আগমন আৰু ইয়াৰ প্ৰকাৰ 

 INDUCTION AND ITS KINDS  


 A Very short Type Questions :   


১ . নিগমনত আধাৰ বচন হিচাপে ব্যৱহত সার্বিক বচন আগমনে যােগান ধৰে । ” এইটো সত্যনে ?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

2. আগমন অনুমানৰ আশ্ৰয়বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে । এইটো সত্য়নে ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

3. আগমনত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে  সিদ্ধান্ত নিঃসৃত হয় ।

এইটো অসত্য নে ?

(এই প্ৰশ্নটো 2014 চনত আহিছিল) 

4. অবৈজ্ঞানিক আগমনৰ সিন্ধান্ত নিশ্চিত । কথাষাৰ সত্যনে ?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

5.  সকলো মানুহ হয় ধাৰ্মিক ।- এই  বচনটো বিশ্লেষক নে সংশ্লেষক?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. যথাৰ্থ আগমনৰ  মূল লক্ষণ কি ?

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)

7. পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে ?

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)

8. “ মানুহৰ দৰে উদ্ভিদৰাে । জন্ম , বৃদ্ধি আৰু মৃত্যু আছে । মানুহৰ বুদ্ধি আছে । গতিকে । উদ্ভিদৰৰা বুদ্ধি আছে ” । এনে সাদৃশ্যমূলক অনুমানক কোন প্রকাৰৰ সাদৃশ্যমূলক অনুমান বুলি কোৱা হয় ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


9. বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


10. সাদৃশ্যানুমানৰ  ভিত্তি কি ?

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)


11. তথাকথিত আগমন বা আগমনাভাস কাক বােলে ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


12. অবৈজ্ঞানিক আগমনৰ আধাৰ কি ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

13. আগমনৰ মূল লক্ষণ কি ?

14. “ সকলাে কাউৰীক’লা ” ই কোন প্রকাৰৰ আগমনৰ উদাহৰণ ?

15. বৈজ্ঞানিক আগমনৰ  সিদ্ধান্তটো এটা যথার্থ সামান্য বচন হয়নে ?

16. সাদৃশ্যানুমান কি ? 

17. বৈজ্ঞানিক আগমন কি ? 

18. আগমনাত্মক জাঁপ কি ?

19. প্রকৃত আগমন কি ?

20. আগমনৰ সমস্যা আমি কেনেদৰে সমাধান কৰিব পাৰাে ?

21. স্বতঃসিদ্ধ নিয়ম কি ?

22. যথার্থ বচন কি ?

23. সামান্যবচনৰ বস্তুগত সত্যতা কেনেদৰে  নিৰূপন কৰিব পাৰি ?

24. আগমন অবিহনে নিগমনৰ সামান্য আশ্রয়বচন সম্ভৱনে ?

25. আগমনৰ সিদ্ধান্তটো এটা সামান্য বচন হয়নে ?

26. নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে ?

27. আগমনৰ প্রধান লক্ষ্য কি ? 

28. নিগমনৰ আশ্রয়বচনটো সত্য বুলি গ্ৰহণ কৰা হয়নে ?

29. নিগমনৰ সিদ্ধান্তটো আশ্রয়বাক্যতকৈ অধিক ব্যাপক হয়নে ?

30.পাশ্চাত্য তর্কবিজ্ঞানত অনুমানৰ ভাগ দুটা কি কি ?

31. আগমন অনুমান কি ?

32. আগমন সমস্যা কি ?

33. আগমন অনুমানৰ ভূমিকা কি ?

34. গমনৰ প্রতিষ্ঠাতা কোন ?

35. আগমনৰ প্রয়ােজনীয়তা কি ?

36. অনুমান কি ?

37. আগমনত আমি বিশেষৰপৰা সামান্যলৈ গতি কৰােনে ?

38. আগমনৰ সিদ্ধান্তটো আশ্রয়বাক্যতকৈ  অধিক ব্যাপক হয়নে ?

39. আগমনৰ সিদ্ধান্তটো চুড়ান্তভাৱে বৈধনে ?

40. আগমনৰ আশ্রয়বাক্যবােৰ বস্তুগতভাৱে সত্যনে ?

41. নিগমনৰ সিদ্ধান্তটো অনিবার্যভাৱে আশ্রয়বাক্যৰপৰা নিঃসৰণ কৰা হয়নে ?

42. আগমন আৰু নিগমনৰ মাজত মৌলিক পার্থক্য আছেনে ?

43. আগমনৰ সিদ্ধন্তটো আকাৰগত আৰু বস্তুগত উভয় প্রকাৰুে বৈধনে ?

44. সংশ্লেষক সামান্যবচনৰ সত্যতা কেনেকৈ  নিৰূপণ কৰিব পাৰি ?

45. শাব্দিক বচন কি ?

46. এটা যথার্থ বচনে সকলাে কালৰ দৃষ্টান্তকে সামৰি লয়নে ?

47. আগমনৰ প্রধান প্রকাৰকেইটা কি কি ?

48. তথাকথিত আগমন বা আগমনাভাস কি ?

49. প্রকৃত আগমনৰ প্ৰকাৰ তিনিটা কি কি ?

50. অবৈজ্ঞানিক আগমন কি।

51. তথাকথিত আগমনৰ প্ৰকাৰ তিনিটা কি কি ?

52. যথার্থ বা প্রকৃত আগমন কেই প্ৰকাৰৰ ?

53. আগমন কেইপ্ৰকাৰৰ আৰু কি কি ?

54. অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো এটা যথাৰ্থ সামান্য বচন হয়নে ?

55. বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি ?

56. পূর্ণ আগমনত আগমনাত্মক জীপ উপস্থিত থাকেনে ?

57. কিহৰ ওপৰত ভিত্তি কৰি আগমনক  দুভাগত ভাগ কৰা হৈছে ?

58. সাদৃশ্যানুমানৰ ভিত্তি ? কি ?

59. অবৈজ্ঞানিক আগমনে এটা যথার্থ  সামান্যবচন প্রতিষ্ঠা কৰিব পাৰেনে ?

60. তথাকথিত আগমন বা আগমনাভায়  কেইপ্ৰকাৰৰ ?

61. সাদৃশ্যানুমানৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

62. বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ | বচন প্রতিষ্ঠা কৰে ?

63. সাদৃস্যানুমানৰ সিদ্ধান্ত সম্ভৱনামূলক ” —এইটো সত্যনে ?

64. আগমনৰ সংকট কি ?

65. Epagogue শব্দটোৰ অর্থ কি ?

66. আগমনৰ সিদ্ধান্তটো আকাৰত আৰু বস্তুগতভাৱে সত্য হয়নে ? 

67. “ অবৈজ্ঞানিক আগমন এটা শিশুসুলভ কর্ম । ” এই কথাষাৰৰ বক্তা কোন ?

68. “ সকলাে মানুহ হয় মৰণশীল । ” – এইটো | বৈজ্ঞানিক আগমনৰ এটা উদাহৰণ হয়নে ?

69. বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ?

70. আগমন আধাৰ কি ? 

71. ঘটনাসংযােজন যথার্থবা প্রকৃত আগমনৰ এটা প্রকাৰহয়নে ?

72. বৈজ্ঞানিক আগমন এটা জটিল প্রক্রিয়া হয়নে ?

73. “ আগমনে নিগমনৰ সামান্য বচন প্রতিষ্ঠাকৰে ” -এই উক্তিটোসত্যনে ?

74. “ সকলাে অনুমানেই মূলত T সাদৃশ্যানুমান ভিত্তিক । ” এই কথাষাৰ কোনে কৈছিল ?

75. দুঃসাদৃশ্যানুমান কি ?

76. সাদৃশ্যামুমানৰ প্ৰকাৰ দুটা কি কি ?

77. আগমনাত্মক  জাঁপ সাদৃশ্যানুমানত উপস্থিত থাকেনে ?

78. গ্রামলে এজন অবৈজ্ঞানিক আগমনৰ সমর্থক হয়নে ?

79. কিহৰ ওপৰত ভিত্তি কৰি অবৈজ্ঞানিক আগমনে সামান্য বচন প্রতিষ্ঠা কৰে ? 

80. পর্যবেক্ষণে আমাক সামান্যবচন দিব পাৰেনে ?


81. অবৈজ্ঞানিক আগমনৰ | সিদ্ধান্তটো কার্যকাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত হয়নে ?


82. বেকনে অবৈজ্ঞানিক আগমন সমর্থন কৰেনে ?


83. সাদৃশ্যানুমানৰ মূল  ভিত্তি কি ?


82. সাদৃশ্যানুমানৰ  সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয়নে ?


83. সু - সাদৃশ্যানুমান কি ?


84. সকলো প্রকাৰৰ অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিকনে ?


85. আগমন কেৱল আকাগত সত্যতাৰ লগত জড়িতনে ?


86. সাদৃশ্যানুমানত কেইটা দৃষ্টান্তৰ প্রয়ােজন হয় ? 


87. সাদৃশ্যামানত আগমনাত্মক জাঁপ উপস্থিত আছেনে ?


B. Short Type Questions :


1. সাদৃশ্য মূলক অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


2. সুসাদৃশ্যমূলক অনুমান কাক বােলে ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


3. আগমনাত্মক আৰু নিগমনাত্মক অনুমানৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)


4. বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা যিকোনাে দুটা সাদৃশ্য উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)


5. উপযুক্ত উদাহৰণসহকুসাদৃশ্যমূলকবা দুঃসাদৃশ্যমূলক অনুমানৰ সংজ্ঞা 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)


6. উপযুক্ত উদাহৰণসহ বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া । ) 1 

(এই প্ৰশ্নটো 2014 চনত আহিছিল)


7. বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা | যি কোনাে তিনিটা সাদৃশ্য উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2012 চনত আহিছিল)


8. নিগমন আৰু আগমনৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা । ) 

(এই প্ৰশ্নটো 2012,2013 আৰু 2015 চনত আহিছিল)


9. উপযুক্ত উদাহৰণসহ সু - সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া ৷ ) 

(এই প্ৰশ্নটো 2012, 2014 আৰু 2016 চনত আহিছিল)


10. উপযুক্ত উদাহৰণসহ কু - সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া ৷ ) 

(এই প্ৰশ্নটো 2013 চনত আহিছিল)


11. বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2014 চনত আহিছিল)


12. সাদৃশ্যমূলক অনুমানৰ যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)


13. অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক হয় অতি চমুকৈ ব্যাখ্যা কৰা ।

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)


14. বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ।


15. আগমনাত্মক জাপবা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

16. আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা ।

17. আগমনাত্মক | জাপৰ বিষয়ে চমুটোকা লিখা ।

18. আগমনৰ চাৰিটা স্তৰ চমুকৈ ব্যাখ্যা কৰা ।

19. নিগমন আৰু আগমনৰ পার্থক্য নিৰূপন কৰা ।

20. অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা I উদাহৰণ দিয়া ।

21. আগমনাত্মক জাপ বুলিলে কি বুজা ? আগমনাত্মক জাপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক  আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

22. অবৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই । নীতি দুটাৰ অর্থ কি ?

23. উদাহৰণৰ সহায়ত ভাল সাদৃশ্যানুমান । আৰু বেয়া সাদৃশ্যামান ব্যাখ্যা কৰা ৷

24. বৈজ্ঞানিক আৰু  অবৈজ্ঞানিক আগমনৰ মাজৰ তিনিটা সাদৃশ্য উল্লেখ কৰা ।

25. বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা উল্লেখ কৰা ।

26. বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি কি ?


C Essay Type Questions :

 

অবৈজ্ঞানিক আগমন কাক বােলে ? অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা ।

[ HS '12 ]

 

তথাকথিত আগমন বা আগমনাভাস বুলিলে কি বুজা ? এইবিধ আগনমৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰি প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া ।

 [ HS '13 ]

 

বৈজ্ঞানিক আগমন কাক বােলে ? বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগনমৰ মাজত থকা দুটা সাদৃশ্য উল্লেখ কৰা ৷

[ HS '13 ]


অবৈজ্ঞানিক আগমন মানে কি ? এই প্ৰকাৰ আগমনৰ যি কোনাে দুটা বৈশিষ্ট উল্লেখ কৰা ৷

[ HS '13 ]

 

সাদৃশ্যমূলক অনুমান অবৈজ্ঞানিক অনুমানৰ মাজত থকা তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য উল্লেখ কৰা ।

[ HS '14 ]



আগমন কাক বােলে ? নিগমন আৰুআগমনৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা ?

[ HS '15 ]

 

সকলাে প্ৰকাৰৰ অনুমানেই মূলতঃ সাদৃশ্যানুমানভিক্তি । ” — এই মন্তব্যটোৰ T তাৎপর্য ব্যাখ্যা কৰা ।

[ HS '15 ]

 

সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা ।

[ HS'16 ]


সাদৃশ্যমূলক অনুমানৰ মূল্য নির্ণয় কৰিবলৈ হ'লে গ্ৰহণ কৰিবলগীয়া যিকোনাে দুটা নিয়ম উপযুক্ত উদাহৰণসহ চমুকৈ ব্যাখ্যা কৰা ।

[ HS '16 ]

সুসাদৃশ্যানুমান আৰু কুসাদৃশ্যানুমানৰ মাজত  পার্থক্য দেখুওৱা ।

[ HS '16 , '17 ]

 

উদাহৰণসহ অবৈজ্ঞানিক আগমনৰ সংজ্ঞা আগবঢ়োৱা । এইবিধ আগমনক কিয় ‘ অবৈজ্ঞানিক আগমন ’ বােলা হয় । লিখা । অবৈজ্ঞানিক আগমনৰ তিনিটা বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ?

[ HS '16 , '17 ]

 

উদাহৰণ সহ সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা লিখা । এইবিধ অনুমানৰ লক্ষণসমূহ ব্যাখ্যা কৰা ।

[ HS '16 , '17 ]

 

তালিকাৰে সৈতে বিভিন্ন প্রকাৰৰ আগমন | অনুমানৰ নামসমূহ উল্লেখ কৰা ।

[ HS '18 ]


বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা চাৰিটা পার্থক্য উল্লেখ কৰা ।

[ HS '18 ]

 

উদাহৰণসহ বৈজ্ঞানিক আগমনৰ | সংজ্ঞা আগবঢ়োৱা । এইবিধ আগমনক কিয় বৈজ্ঞানিক’আগমন । বােলা হয় লিখা । বৈজ্ঞানিক আগমনৰ তিনিটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা ।

[ HS '18 ]

 

সাদৃশ্যমূলক অনুমান কাক । বােলে ? সাদৃশ্যমূলক অনুমানৰ মূল্য কেনেদৰে নিৰ্দ্ধাৰণ কৰা T হয় ?

[ HS '18 ]