A. Very Short Type Questions .


1. কৰা বা মৰা শ্লোগানটো কোনে দিছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

2. মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ কৰিছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

3.দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছক কোনে প্ৰতিনিধিত্ব কৰিছইল ?

( এই প্ৰশ্নটো 2015 আৰু 2016 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

4. মুছলীম লীগে কেতিয়া প্ৰত্যক্ষ সংগ্ৰাম দিৱস ঘোষণা কৰিছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

5. মহাত্মা গান্ধীক কোনে হত্যা কৰিছইল ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

6. চাৰে - জাহাঁ - সে - আচ্ছা হিন্দুস্তা হামাৰা গীতটো - কোনে ৰচনা কৰিছিল ?

( এই প্ৰশ্নটো 2015 আৰু 2016 চনত আহিছিল )

উত্তৰঃ 

7. বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ দ্বাৰ উদঘাটন কেতিয়া হৈছিল ?

উত্তৰ ঃ

8. দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল ?

উত্তৰ ঃ

9. গান্ধীজীয়ে কেতিয়া দাণ্ডীযাত্ৰা কৰিছিল ?

উত্তৰ ঃ

10. বাৰদলি কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ ঃ

11. 1919 চনৰ ৰাওলাট আইনখন অন্য কি নামেৰে জনাজাত ?

উত্তৰ ঃ

12. পূৰ্ণ স্বৰাজ মানে কি ? 

উত্তৰ ঃ

13. চাৰ ষ্টাফৰ্ড ক্ৰিপচ কোন আছিল ?

উত্তৰ ঃ

14. মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰ ঃ

15. কাক ' জাতিৰ পিতা ' বুলি কোৱা হয় ?

উত্তৰঃ

16. প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল ?

উত্তৰঃ

17. গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল ?

উত্তৰঃ

18. হৰিজন বাতৰিকাকতখনৰ সম্পাদক কোন আছিল ?

উত্তৰঃ

19. পূৰ্ণ স্বৰাজ ঘোষণা কেতিয়া কৰা হৈছিল ?

উত্তৰঃ

20. ১৯৩৫ চনটো ভাৰতৰ বাবে কিয় বিখ্ য়াত য

উত্তৰঃ

21. স্বদেশী আন্দোলন কেতিয়া হৈছিল ?

উত্তৰ ঃ

22. ভাৰত ত্যাগ প্ৰস্থাৱ কেতিয়া গৃহিত কৰা হৈছিল ?

উত্তৰ ঃ

23. লাল - বাল - পাল কোন আছিল ?

উত্তৰ ঃ

24. প্ৰত্যক্ষ ঘোষণা দিবস কোনে ঘোষণা কৰিছিল ?

উত্তৰ ঃ

25. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল ?

উত্তৰ ঃ

26. গান্ধীজীয়ে কোনখন ঘূৰণীয়া মেজমেলত অংশ লৈছিল ?

উত্তৰ ঃ

27. চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল ?

উত্তৰ ঃ

28. চৌৰীচোৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ ঃ

29. মোহনদাস কৰমচাঁদ গান্ধী কেতিয়া আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল ?

উত্তৰ ঃ

30. ব্যক্তিগত সত্যাগ্ৰহ কোনে আৰম্ভ কৰিছিল ?

উত্তৰ ঃ

31. ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখটো ভাৰতৰ বাবে কিয় বিখ্যাত ?

উত্তৰ ঃ

32. গান্ধীজাৰ ৰাজনৈতিক গুৰু কোন আছিল ?

উত্তৰ ঃ

33. খেদা কৃষক আন্দোলন কেতিয়া হৈছিল ?

উত্তৰ ঃ

B. Short type Questions .

1. মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতৰ জাতীয় ভাষা হ'ব লাগে বুলি কিয় বিবেচনা কৰিছিল ?'

( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

2. দাণ্ডি যাত্ৰা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হোৱাৰ দুটা কাৰণ দিয়া ।

( এই প্ৰশ্নটো 2012 আৰু 2014 চনত আহিছিল )

উত্তৰ ঃ

3. 1929 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশন ভাৰত বুৰঞ্জীত কিয় গুৰুত্বপূৰ্ণ ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

4. খিলাফৎ আন্দোলনৰ নেতাদ্বয়ৰ নাম লিখা ।

( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

5. ভাৰতীয় জাতীয় আন্দোলনত গান্ধীজীৰ লোণ যাত্ৰা কিয় গুৰুত্বপূৰ্ণ আছিল ?
( এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

6. খ্ৰিপচ মিছন কিয় সফল নহ'ল ? দুটা কাৰণ দিয়া ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ

গান্ধীজাৰ বাবে চৰখাৰ অৰ্থ কি আছিল ?

উত্তৰঃ

7. গান্ধীজীয়ে কিয় আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল ?

উত্তৰঃ

8. নিমখ সত্যাগ্ৰহ মানে কি ?

উত্তৰঃ

9. গান্ধীজীয়ে কেনেকৈ কংগ্ৰেছক জনতাৰ অনুষ্ঠানলৈ পৰিণত কৰিছিল ?

উত্তৰঃ 

10. ক্ৰিপছ মিছন কি ?

উত্তৰঃ

11. ৰাওলাট আইনৰ দুটা ৰ্চত লিখা ।

উত্তৰঃ

12. দ্বিতীয় ঘূৰণীয়া মেজমেল কিয় বিফল হৈছিল ?

উত্তৰঃ

13. গান্ধীজীক দক্ষিণ আফ্ৰিকাৰ নিৰ্মাতা বুলি কিয় কোৱা হয় ? দুটা কাৰণ লিখা ।

উত্তৰঃ

14. 1935 চনৰ ভাৰত শাসন আইনৰ মূল বৈশিষ্ট্য কি আছিল ?

উত্তৰ ঃ

15. খিলাফৎ আন্দোলনৰ বিষয়ে লিখা ।

উত্তৰ ঃ

16. কেবিনেট মিছন কি ? 

উত্তৰ ঃ 

17. গান্ধী আৰউইনৰ চুক্তি দুটা চৰ্ত লিখা ।

উত্তৰ ঃ

18. আইন অমান্য আন্দোলন হঠাতে কিয় বন্ধ কৰি দিয়া হৈছিল ?

উত্তৰ ঃ


3. Esaay Type Questions .


1. মহাত্মা গান্ধঈয়ে হিন্দুস্থআনী ভাষাকৈ কিয় জাতীয় ভাষা হিচাপে গণ্য কৰিছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

2. বৃটিছসকলৰ বিৰুদ্ধে হোৱা আন্দোলনসমূহৰ ভিতৰত দাণ্ডি যাত্ৰাক অতি গুৰুত্বপূৰ্ণ আন্দোলন বুলি কিয় বিবচেচনা কৰা হয় ?

( এই প্ৰশ্নটো 2015 চনত আহিঠছিল )

উত্তৰ ঃ

3. খিলাফৎ আন্দোলন কি ? ভাৰতত এই আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? গান্ধীজীয়ে এই আন্দোলনলৈ কিয় সমৰ্থন আগবঢ়াইছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিচিল )

উত্তৰ ঃ

4. ৰাওলাট আই  কি আছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

5. অসমত ছাত্ৰ - ছাত্ৰীসকলক আইন অমান্য আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বৃটিছ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল ? ইয়াৰ ফলাফল কি আছিল ?

( এই প্ৰস্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

6. আইন অমান্য আন্দোলনত লোণক কিয় প্ৰতিবাদৰ প্ৰতীক হিচাবে গ্ৰহণ কৰা হৈছিল /

উত্তৰ ঃ

7. অসমত হোৱা ভাৰত ত্যাগ আন্দোলনৰ পৰা এটি চমু টোকা লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

8. যঁতৰ'ক  কিয় জাতীয়তাবাদৰ প্ৰতীকৰূপে নিৰ্বাচিত কৰা হৈছিল ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰঃ

9.  গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল , আঈলোচনা কৰা ।

( এই প্ৰশ্নটো 2016 চনত আহিছইল )

উত্তৰঃ

10. অসমত হোৱা ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে চমূ টোকা লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

11. অসহযোগ আন্দোলনৰ এক প্ৰকাৰ প্ৰতিবাদ বহলাই লিখা । 

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰ ঃ

12. গান্ধী আৰউইন চুক্তিৰ মূল চৰ্তকেইটা কি কি আচিল ?

( এই প্ৰস্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

13. বাতৰি কাগজৰ বিৱৰণক সঁচাকৈয়ে পক্ষপাতহীন হিচাপে গ্ৰহণ কৰিব বুলি তুমি মানি লবানে ?

উত্তৰ ঃ

14. লোণ সত্যাগ্ৰহে কেনেদৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামক গতি দিছিল ?

উত্তৰ ঃ

15. প্ৰতিবাদ হিচাপে আইন অমান্য় আন্দোলনৰ গুৰুত্ব বৰ্ণনা কৰা ।

উত্তৰ ঃ

16. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলনত ভূমিকৰা বিষয়ে লিখা ।

উত্তৰ ঃ

17. গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গ্ৰহণ কৰা হৈছিল - আলোচনা কৰা ।

উত্তৰ ঃ

18. জালিয়ানৱালাবাগ হত্যা কাণঅডৰ পুবিষয়ে লিখা ।

উত্তৰ ঃ