অসমীয়া ভাষাৰ ব্যাকৰণ
আৰ্হি প্রশ্নঃ
( ক ) অতি চমু প্রশ্নঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )
১। ভাষাৰ আটাইতকৈ ক্ষুদ্র উপাদানটো কি ?
উত্তৰঃ ৰূপক হৈছে ভাষাৰ আটাইতকৈ সৰু অৰ্থপূৰ্ণ একক। ৰূপক নূন্যতম বুলি গণ্য কৰা হয় কাৰণ যদি ইয়াক আৰু উপবিভক্ত কৰা হয় তেন্তে ই অৰ্থহীন হৈ পৰিলহেঁতেন। প্ৰতিটো ৰূপক আনবোৰতকৈ বেলেগ কাৰণ প্ৰত্যেকেই এটা সুকীয়া অৰ্থ একক। শব্দ গঠন কৰিবলৈ ৰূপৰ ব্যৱহাৰ কৰা হয়।
২। শব্দ কাক বােলে ?
উত্তৰঃ শব্দ হ’ল ভাষাৰ এক মৌলিক উপাদান যিয়ে বস্তুনিষ্ঠ বা ব্যৱহাৰিক অৰ্থ বহন কৰে, নিজাববীয়াকৈ ব্যৱহাৰ কৰিব পাৰে, আৰু নিৰৱচ্ছিন্ন।
৩ । অসমীয়া ভাষাত কেতিয়াবা কর্তা আৰু কর্মকাৰকত কোনাে বিভক্তি যােগ নহ'লে কি বিভক্তি যােগ হােৱা বুলি ধৰা হয় ?
উত্তৰঃ
৪। অসমীয়া ভাষাত পূর্বসর্গ বা উপসর্গই শব্দ সাধন কৰেনে ?
উত্তৰঃ
৫। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়ােগ কি কি ?
উত্তৰঃ
( খ ) চমু প্রশ্নঃ ( প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩ )
১ । ব্যাকৰণ কাক বােলে ?
উত্তৰঃ ব্যাকৰণ হৈছে লিখা আৰু কোৱাৰ জৰিয়তে ভাষাত শব্দৰ ব্যৱহাৰ কেনেদৰে কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰা নিয়মৰ গোট।
২। অসমীয়া ভাষাত বিভক্তিবােৰক প্রধানত কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ
৩। ক্রিয়াবিভক্তি কাক বােলে ? দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
৪। প্রত্যয় কাক বােলে ?
উত্তৰঃ
৫। পৰ প্রত্যয় বা পসর্গক কি কি দুটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ
( গ ) দীঘল প্রশ্নঃ
( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫ )
১ । ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আলােচনা কৰা ৷
উত্তৰঃ
২। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিছত যােগ হােৱা পুৰুষবাচক বিভক্তিবােৰৰ প্ৰয়ােগ দেখুওৱা ।
উত্তৰঃ
৩। অসমীয়া কাৰকবাচক বিভক্তিৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ
৪। তলৰ শব্দবােৰত কি প্রত্যয় যােগ হৈছে ভাঙি দেখুওৱা । খেতি , খাৱন , লিখক , ধাননি , কান্দুৰা ।
উত্তৰঃ
তলৰ জতুৱা ঠাঁচবােৰেৰে বাক্য গঠন কৰা ।
কঁকালত টঙালি বন্ধা , চকু কপালত উঠা , দাঁতে-ওঁঠে লগা , মূৰ পােলােকা দিয়া , ঊনৈশত বা বলা ।
উত্তৰঃ