A. Short Type Question .


1. বিজয়নগৰৰ সৰ্ববিখ্যাত শাসকজন কোন আছিল ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

2. বিজয় নগৰ ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

3. বিজয়নগৰৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ

4. পোনপ্ৰথমে কোনে আৰু কেতিয়া হাম্পি আৱিষ্কাৰ কৰিছইল ?

( এই প্ৰশ্নটো 2012 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

5. গপুৰম্ কি ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

6. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

7. নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

8. বিজয়নগৰত ৰাজত্ব কৰা বংশকেইটাৰ নাম লিখা ।

উত্তৰ ঃ

9. বিজয়নগৰ ৰাজ্যৰ বাট - পথৰ বিষয়ে চমূকৈ লিখা ।

উত্তৰ ঃ

10. বিজয়নগৰ দুৰ্গৰ ইণ্ডো - ইছলামীক কলাৰ দুটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ ঃ

11. বিজয়নগৰ ৰাজ্যৰ ওচৰ - চুবুৰীয়া অন্য দুখন ৰাজ্যৰ নাম লিখা ।টউত্তৰ ঃ

12. বিজয়নগৰ ৰাজকীয় কেন্দ্ৰৰ বিষয়ে বৰ্ণনা দিয়া ।

উত্তৰ ঃ

13. অমৰ নায়ক ধাৰণাতো বুজাই লিঁখা ।

উত্তৰ ঃ

14.মেকেঞ্জিয়ে কেনেদৰে হাম্পি আৱিষ্কাৰ কৰিছইল ?

উত্তৰ ঃ

15. বিজয়নগৰৰ মন্দিৰৰ আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্যকেইটা লিখা ।

উত্তৰ ঃ 

16. বিজয়নগৰৰ ৰজা আৰু বাহমনি সাম্ৰাজ্যৰ চুলতান সকলৰ মাজত সম্পৰ্ক কেনে আছিল ?

উত্তৰ ঃ

17. বিজয়নগৰৰ ৰজাৰ সম্পৰ্কে চমূকৈ লিখা ।ট

উত্তৰ ঃ

18. বিজয়নগৰৰ বজাৰত সততে কি কি সামগ্ৰী বেচা - কিনা হৈছিল ?

উত্তৰ ঃ

19. বিজয়নগৰৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল ? এইটো কিয় বিখ্য়াত ?

উত্তৰ ঃ

20. মহানৱমী ডিব্বা বুলিলে কি বুজা ?

উত্তৰ ঃ

21. বিজয়নগৰ ৰাজ্যৰ অৱস্থিতি বৰ্ণনা কৰা ।

উত্তৰ ঃ

22. হাম্পী কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল ? পৰৱৰ্তী সময়ত ইয়াৰ ধংসাৱশেষ অধ্যয়ন কৰোতে ব্যৱহৃত দুটা পদ্ধতিৰ নাম লিখা ।

উত্তৰ ঃ



Essay Type Question .


1. কলিন মেকেনজি কোন আছিল ? বিজয়নগৰৰ এতিহাসলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

2. বিজয়নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটি বৰ্ণনা দিয়া । এই ব্যৱস্থাই কৃষিক্ষেত্ৰতকো কিয় পৰিবেষ্টিত কৰিছিল ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

3. বিজয়নগৰৰ সাম্ৰাজ্যৰ অমৰ - ৱনায়কসকলৰ ভূমিকা আলোচনা কৰা ।

( এই প্ৰশ্নটো 2013 আৰু 2017 চনত আহিছিল )

4. তলত দিয়া পাঠৰ অংশবোৰ ভালদৰে পঢ়ি টোৱা আৰু সেইমতে প্ৰশ্নবোৰৰ উত্তৰ লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

5. বিজয়নগৰ ৰাজ্যৰ পতনৰ কাৰণ বৰ্ণনা কৰা ।

উত্তৰ ঃ

6. বিজয়নগৰৰ সাধাৰণ মানুহৰ জীৱন - ধাৰণ সম্পৰ্কে এটা আভাস দিয়া ।

উত্তৰ ঃ

7. বিজয়নগৰৰ মন্দিৰ নিৰ্মাণৰ কলা - কৌশল সম্পৰ্কে বৰ্ণনা কৰা ।

উত্তৰ ঃ

8. বিজয়নগৰত মহানৱমী দিব্বা কিয় নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ

9. কলিন মেকেঞ্জি কোন আছিল ? বিজয়নগৰৰ ইতিহাসলৈ তেওঁৰ বৰঙণি নিৰূপন কৰা ?

উত্তৰ ঃ

10. বিজয়নগৰ সাম্ৰাজ্যৰ পানী যোগান ব্যৱস্থা সম্পৰ্কে লিখা ।

উত্তৰ ঃ

11.বিজয়নগৰৰ স্থপতিবিদসকলক কি ধৰণৰ পৰম্পৰাগত কলাই উতসাহিত কৰিছইল ? তেওঁলোকে ইয়াক কিদৰে সলনি কৰিছিল ?

উত্তৰ ঃ

12. বিজয়নগৰৰ দুৰ্গ নিৰ্মাণ সম্পৰ্কে বৰ্ণনা কৰা ।

উত্তৰ ঃ

13. মহানবমী দিব্বাৰ সৈতে জড়িত ধৰ্মীয় আচাৰ - অনুস্থানসমূহৰ কি কি তাতপৰ্য থাকিব পাৰে বুলি তুমি ভাবা ?

উত্তৰ ঃ 



Very Short Type Question .


1. বৃহদেস্বৰ মন্দিৰ ক'ত অৱস্থিত ?

উত্তৰ ঃ

 2. বিজয়নগৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ?

উত্তৰ ঃ

3. কুডুিৰাই চেট্টি বুলিলেো কি বুজা ?

উত্তৰ ঃ

4. বিজয়নগৰ শব্দৰ অৰ্থ কি ?

উত্তৰ ঃ

5. হাম্পি কেতিয়াৰ পৰা বিশ্ব - ঐতিহ্য ক্ষেত্ৰৰূপে জনাজাত হয় ?

উত্তৰ ঃ

6. বিজয়নগৰ ৰাজ্যৰ ভগ্নাৱশেষ কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰ ঃ

7. টালিকোটা যুদ্ধত পৰাজিত ৰাজ্যখনৰ নাম কি আছিল ?

উত্তৰ ঃ

8. বিজয়নগৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছইল ?

উত্তৰ ঃ

9.কৃষ্ণদেৱ ৰায় কোন আছিল ?

উত্তৰ ঃ

10. হাম্পি কিয় বিখ্য়াত ?

উত্তৰ ঃ

11. চিন্নকেশৱৱ মন্দিৰ ক'ত আছে ?

উত্তৰ ঃ.