A. Very Short Type Question .



1. কুতাগৰশালা কি আছিল ?

( এই প্ৰশনটো 2016 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ



2. ত্ৰিপিটক শব্দটোৰ আক্ষৰিক অৰ্থ কি ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰঃ



3. ত্ৰিপিতক শব্দটোৰআক্ষৰিক অৰ্থ কি ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )



4. গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল ?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ



5. তীৰ্থংকৰ মানে কি ?

উত্তৰ ঃ



6. গৰ্ভগৃহ কি ?

উত্তৰ ঃ



7. বুদ্ধ শব্দৰ অৰ্থ কি ?

উত্তৰ ঃ



8. বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি ?

উত্তৰ ঃ



9. দুটা বিখ্যাত যজ্ঞৰ নাম লিখা ।

উত্তৰ ঃ



10. সাঁচিৰ স্ত্তুপ ক'ত অৱস্থিত ?

উত্তৰ ঃ



11. সাঁটি স্ত্তুপ কেতিয়া পৃথিৱীৰ ঐতিহ্য স্থান হিচাপে ঘোষিত কৰা হৈছিল ?

উত্তৰ ঃ



12. ত্ৰিপিতক কি ?

উত্তৰ ঃ



13. বুদ্ধদেৱৰ আগৰ নাম কি আছিল ?

উত্তৰ ঃ



14. ভাৰতলৈ অহা দুজন বৌদ্ধ পৰিব্ৰাজকৰ নাম লিখা ।

উত্তৰ ঃ



15. স্ত্তুপ কি ?

উত্তৰ ঃ



16. ঋকবেদ কেতিয়া ৰচনা কৰা হৈছিল ?

উত্তৰ ঃ



17. ধৰ্ম শব্দৰ অৰ্থ কি ?

উত্তৰ ঃ 



18. দুখন বিখ্যাত বৌদ্ধ ধৰ্মগ্ৰন্থৰ নাম লিখা ।

উত্তৰ ঃ




19. বুদ্ধদেৱ কোন বংশৰ লোক আছিল ?

উত্তৰ ঃ



20. চৈত্য মানে কি ?

উত্তৰ ঃ



21. ঋকবেদৰ সময়ত আটাইতকৈ উল্লেখনীয় দেৱতা কেইজন কোন কোন আছিল ?

উত্তৰ ঃ



22. মহাযান কি ?

উত্তৰ ঃ



23. শক সকল কোন আছিল ?

উত্তৰ ঃ



24. জৈন ধৰ্মৰ আটাইতকৈ বিখ্যাত তত্ত্বটো কি ?

উত্তৰ ঃ



25. সন্তচৰিত কি ?

উত্তৰ ঃ 



26. সাঁচি স্ত্তুপ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ?

উত্তৰ ঃ



27. মহাবীৰ কোন আছিল ?

উত্তৰ ঃ





B. Short Type Question .



1. মহাবীৰৰ দুটা বাণী লিখা ।

( এই প্ৰশ্নটো 2016 চত আহিছিল )

উত্তৰ ঃ


2. গৌতম বুদ্ধৰ মতে অষ্টমাৰ্গ যি প্ৰত্যেক বৌদ্ধধৰ্মী লোকে অনুসৰণ কৰব লাগে ।

( এই প্ৰশ্নটো 20১5 চনত আহিছিল )

উত্তৰ ঃ



3. স্ত্তুপবোৰ কিয় নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ



4. বৌদ্ধ ধৰ্মত কি কি উপমান উপাসনাৰ বাবে কৰা হৈছিল ?

উত্তৰ ঃ



5. বৌদ্ধ ধৰ্মৰ ভাগ দুটা কি কি ?

উত্তৰ ঃ



6. প্ৰাচীন লিপিসমূহত ব্যৱহৃত দুবিধ লিপিৰ নাম উল্লেখ কৰা । অশোকৰ লিপিসমূহ কেতিয়া আৰু কোনে পাঠোদ্ধাৰ কৰিছইল ?

উত্তৰ ঃ



7. দুটা বিখ্যাত স্ত্তুপৰ নাম লিখা ।

উত্তৰ ঃ



8. স্ত্তুপৰ গঠন সম্পৰ্কে লিখা ।

উত্তৰ ঃ




9. নিৰ্বাণৰ অৰ্থ কি ?

উত্তৰ ঃ





C. Essay Type Question :



1. প্ৰাচীন ভাৰতৰ মন্দিৰ স্থাপত্যবিদ্যাৰ বিকাশৰ অগ্ৰগতিৰ চমু আভাষ  দিয়া ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ


2. জৈনধৰ্মৰ মূ শিক্ষাৰ সাৰাংশ লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ



3. স্তুপসমূহ কিয় আৰু কেনেদৰে নিৰ্মাণ কৰা হৈছিল , বৰ্ণনা কৰা ।

( এই প্ৰশ্নটো 2014 চত আহিছিল )

উত্তৰ ঃ



4. বৌদ্ধ ধৰ্মৰ মূল তত্ত্ববোৰ লিখা।

উত্তৰ ঃ



5. হিন্দু ধৰ্মৰ পুনৰুত্থানৰ বিষয়ে লিখা ।

উত্তৰ ঃ



6. বৌদ্ধ স্ত্তুপবোৰৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ ঃ



7. মহাযান পন্থীৰ বিকাশ সম্পৰ্কে লিখা ।ট

উত্তৰ ঃ



8. জৈন ধৰ্মমতৰ বিষয়ে লিখা ।

উত্তৰ ঃ



9. গান্ধাৰ শিল্পৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰ ঃ



10. বৌদ্ধ সাহিত্যৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰ ঃ



11. স্ত্তুপসমূহৰ ভাস্কৰ্য সম্পৰ্কে লিখা ।

উত্তৰ ঃ