A. Very Short Type Questions -

1. যোতদাৰসকল কোন  ?
(এই প্ৰশ্নটো 2014 আৰু 2015 চনত আহিছিল )
উওৰঃ

2. শাহুকাৰসকল কোন আছিল ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল )
উওৰঃ

3. বুকানন কোন আছিল ?
(এই প্ৰশ্নটো 2012 চনত আহিছিল )
উওৰঃ

4. 'ডামি-ই-কোহ' কি আছিল ?
(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উওৰঃ

5. বঙ্গদেশত চিৰস্থায়ী বন্দৱস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?
(এই প্ৰশ্নটো 2015 আৰু 2018 চনত আহিছিল )
উওৰঃ

6. চিৰস্থায়ী বন্দবস্ত কোনজন গৰ্বনৰে প্ৰচলন কৰিছিল ?
উওৰঃ

7. ভাৰতৰ কোন ঠাইত পোন প্ৰথমে ঔপনিবেশিক শাসন আৰম্ভ হৈছিল ?
উওৰঃ

8. ১৮৭৫ চনত দাক্ষিণাত্যৰ ক'ত কৃষক বিদ্ৰোহ হৈছিল ?
উওৰঃ

9. বংগ প্ৰদেশৰ কোন চনত চিৰস্থায়ী বন্দৱস্তৰ প্ৰচলন কৰা হৈছিল ?
উওৰঃ

10. ইংলিছ ইষ্ট-ইণ্ডিয়া কোমম্পানীয়ে কেতিয়া বংগৰ দেৱানী লাভ কৰিছিল 
উওৰঃ

11. ১৮৫৬ চনৰ ঢাওঢাল বিদ্ৰোহৰ নে়টা কোন আছিল ?
উওৰঃ

12. কোন বছৰত দাক্ষিণাত্যত চুপাবিদ্ৰোহ সংঘটিত হৈছিল ?
উওৰঃ

13. বৃটেইনত কোন চনত 'কপাহ যোগান সস্থা ' প্ৰতিষ্ঠিত হৈছিল ?
উওৰঃ

14. চাওতাল বিদ্ৰোহ কোন চনত হৈছিল ?
উওৰঃ

15. দক্ষিণাত্যৰ ৰায়ত কমিচন কেতিয়া গঠন কৰা হৈছিল ?
উওৰঃ

16. জোটাদাৰ বুলিলে কি বুজা ?
উওৰঃ

17. শাহুকাৰসকল কোন আছিল ?
উওৰঃ

18. মানচেষ্টাৰ কটন উদ্যোগ কেতিয়া প্ৰতিষ্ঠিত হৈছিল ?
উওৰঃ

19. ডেভিড ৰিকাৰ্ডো কোন ?
উওৰঃ

20. ডোক্কান ৰয়তছ কমিছন কি ?
উওৰঃ

21. ডমিন-ই-কোহ মানে কি ?
উওৰঃ
  
B. Short Type Questions . 

1. জামিদাৰসকলতকৈ প্ৰায় গাঁৱলীয়া যোতাদাৰসকলে বেছি প্ৰভাৱশালী । দুটা কাৰণ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2014 চনত আহিছিল )
উওৰঃ

2. চাওতাল বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল )
উওৰঃ

3. বুকানন কোন আছিল ? ভাৰত বুৰজ্ঞীত তেওঁৰ ভ্ৰমণ টোকা কিমান মূল্যবান ?
(এই প্ৰশ্নটো 2014 চনত আহিছিল )
উওৰঃ

4. চাওতালসকলে বৃটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰাৰ দুটা কাৰণ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2012 চনত আহিছিল )
উওৰঃ

5. বুচানন হেমিল্টন কোন ? অসমৰ ওপৰত লিখা তেওঁৰ কিতাপখনৰ নাম কি ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল )
উওৰঃ

6. আমেৰিকা গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন কেনেকৈ প্ৰভাৱান্বিত কৰিছিল ?
(এই প্ৰশ্নটো 2013 চনত আহিছিল )
উওৰঃ

7. জোটাদাৰসকলৰ চাৰিটা বৈশিষ্ট্য লিখা ।
উওৰঃ

8. তালুকদাৰ বুলিলে কি বুজা ?
উওৰঃ

9. জোটাদাৰ আৰু মণ্ডলৰ লগত জমিদাৰৰ সম্পক কেনে আছিল ?
উওৰঃ

10. নীলামৰ পিছতো জমিদাৰসকলে কেনেদৰে নিজৰ সম্পওি ঘূৰাই পাইছিল ?
উওৰঃ

11. পাহাৰীসকলৰ জীৱন কেনেধৰণৰ আছিল ?
উওৰঃ

12. বুৰদ্বানৰ জমিদাৰৰ সম্পওি নীলম কৰা হৈছিল ?
উওৰঃ  

13. ৰায়তোৱাৰি ব্যৱস্থা কি?
উত্তৰঃ

14. ডেক্কান ৰায়তছ কমিছন অৰ্থাৎ দাক্ষিণাত্য কৃষক আয়োগৰ বিষয়ে এটা টোকা লিখায়।
উত্তৰঃ

15. একুৱাটিন্ট কি?
উত্তৰঃ

16. ইংৰাজ প্ৰশাসনে ১৮৫৯ চনত কিয় লিমিটেশ্ব্যন আইন গ্ৰহণ কৰিছিল?
উত্তৰঃ

17. চাহুকাৰ মানে কি?
উত্তৰঃ

18. ৰেন্টিয়াৰ মানে কি?
উত্তৰঃ

19. চাওতাসকলে কিয় ৰাজমহললৈ আহিছিল?
উত্তৰঃ

20. ঋণদাতা সকলৰ বিৰুদ্ধে দাক্ষিণাত্যত দেখা দিয়া বিদ্ৰোহৰ দুটা কাৰণ লিখা।
উত্তৰঃ

21. ১৮৭৫ চনৰ কৃষক বিদ্ৰোহৰ বিশেষ বৈশিষ্ট্যবোৰ কি কি আছিল?
উত্তৰঃ

22. জামিনদাৰসকলে ৰাজহ দিবলৈ অসমৰ্থ হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰঃ


C. Essay Type Question Answer:
 
 1.  বৃটিছৰ আমোলত বংগৰ পাহাৰীয়া সকলৰ জীৱন শৈলীৰ বিষয়ে লিখা ।


2. আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়ত সকলৰ জীৱন যাত্ৰাত কেনেদৰে প্ৰভাৱ পেলাইছিল ?
( এই প্ৰশ্নটো 2018 চনত )
 

3. চিৰস্থাই বন্দবস্ত কেনেদৰে জমিদাৰসকলৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈছিল ?
উত্তৰ ঃ

4. আমেৰিকাৰ গৃহযুদ্ধই কিদৰে ভাৰতীয় কৃষকক কিদৰে প্ৰভাবিত কৰিছিল ?
উত্তৰ ঃ

5. কিয় দুখীয়া গৃহক সকলৰ ঋণগ্ৰস্ত বোজা ক্ৰমাৎ বাঢ়ি গৈছিল ?
উত্তৰ ঃ

6. পঞ্চম প্ৰতিবেদন সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰ ঃ

7. কিয় আৰু কেনেকৈ জোটদাৰসকল বংগদেশৰ গ্ৰামাঞ্চলত শক্তিশাসী হৈছিল ?
উত্তৰ ঃ

8. বহিৰাতসকলৰ লগত পাহাৰীয়া সকলৰ সহাৰি কোনো বৰ্ণনা দিয়া ।
উত্তৰ ঃ

9. দাক্ষিণাত্যত কিয় আৰু কেনেদৰে ৰায়তসকলে ঋণদাতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ?
উত্তৰ ঃ

10. বৃটিছ আমোলত ভাৰতৰ কপাহ বাণিজ্য বিষয়ে লিখা ।
উত্তৰ ঃ

11. বহিৰাগতসকলৰ আগমনৰ প্ৰতি পাহাৰীয়া সকলে কিদৰে সঁহাৰি দিছিল ?
উত্তৰ ঃ

12. ফ্ৰান্সিছ বুচাননৰ বৰ্ণনা আলোচনা কৰা ।
উত্তৰ ঃ

13. চাওতালীসকলে বৃটিছৰ বিৰুদ্ধে কিয় বিদ্ৰোহ কৰিছিল ?
উত্তৰ ঃ