A . Very Short Type Question:


1. ফাতিয়াহ - ই - ইব্ৰিয়াহ গ্ৰন্থৰ ৰচক কোন ? 
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ




2. কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল )
উওৰঃ





3. অসমৰ ক'ত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল ?
(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উওৰঃ





4. ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ?
(এই প্ৰশ্নটো 2012 চনত আহিছিল )
উওৰঃ





5. প্ৰাচীন অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটি টোকা লিখা ?
(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উওৰঃ





6. প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল ?
(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উওৰঃ




7. 'ৰিহলা' গ্ৰন্থৰ লোখকৰ নাম কি লিখা ?
(এই প্ৰশ্নটো 2013,2015,আৰু 2017 চনত আহিছিল )
উওৰঃ




8. জ্যা-বেপটিষ্ট টেভাৰনিয়াৰ কোন ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল )
উওৰঃ





9. আৰৱী ভাষাত লিখা আলবেৰুণীৰ কিতাপখনৰ নাম কি ?
(এই প্ৰশ্নটো 2014 আৰু 2016 চনত আহিছিল )
উওৰঃ





10. জেচুইট ৰবাৰ্টো নবিলি কোন আছিল ?
উওৰঃ





11. ইটালীৰ কোনজন পৰ্যটকে ভাৰতৰ পৰা পুনৰ দেশলৈ  উভটি যোৱা নাছিল ?
উওৰঃ




12. ইবন বটুটাৰ জন্ম ক'ত হৈছিল ?
উওৰঃ




13. আল-বেৰুণী আৰু খোৱাৰিজমৰ মাজত কি সম্পৰ্ক আছে ?
উওৰঃ




14. মেট্ৰল'জী মানে কি ?
উওৰঃ




15. আলবেৰুণাৰ কিতাপখনৰ নাম কি ?
উওৰঃ




16. ইবন বটুটা ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ শাসক কোন আছিল  ?
উওৰঃ





17. ৰিহলা কি ?
উওৰঃ




18. ফ্ৰেংকইচ বাৰ্নিয়েৰ কোন আছিল ?
উওৰঃ




19. ডুৱাৰ্ট বাৰবোছা কোন আছিল ?
উওৰঃ




20. বৰ্নিয়েৰ কিমান শতিকাত ভাৰতলৈ আহিছিল ?
উওৰঃ




21. 'কিতাপ-উল-হিন্দ' নামৰ কিতাপখন কি ভাষাত ৰচিত ?
উওৰঃ




22. এঘাৰ শতিকাত উজবেকিস্তানৰ পৰা ভাৰতলৈ অহা পৰ্যটকজনৰ নাম কি
উওৰঃ




23. ইবন বটুটা কোন আছিল ?
উওৰঃ




24. আব্দুৰ ৰাজ্জাক চমৰখণ্ডী কোন আছিল ?
উওৰঃ




25. বাৰ্নিয়েকৰ কোন দেশৰ পৰ্যটক আছিল ?
উওৰঃ



26. কিমান খ্ৰীষ্টাব্দত আলবেৰুণীৰ জন্ম হৈছিল ?
উওৰঃ



27. আল-বেৰুণী কোন আছিল ?
উওৰঃ



28. কোন শতিকাত ইবন বটুটা ভাৰতলৈ আহিছিল ?
উওৰঃ



29.  ইবন বটুটা কোন দেশৰ লোক আছিল ?
উওৰঃ




30. মাক'প'ল' কোন ?
উওৰঃ



31. 'হৰ-গৌৰী সংবাদ' কোনে ৰচনা কৰিছিল ?
উওৰঃ



32. ৰুছিয়াৰ পৰা ১৮৬৬ চনত অহা পৰ্যটকজনৰ নাম কি ?
উওৰঃ



33. ডাৱা বুলিলে কি বুজা ?
উওৰঃ



34. শুক্লধ্বজৰ প্ৰচলিত নামটো কি আছিল ?
উওৰঃ



35. চীনা পৰিব্ৰাজক হিউৱেন চাঙে কেতিয়া কামৰূপ ভ্ৰমন কৰিছিল ?
উওৰঃ



36. মেনুচি কোন আছিল ?
উওৰঃ



37. বাৰ্নিয়াৰৰ কিতাপখনৰ নাম কি আছিল ?
উওৰঃ



38. নৰনায়ণৰ ৰাজত্বকালত কোনে কোঁচ ৰাজ্য ভ্ৰমন কৰিছিল ?
উওৰঃ



39. পেলচাৰ্ট কোন আছিল ?
উওৰঃ



40.পিটাৰ মাণ্ডী কোন আছিল ?
উওৰঃ




B. Short Type Questions :                  Mark : 2/3

1. দুজন পৰ্যতকৰ নাম লিখা যি দুজনৰ বিৱৰণীৰ পৰা ষোল আৰু সোতৰ শতিকাৰ অসমৰ সামাজিক অৱস্থাৰ বিষয়ে জানিব পাৰে ।
উওৰঃ



2. 'কিতাবখানা' বুলিলে কি বুজা ?
উওৰঃ



3. মধ্যযুগত ভাৰত ভ্ৰমন কৰা দুজন পৰ্যটকৰ নাম লিখা ।তেওঁলোকে ক'ৰ পৰা আহিছিল ?
উওৰঃ



4. আল-বেৰুনীয় ভাৰতৰ এটি বিৱৰণ দিবলৈ গৈ সন্মুখীন হোৱা যিকোনো দুটা অসুবিধা উল্লেখ কৰা ?
উওৰঃ

5.আবুল ফজলে চিত্ৰক কিয় 'ভেল্কিবাজি কলা' বুলি কৈছিল ?
উওৰঃ



6. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল ?
উওৰঃ    



7. ইবন বটুটা কিয় চীনলৈ গেছিল ?
উত্তৰ ঃ



8. আদ - বেৰণী কেনেদৰে ঘজনী / গজনীৰ বাসিন্দা হ'ল লিখা ।
উত্তৰঃ



9.  ইবন - বটুটাৰ ভ্ৰমণ পথ বৰ্ণনা কৰা ।
উত্তৰ ঃ



10. কিতাপ - উল - হিন্দ'ৰ বিষয়বস্ত্তুৰ সম্পৰ্কে চমূকৈ লিখা ।
উত্তৰ ঃ



11. বাৰ্নিয়েৰ ভাৰত সম্পৰ্কে চমূকৈ লিখা ।
উত্তৰ ঃ



12. ইবন বটুটাৰ বিষয়ে লিখা ।
উত্তৰ ঃ



13. আল - বেৰুণীৰ বিষয়ে এটা চমূটোকা লিখা ।
উত্তৰ ঃ




14. বাৰ্নিয়েৰ সম্পৰ্কে চমূকৈ লিখা ।
উত্তৰ ঃ



15. আল - বেৰুণী কেনেদৰে ভাৰতীয় সংস্কৃতিৰ সম্পৰ্কে আহিছিল ?
উত্তৰ ঃ




16. ইবন - বটুটাই কিয় ভাৰতৰ আভ্যন্তৰীণ ভ্ৰমণ বিপদজনক বুলি কৈছিল ?
উত্তৰ ঃ




C. Essay Type Question .



1. চিহাবুদ্দিন তালিচৰ অসম ভ্ৰমণ টোকাটোৰ বিষয়ে চমূকৈ লিখা ।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰ ঃ




2. সতী প্ৰথাৰ বিষয়ে বাৰ্ণিয়াৰে কি অভিমত দাঙি ধৰিছিল ?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰ ঃ



3. অসমৰ এখন ৰেখা মানচিত্ৰ আঁকা আৰু শদিয়া , হাজো , কোকৰাঝাৰ , ডিফু , আৰু শিলচৰৰ স্থান নিৰ্ণয় কৰা ।
( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ




4. ভাৰতীয় ভূ - স্বামী আৰু কৃষক সম্পৰ্কে বাৰ্নিয়েৰৰ অভিমত কি কি আছিল ।
উত্তৰ ঃ



5. ভাৰতীয় যোগাযোগ ব্যৱস্থাৰ বাবে ইবন - বটুটাৰ টোকাটো লিখাঁ ।
উত্তৰ ঃ




6. ইবন বটুটা আৰু বাৰ্ণিয়াৰে ভাৰত ভ্ৰমণৰ বিৱৰণত উল্লেখিত দৃষ্টিভংগীৰ ও্পকত সাদৃশ্য আৰু বৈসাদৃশ্য দেখুৱাই তুলামুলকভাৱে আলোচনা আগবঢ়োৱা ।
উকত্তৰ ঃ




7. ভাৰত নগৰ সম্পৰ্কে বাৰ্ণিয়েৰৰ অভিমত কি আছিল ?
উত্তৰ ঃ




8. ইবন বটুটা ভাৰতীয় নগৰ সম্পৰ্কে কি বৰ্ণনা দিছিল ?
উত্তৰ ঃ



9. আল - বেৰুণীয়ে ভাৰতৰ জাতি - বিভাজন সম্পৰ্কে কি লিখিছিল ?
উত্তৰ ঃ



10. কৃষি আৰু শিল্প সম্পৰ্কে বাৰ্ণিয়েৰে কি ভাবিছিল চমূকৈ আলোচনা কৰা ।
উত্তৰ ঃ




11. ভাৰতীয় দাস - ব্যৱস্থাৰ বিষয়েো ইবন - বটুটাৰ ধাৰণা লিখা ।
উত্তৰ ঃ




12. বাৰ্ণিয়েৰে ভাৰতৰ সমাজ ব্য়ৱস্থাৰে বিষয়ে কি বৰ্ণনা দিছে লিখা ।
উত্তৰ ঃ