Location: Chapanala Picic Spot, 
Google Map Location: Click Here
Area: Near Champawati Water, side Hills are,
Description: চাপানলা বনভূজ স্থলী নগাঁও জিলাৰ কাষতে কবলৈ গলে ই কাবি আলং জিলাৰ চম্পাবতী নিজৰাৰ কাষতে অৱস্থিত আছে। এই নিজৰাটোৰ পাহৰৰ যথেষ্ট ওপৰৰ পৰা বৈ আহে আৰু এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে।