃ



17. কুন্তী কোন আছিল  ?

উত্তৰ ঃ



18. বৰ্হিবিবাহৰ অৰ্থ কি  ?

উত্তৰ ঃ




2. Short Type Questions .



1. বহিবিৰ্বাহ আৰু অন্তবিৰ্বাহ বুলিলো কি বুজা ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )



2. মনুস্মৃতি অনুসৰি নাৰীসকলে সম্পতেতি আহৰণ কৰিবব পৰা দুটা উপায় উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ



3. চণ্ডালসকলৰ বাবে মনুস্মৃতিয়ে নিৰ্ধাৰণ কৰা যিকোনো দুটা কৰ্তব্য লিখা ।

( এই প্ৰশ্নটো 2012 আৰু 2016 আৰু 2017চনত আহিছিল )

উত্তৰ ঃ



4. অন্তৰ্বিবাহ আৰু বৰ্বিবিহাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ ঃ



5. মহাভাৰতীয় যোগৰ এটা টোকা লিখা ।

উত্তৰ ঃ



6. মহাভাৰতৰ কাহিনীসমূৰ সৈতে জনসাধাৰণক পৰিচিত কৰা দুটা জপ্ৰিয় পদ্ধতি উল্লেখ কৰা ।

উত্তৰ ঃ



7. মহাভাৰতীয় যুগত থকা চাৰিটা  বৰ্ণৰ উল্লেখ কৰা ।

উত্তৰ ঃ



8. প্ৰধান কোন ?তেওঁৰ দুটা কাম উল্লেখ কৰা ।

উত্তৰ ঃ



9. মহাভাৰতৰ সময়ত পিতৃবংশৰ গুৰুত্ব বৰ্ণনা কৰা ।

উত্তৰ ঃ



10. কল আৰু জাতি সংজ্ঞা লিখা ।

উত্তৰ ঃ




11. গোত্ৰ বুলিলে কি বুজা ?

উত্তৰ ঃ



12. মহাভাৰতীয় যুগৰ সমাজত প্ৰচলিত বিবাহৰ প্ৰকাৰৰ কি কি আছিল ?

উত্তৰ ঃ



13. মহাভাৰতীয় যুগৰ বিবাহৰ নীতি - নিয়ম সম্পৰ্কে এটা টোকা লিখা ।

উত্তৰ ঃ



C. Essay Type Question :



1.  মহানৱমী দিব্বাৰ সৈতে জড়িত ধৰ্মীয় অনুষ্ঠানসমূহৰ তাৎপৰ্য মূল্যাঙ্কন কৰা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )



2. ইতিহাসবিদসকলে মহাভাৰত 'ৰ কাহিনীভাগগ কিদৰে বিভক্ত কৰিছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )



3. বহিৰাগতসকলৰ আগমনৰ প্ৰতি পাহাৰীয়াসকলে কিদৰে সঁহাৰী দিছিল ?

( এই প্ৰশ্নটো 2012 চন আহিছিল )

উত্তৰ ঃ



4. সাঁচী স্তুুপ কিদৰে আৱিষ্কাৰ হৈছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ



5. মহাভাৰতীয় যুগৰপৰিবৰ্তিত সামাজিক অৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ ঃ



6. মহাভাৰতৰ সময়ৰ জাতি অনুসৰি বৃত্তি নীতিৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ ঃ



7. মহাভাৰতৰ যুগৰ সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰ বিষয়ে লিখা ।

উত্তৰ ঃ



8. মাভাৰতীয় যুগৰ সামাজিক গঠনৰ বিষয়ে লিখা ।

উত্তৰ ঃ



9. অ - ক্ষত্ৰিয় ৰজাসকলৰ বিষয়ে লিখা ।

উত্তৰ ঃ



10. মহাভাৰতীয় সমাজৰ মাতৃৰ স্থান বৰ্ণনা কৰা ।

উত্তৰ ঃ



11. সম্পত্তি আহৰণত বৰ্ণৰ ভূমিকা কি আছিল ?

উত্তৰ ঃ