A. Very Short Type Question .


1. আকবৰনামা'ৰ লিখক কোন ?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ

2. আইন - ই - আকবৰী কোনে ৰচনা কৰিছইল ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

3. মোগলসকলৰ ৰাজসভাত কি ভাষা ব্যৱহৃত হৈছিল ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

4. হুমায়ুন নামা কোনে ৰচনা কৰিছইল ?

( এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

5. উৰ্দু ভাষাৰ সৃষ্টি কেনেকৈ হৈছিল ?

উত্তৰ ঃ

6. অউৰংগজেৱৰমৃত্যু কোন টনত হৈছিল ?

উত্তৰ ঃ

7. বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ ঃ

8. জাৰোখা দৰ্শন মানে কি ?

উত্তৰ ঃ

9. কেলিগ্ৰাফী মানে কি ?

উত্তৰ ঃ

10. আইন - ই - আকবৰী কোনে লিখিছিল ?

উত্তৰ ঃ

11. জিজিয়া কি আছিল ?

উত্তৰ ঃ

12. কি শব্দৰ পৰা মোগল শব্দটো উৎপত্তি হৈছে ?

উত্তৰ ঃ

13. বাবৰে কেতিয়া ভাৰত অধিকাৰ কৰিছিল ?

উত্তৰ ঃ

14. মোগল যুগৰ দুজন বিখ্যাত চিত্ৰকৰৰ নাম লিঁখা ।

উত্তৰ ঃ

15. মহাভাৰতৰ পাৰ্চীয়ান অনুবাদটোৰ নাম লিখা ।

উত্তৰ ঃ 

16. আব্দুল হামিদ লাহৰীৰ বিখ্য়াত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ ঃ

17.চুল - হি - কুলৰ ধাৰণাটো কি আছিল ?

উত্তৰ ঃ

18. মোগলৰ শ্ৰেষ্ঠ সম্ৰাট বুলি কাক জনা যায় ?

উত্তৰ ঃ

19. জাহানাৰা কোন আছিল ?

উত্তৰ ঃ

20. ৰালফ একুৱাভিভা কোন আছিল ?

উত্তৰ ঃ

21. মোগলসকলৰ ৰাজকাৰ্যত কি ভাষা প্ৰচলিত হৈছিল ?

উত্তৰ ঃ

22. জাৰোখা দৰ্শন মানে কি ?

উত্তৰ ঃ

23. কেলিগ্ৰাফী'ৰ অৰ্থ কি ?

উত্তৰ ঃ

24. আকবৰ নামা কোন ভাষাত ৰচিত হৈছিল ?

উত্তৰ ঃ

25. জাৰোখা দৰ্শন প্ৰথা কোনে প্ৰথমে প্ৰচলিত কৰিছইল ?

উত্তৰ ঃ

26.মুন্টাখাব - উট - তাৱাৰিখনামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰ ঃ

27. কোন বছৰত মোগলৰ সাম্ৰাজ্যৰ পতন হৈছিল ?

উত্তৰ ঃ

28. ফহেতপুৰ চিক্ৰি ক'ত ?

উত্তৰ ঃ

29. মোগল যুগত চুবা মানে কি আছিল ?

উত্তৰ ঃ

30.আলমগীৰ নামা নামৰ কিতাপখন কোনে লিখিছিল ?

উত্তৰ ঃ

31. মোগলসকলে নিজকে কিয় টাইমুৰিয়াদ হিচাপে অভিহিত কৰিছিল ?

উত্তৰ ঃ


Short Type Questions -


1. মোগল দৰবাৰত পাণ্ডুলিপি প্ৰস্ত্তুত কৰাৰ দুটা পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

2. বে - ছেৰিয়া আৰু বা - ছাৰিয়া বুলিলে কি বুজা ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

3. গুলবদন বেগম কোন আছিল ? তেওঁ লিখা কিতাপখন কি আছিল ?

উত্তৰ ঃ

4. মোগল ডাঙৰীয়াসকলে যি কোনো দুটা উল্লেখনীয় বৈশিষ্ট্যৰ বিষয়ে লিখা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

5. মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

6. আইন - ই - আকবৰী পুথিখন অনুবাদ কৰা ইংৰাজী অনুবাদক দুজনৰ নাম লিখা । তেওঁলোকে অনুবাদৰ নাম কেতিয়া সম্পূৰ্ণ কৰিছইল ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

7. বাবৰ কিয় ভাৰতলৈ আহিছিল ?

উত্তৰ ঃ

8. মোগল ডা - ডাঙৰীয়াৰ শ্ৰেণীবিভাজন কৰা ।

উত্তৰ ঃ

9. মোগল যুগৰ অনুবাদ সাহিত্যৰ বিষয়ে লিখা ।

উত্তৰ ঃ

10. কুৰ্নিচ মানে কি ?

উত্তৰ ঃ

11. চাব - ই - বৰাট মানে কি ?

উত্তৰ ঃ

12. বাবৰৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰ ঃ

13. মোগল যুগত ইৰানী আৰু পাৰ্ছীয় প্ৰভাব বাখ্য়া কৰা ।

উত্তৰ ঃ

14. ছেৰছাহে কোন চনত দিল্লী দখল কৰি লৈছিল ? হুমায়ুনে পুনৰ কেতিয়া দিল্লী দখল কৰিছইল ?

উত্তৰ ঃ

15. কিয় আৰু কেতিয়া বুলন্দ দৰৱাজা নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ ঃ

16. মোগল যুগৰ চাহাৰ তছলিম মানে কি ?

উত্তৰ ঃ

17. মোগল ৰাজসভাৰ প্ৰটকল সম্পৰ্কে লিখা ।

উত্তৰ ঃ


C. Essay Type Questions .


1. আকবৰ কোন আছিল ? তেওঁৰ যি কোনো তিনিতা কাৰ্যাৱলীৰ বিষয়ে লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

2. আইন - ই - আকবৰীক কিয় অতি গুৰুতিবপূৰ্ণ সম্বল বুলি বিবেচনা কৰা হয় ? এই আইন - ই - আকবৰী ' ৰ দুটা আসোঁৱাহ উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ 

3. মোগলৰ ডাঙৰীয়া শ্ৰেণীটোৰ বিষয়ে এটি টোকা লিখা ।

( এই প্ৰশ্নটো 2016 ৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

4. ঝৰোকা - দৰ্শন কি ? কোনে আৰু কিয় প্ৰবৰ্তন কৰিছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

5. মোগলসকলৰ প্ৰাদেশিক শাসনৰ মুখ্য বৈশিষ্ট্যসমূহ কি আছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

6. বাদশাহ - নামা'ৰ লেখকজন কোন ? কিতাপখনৰ বিষয়বস্ত্তুৰ বিষয়ে লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰ ঃ

7. মোগল প্ৰশাসনৰ বিষয়ে লিখা ।

উত্তৰ ঃ

8. মোগল যুগৰ স্থাপত্য - ভাস্কৰ্ষৰ বিষয়ে লিখা ।

উত্তৰ ঃ

9. মোগল যুগৰ সাহিত্য সম্পৰ্কে লিখা ।

উত্তৰ ঃ

10. মোগল যুগৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কঁৰা ।

উত্তৰ ঃ

11. মোগল যুগৰ ব্যৱসায় বাণিজ্যৰ সম্পৰ্কে লিখা ।

উত্তৰ ঃ

12. জেচুইট সকলে কিয় মোগল দৰবাৰলৈ আহিছিল ?

উত্তৰ ঃ

13. মোগল ৰাজপৰিয়ালৰ মহিলাসকলৰ ভূমিকা সম্পৰ্কে লিখা ।

উত্তৰ ঃ 

14. মোগল চিত্ৰশিল্পৰৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ ঃ

15. মোগল যুগৰ ধৰ্মৰ বিষয়ে লিখা ।

উত্তৰ ঃ

16. মোগল সাম্ৰাজ্যৰ চোৰাংচোৱা ব্যৱস্থাৰ বিষয়ে লিঁখা ।

উত্তৰ ঃ

18. মোগল সম্ৰাটৰ প্ৰাত্যহিক কামবোৰৰ বৰ্ণনা দিয়া ?

উত্তৰ ঃ