A. Very Short Type Questions .

1. ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্ত্তত সমিতিৰ সভাপতি কোন আছিল ?

( এই প্ৰশ্নটো 2013 আৰু 2017 চনত আহিছিল )
উত্তৰ ঃ 

2. স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ?

( এই প্ৰশ্নটো 2012 আৰু 2014 চনত আহিছিল )
উত্তৰ ঃ

3. গোবিন্দ পল্লভ পন্ত কোন ?
উত্তৰ ঃ

4. সংবিধান সভাৰ স্থাই সভাপতি কোন আছিল ?
উত্তৰ ঃ

5. ভাৰতৰ ৰাষ্ট্ৰভাষা কি ?
উত্তৰ ঃ

6. ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ?
উত্তৰ ঃ

7. ১৯৩৫ চনৰ ভাৰত শাসন আইনে ভাৰতীয় সংবিধানক কেনেদৰে সহায় কৰিছে ?
উত্তৰ ঃ

8. সংবিধান সভাত উদ্দেশ্য প্ৰস্তাব কোনে আগবঢ়াইছিল ?
উত্তৰ ঃ

9. ভাৰত সংবিধান সভা কেতিয়া গঠিত হৈছিল ?
উত্তৰ ঃ

10. ভাৰত সংবিধান প্ৰস্ত্ততকৰণৰ সময়ত কোনে সংবিধান সভাত উদ্দেশ্য প্ৰস্তাৱ ( The ob - jective Resolution ) উত্থাপন কৰিছিল ?
উত্তৰ ঃ

11. ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল ?
উত্তৰ ঃ

12. ভাৰত সংবিধানৰ আধাৰ কি ?
উত্তৰ ঃ

B. Short Type Questions .

1. ভাৰতৰ অস্পৃশ্যতা নিৰ্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ

2. ভাৰতীয় সংবিধআনৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা ।
( এই প্ৰস্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ

3. কেবিনেট মিছনৰ প্ৰস্তাৱ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ ঃ

4. মুছলীম লীগে কিয় অন্তবতীকালীন চৰকাৰত যোগ দিছিল ?
উত্তৰ ঃ

5. উদ্দেশ্য প্ৰস্তাৱত কি আদৰ্শৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ?
উত্তৰ ঃ

6. ডঃ আম্বেদকাৰে নিষ্পেষিত শ্ৰেণীৰ বাবে সুকীয়া ভোটাধিকাৰৰ ব্যৱস্থাৰ কিয় দাবী জডনাইছিল ? - দুটা কাৰণ দিয়া ।
উত্তৰ ঃ

7. ভাৰতৰ স্বাধীনতা প্ৰাপ্তিত ইংলেণ্ডত লেবাৰ দলৰ আগমনে কেনেদৰে সহায় কৰিছিল ? 
উত্তৰ ঃ

8. মুছলীম লীগে কিয় সংবিধান সভা ভংগ কৰাৰ দাবী তুলিছিল ?
উত্তৰ ঃ


C. Essay Type Questions .

1. ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰ দেখুওৱা ঃ গুৱাহাটী , যোৰহাট , বাৰানসী , দিল্লী , কানপুৰ আৰু মুম্বাই ।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ

2. ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰ দেখুওৱা ঃ পাটালিপুত্ৰ , আগ্ৰা , অমৃতসৰ , চেন্নাই , কোলকটা , আৰু গড়গাওঁ ।
( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )
উত্তৰ ঃ

3. পৃথক নিৰ্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিতৰ্কত কিছুমান সদদস্যই কি কি যুক্তি আগবঢ়াইছিল ? উল্লেখ কৰা ।
( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ

4.জিবি পন্টে সুনাগৰিকক গুণসমূহ কেনেদৰে বাখ্যা কৰিছে ।
উত্তৰ ঃ

5. সংবিধান সভাই েকেনেদৰে ভাষা বিতৰ্ক সমাধান কৰিব খুজিছিল ?
উত্তৰ ঃ

6. ৰাজ্যসমূহক কেনেদৰে ক্ষমতা দিয়া হৈছে বহলাই লিখা ।
উত্তৰ ঃ

7. সংবিধান প্ৰণয়নত ডঃ বি,  আৰ , আম্বেদকাৰৰ ভূমিকা লিখা ।
উত্তৰ ঃ

8. ভাৰতৰ সংবিধানৰ লক্ষ্যণীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰ ঃ

9. ভাৰতীয় সংবিধানৰ দুটা আটাইতকৈ উল্লেখযোগ্য মূখ্য বৈশি।ষ্ট্য লিখা সাৰ্বজনীয় প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু ধৰ্মপেক্ষতা - তুমি একমন নে লিখা ।
উত্তৰ ঃ


10. কি ঐতিহাসিক আদৰ্শই ভাৰতীয় সংবিধআন প্ৰণয়নত অৰিহণা যোগাইছিল ?
উত্তৰ ঃ

11. ভাৰতীয় সংবিধানৰ উল্লেখনীয় বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰা ।
উত্তৰ ঃ

12. ভাৰত সংবিধান কেতিয়া আৰু কেনেকৈ ৰচনা কৰা হৈছিল ?
উত্তৰ ঃ

13. সংবিধান সভাত জৱাহৰলাল নেহেৰুৰ ভূমিকা লিখা । 
উত্তৰ ঃ