A. Very Short Type Question .


1. কোন চনত ভাৰতৰ ৰে'লসেৱা আৰম্ভ কৰা হৈছিল ?

( এই প্ৰশ্নটো 2018 চনত আহিচিল )

উত্তৰ ঃ

2. ভাৰতৰ কোনখন চহৰত ক'ট উইলিয়াম দুৰ্গ অবস্থিত ?

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

3. ভাৰতবৰ্ষত কেতিয়া প্ৰথমে লোকগণনা কৰা হৈছিল ?

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

4. গেটৱে অৱ ইণ্ডিয়া কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ

5. কলিকতা উচ্চতম ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ ঃ

6. এলফিনষ্টৱন চাৰ্কল কি আহিছিল ?

উত্তৰ ঃ

7. 1911 চনত গেট ৱে অৱ ইণ্ডিয়া কি কাৰণবশতঃ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ

8. ডাচ্চ সকলৰ মূল ঘাটি ভাৰতত ক'ত আছিল ?

উত্তৰ ঃ

9. মুম্বাই অঞ্চলটো কোম্পানী হাটলৈ কেতিয়া আহিছিল ?

উত্তৰ ঃ 

10. ছেন থম অঞ্চলটো কিয় বিখ্যাত ?

উত্তৰ ঃ

11. ভাৰতৰ ৰেলসেৱা প্ৰথম কোনে আৰম্ভ কৰিছিল ?

উত্তৰ ঃ

12. গঞ্জ মানে কি ?

উত্তৰ ঃ

13. ১৮ শতিকাৰ ভাৰতৰ দুটা বিখ্যাত সমুদ্ৰ বন্দৰৰ নাম লিখা ।

উত্তৰ ঃ

13. প্ৰাক - উপনিবেশিক সময়ত দক্ষিণ ভাৰতৰ নগৰবোৰৰ মূখ্য কেন্দ্ৰবিন্দু কি আছিল ?

উত্তৰঃ

14. কোনজন গবৰ্ণৰ জেনেৰেল কলিকতা মহানগৰীৰ পৰিকল্পনা কৰিছিল ?

উত্তৰ  ঃ

15. ছাৰ - কৱাচজী - জাহাংগীৰ ৰেডিমনি কোন আছিল ?

উত্তৰ ঃ

16. পলাশী যুদ্ধকোন চনত হৈছিল ? 

উত্তৰ ঃ

17. ব্ৰিটিছ ইষ্টিইণ্ডিয়া কোম্পানীয়ে কেতিয়া মাদ্ৰাজত বাণিজ্য কুঠি কৰিছিল ?

উত্তৰ ঃ

18. কলিকতাৰ লটাৰী কমিটি কি আছিল ? 

উত্তৰ ঃ

19. পণ্ডিচেৰীত কোনটো বিদেশী কোম্পানীয়ে ঘাটি পাতিছইল ?

উত্তৰ ঃ

20. ব্ৰিটিছে ভাৰতৰ কোনখন ঠাইত প্ৰথম বাণিজ্।কেন্দ্ৰ স্থাপন কৰিছিল ?'

উত্তৰ ঃ

21. ব্ৰিটিছ ইষ্ট - ইণঅডিয়া কোম্পানীয়ে কেতিয়া কলিকতা দখল কৰিছইল ?

উত্তৰ ঃ 

22. হাৰ্ণিমান চাৰ্কল বুলিলে কি বুজা ?

উত্তৰ ঃ

23. F . W Stevens কোন ?

উত্তৰ ঃ

24. বোম্বাই দ্বাপটো কোনে ইংৰাজসকলক দিছইল ?

উত্তৰ ঃ

25. চেইন্ট জৰ্জ দুৰ্গ ক'ত অৱস্থিত ?

উত্তৰ 

26. কাচবা কি ?

উত্তৰ ঃ

27.সৰ্বভাৰতীয় লোকপিয়ল প্ৰথমে কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ ঃ

28. ৰাজবাই টাৱাৰ বুলিলে কি বুজা ?

উত্তৰ ঃ

29. ১৫১০ চনত পতুৰ্গীজসকলে ক'ত বাণিজ্যমুঠি প্ৰতিষ্ঠা কৰিছইল ?

উত্তৰ ঃ

30. চুৱেজখাল কেতিয়া মুকলি কৰা হৈছিল ?

উত্তৰ ঃ

31. ভাৰতত কোনচনত প্ৰথমে ৰেলৰ চলাচল হৈছিল ?

উত্তৰ ঃ

32. বোম্বে টাউন হল কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ

33. ব্ৰিটিছসকলৰ কলিকতাত থকা দুৰ্গটোৰ নাম কি ?

উত্তৰ ঃ

B. Short Type Question .


1. কাচবাহ আৰু গঞ্জ কি আছিল ?

( এই প্ৰশ্নটো 2013 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

2. শ্বেতাংগ আৰু কৃষ্ণাংগ নগৰ বুলিলে কি বুজা ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

3. ১৮৭৩ চনত অন্তৱৰ্তী সীমা নিয়ন্ত্ৰণ আইন বুলিলে কি বুজা ? 

( এই প্ৰশ্নটো 2013 আৰু 2017 চনত আহিছিল )


উত্তৰ ঃ

4.  বোম্বাই মহানবৰীত দেখিবলৈ পোৱা দুটা ঔপনিৱেশিক স্থাপত্যশৈলী উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

5. লোক - গণনাকাৰী বিষয়াসকলে তথ্য সংগ্ৰহ আৰু শ্ৰেণীকৰণত সম্নুখীন হোৱা যি কোনো দুটা সমস্যা লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

6. লটাৰী কমিটি মানে কি ?

উত্তৰ ঃ

7. ৰাইটাৰ্ঠ বিল্ডিং মানে কি আছিল ?

উত্তৰ ঃ

8. ইণ্ডো চাৰাচেনিক স্থাপত্য কলা মানে কি ?

উত্তৰ ঃ

9. ব্ৰিটিছে কিয় অসামৰিক সীমাৰেখা সৃষ্টি কৰিছিল ? দুটা কাৰণ দৰ্শোৱা ।

উত্তৰ ঃ

10. ভিক্তোৰীয়া টাৰ্মিনাছ কি আছিল ?

উত্তৰ ঃ

11. বুম্বাই দ্বীপটো কেনেকৈ ইঁৰাজৰ অধীনস্থ হৈছিল ?

উত্তৰ ঃ

12. ১৮৫০ চনটো ভাৰতীয় উদ্যোগৰ বাবে কিয় গুৰুত্বপূৰ্ণ ?

উত্তৰ ঃ

13. ব্ৰিটিছ আমোলত কি কি স্থাপত্য কলাই ভাৰতীয় নিৰ্মাণ শিল্পক সমৃদ্ধ কৰিছইল ?

উত্তৰ ঃ

14. চুৱেজ খাল কেনেদৰে বুম্বাইক গুৰুত্বপূৰ্ণ কৰি তুলিছিল ?

উত্তৰ ঃ

15. ইংৰাজ আমোলৰ অষ্টাদশ শতিকাত ভাৰতীয় মহিলাৰ বৌদ্ধিক বিকাশৰ বৰ্ণনা কৰা ।

উত্তৰ ঃ


C. Essay Type Questions .


1. নতুন ঔপনিৱেশিক মহানগৰবোৰত সামাজিক সম্পৰ্ক কিমান পৰিৱৰ্তন ঘটিছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

2. মদুম মহল আৰু হাতীশালৰ দৰে স্থাপত্যবোৰে পৃষ্ঠাপোষকতা আগবঢ়োৱা শাসকসকলৰ বিষয়ে কি ধাৰণা দিয়ে ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

3. ঔপনেৱেশিক বন্দৰ নগৰসমূহ দ্ৰুতগতিত নৱ - অৰ্থনৈতিক মুখ্যকেন্দ্ৰলৈ কিদৰে ৰূপান্তৰিত হৈছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

4. কোম্পানীৰ আমলোৰ নতুন নগৰবোৰৰ সামাজিক জীৱন সম্পৰ্কে লিখা ।

উত্তৰ ঃ

5. কলিকতা মহানগৰৰ সৃষ্টি কথা লিখা ।

উত্তৰ ঃ

6. বৃটিছৰ আমোলত হোৱা লোকপিয়লৰ বিষয়ে লিখা ।

উত্তৰ ঃ

7. উপনিবেশিক নগৰবোৰত কেনেধৰণৰ ৰাজহুৱা অঞ্চল গঢ় লৈ উঠিছিল ? সেইবোৰৰ কাৰ্যকলাপ বৰ্ণনা কৰা ।

উত্তৰ ঃ

8. বোম্বাইত দেখা পোৱা ঔপনিবেশিক যুগৰ স্থাপত্য কলাৰ বিষয়ে লিখা ।

উত্তৰ ঃ

9. কোম্পানীৰ আমোলৰ পাহাৰীয়া নিবাস গঠনৰ বিষয়ে লিখা ।

উত্তৰ ঃ

10. ওঠৰ শতিকাত ভাৰতীয় নগৰীয়া অঞ্চলৰ পৰিবৰিতন কেনেদৰে হৈছিল ?

উত্তৰ ঃ

11. নগৰ হিচাপে মাদ্ৰাজৰ উত্থান সম্পৰ্কে লিখা ।

উত্তৰ ঃ

12. ইংৰাজৰ আমোলত গঢ়ি উঠা সমুদ্ৰ বন্দৰবোৰৰ বিষয়ে লিখা ।

উত্তক ঃ

13. ভাৰতীয় প্ৰতিষ্ঠিত ব্যৱসায়ীসকলে ঔপনিবেশিক নগৰবোৰত কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ ঃ