A. Very Short Type Questions .


1. শ্বাহ মল কোন ? 

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰঃ

2. 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল ?

( এই প্ৰস্নটো 2012 আৰু 2014 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

3. অৱধত বশ্যতামূলক মিত্ৰতা নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ ঃ

4. কোনজন ব্ৰিটিছ গৰ্বণৰ জেনেৰেলৰ দিনত ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলন হৈছিল ?

উত্তৰ ঃ

5. ব্ৰিটিছসকলে অৱধ কেতিয়া দখল কৰি লৈছিল ?

উত্তৰ ঃ

6. বিদ্ৰোহীসকলে কাক ভাৰতৰ অধিপতি বুলি মানিছিল ?

উত্তৰ ঃ

7. অৱধ দখলৰ সময়ত ইয়াৰ নৱাব কোন আছিল ?

উত্তৰ ঃ

8. ৰাণী লক্ষ্মীবাই োকোন আছিল  ?

উত্তৰ ঃ

9. ১৮৫৮ চনত নানা চাহিবে ক'ত বিদ্ৰোহৰ নেতৃত্ব দিছিল ?

উত্তৰ ঃ

10. 1857 চনতৰ বিদ্ৰোহৰ সময়ত অযোধ্যাৰ নৱাব কোন আছিল ?
উত্তৰ ঃ

11.ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল ?

উত্তৰ ঃ

12. আনুগত্যমূলক মিত্ৰতা নীতিটো ভাৰতত কোনে প্ৰৱৰ্তন কৰিছইল ?

উত্তৰ ঃ

18. কোল জনজাতিক বিদ্ৰোহত কোনে নেতৃত্ব দিছইল ?

উত্তৰ ঃ

19. ভাৰতীয় চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ?

উত্তৰ ঃ

20.  বাহাদুৰ ছাহ জাফৰ কোন আছিল ?

উত্তৰ ঃ

21. নানা চাহিব কোন আছিল ?

উত্তৰ ঃ

22. সতীদাহ প্ৰথা কেতিয়া বন্ধ কৰা হৈছিল ?

উত্তৰ ঃ

23. বিৰ্জিশ কাদিৰ কোন আছিল ?

উত্তৰ ঃ

24. কোঁৱৰ সিং কোন ?

উত্তৰ ঃ

25. 1857 চনৰ বিদ্ৰোহত ঝান্সিৰ নেতা কোন আছিল ?

উত্তৰ ঃ

26. স্বত্তবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল ? 

উত্তৰ ঃ

27. অৱধত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছইল ?

উত্তৰ ঃ

28. অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল ?

উত্তৰ ঃ


B. Short Type Question .

 

1. ঊনবিংশ শতিকাৰ অসমৰ কৃষক বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

2. মৌলবাী আহমদ - উল্লা চাহ কোন আছিল ? 1857 চনৰ বিদ্ৰোহলৈ তেওঁ কি বৰঙণি আগবঢ়াইছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

3. 1857 চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

4. বশ্য়তামূলক মিত্ৰতা নীতি'ৰ দুটা চৰ্ত উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

5. 1857 চনত বিদ্ৰোহ ধৰ্মীয় বিশ্বাসে বিদ্ৰোহীসকলক প্ৰভাবান্বিত কৰিছিলনে ? দুটা উদাহৰণ লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

6. 1858 চনত চনত ব্ৰিটিছে ফাঁচী দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰ ঃ

7. চিপাহী বিদ্ৰোহ অসফল হোৱাৰ দুটা কাৰণ ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ

8. কলিন কেম্পবেল কোন ?

উত্তৰ ঃ

9. মৌলবী আহমদুল্লা ছাহে বিদ্ৰহলৈ কি বৰঙণি আগবঢ়াইছিল ?

উত্তৰ ঃ

10. বিদ্ৰোহ মানে কি ?

উত্তৰ ঃ

11. 1857 ৰ বিদ্ৰোহত ব্ৰিটিছে ইন্ধন যোগোৱা দুটা ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ ঃ

12. ব্ৰিটিছে কিয় অৱধ দখল কৰি লৈছিল ?

উত্তৰ ঃ

13. অৱধক কিয় বেংগল অমীৰ উদ্যান বোলা হৈছিল ?

উত্তৰ ঃ

14. লৰ্ড কেনিঙক ব্ৰটিছ সংবাদপ্ৰত্ৰসমূহে কিয় ঠাট্টা কৰিছিল ?

উত্তৰ ঃ

15. বাহাদুৰ ছাহ জাফৰে কিয় বিদ্ৰোহী সকলৰ ভাৰত সম্ৰাট হ'বলৈ কৰা অনুৰোধ মানি লৈছিল ?

উত্তৰ ঃ

16. একতাৰ বাবে বিদ্ৰোহীবোৰে কি ব্যৱস্থা লৈছিল ?

উত্তৰ ঃ

17. শ্বাহ মলৰ বিষয়ে লিখা ।

উত্তৰ ঃ

18. কোনে কেতিয়া লক্ষ্নৌ বিদ্ৰোহীৰ কবলৰ পৰা মুক্ত কৰিছইল ?

উত্তৰ ঃ

19. 1857ৰ বিদ্ৰোহত বিদ্ৰোহীসকলক ঐক্যবদ্ধ কৰা দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰ ঃ

20. বিদ্ৰোহৰ তালৰ্ড কেনিঙক ব্ৰিটিছ সংবাদপ্ৰত্ৰসমূহে কিয় ঠাট্টা কৰিছিল ?

21. বিপ্লব কাক বোলে ?

উত্তৰ ঃ


C . Essay Type Questions .


1.1857 চনৰ বিদ্ৰোহৰ বৈশিষ্ট্য নিৰূপণ কৰা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

2.1857 চনৰ বিদ্ৰোহক ধৰ্মীয় বিশ্বাসে কিমন দূৰ প্ৰভাৱিত কৰিছইল ?

( এই প্ৰশ্নটো 2012 আৰু 2016 চনত আহিছিল )

উত্তৰ ঃ

3. বৃটিছসকলৰ বিৰুদ্ধে সন্থালসকলে কিয় বিদ্ৰোহ কৰিছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

4. 1857 চনৰ বিদ্ৰোহ দমনৰ বাবে বৃটিছসকলে কি ব্যৱস্থা লৈছিল ?

( এই প্ৰশ্নটো 2013 আৰু 2017 চনত আহিছিল )

উত্তৰ ঃ

5. টিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকলৰ অসন্ত্তষ্টিৰ চাৰিটা কাৰণ লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰ ঃ

 6. চিপাহী বিদ্ৰোহৰ কাৰণ বৰ্ণনা কৰা ।

উত্তৰঃ

7. ঔপনিৱেশিক নগৰ উন্নয়ত পাহাৰীয়া নিবাসবোে কি বৈশিষ্ট্য বহন কৰিছইল ?

উত্তৰঃ

8. ব্ৰিটিছ শাসনৰ অধীনত ভাৰতীয় চিপাহী সকলৰ অসন্ত্তষ্টিৰ বাঢ়ি যোৱাৰ কাৰণবৰো কি আছিল ?

উত্তৰ ঃ

10. বিদ্ৰোহীসকলৰ মূল লক্ষ্য কি আছিল ? বিভিন্ন সামাজিক গোটৰ মাজত এই ক্ষেত্ৰত কেনেধৰণৰ পাৰ্থক্য আছিল ?

উত্তৰঃ

11. চিপাহী বিদ্ৰোহৰ নেতাসকলৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ

12. বিদ্ৰোহী চিপাহীসকলে কিয় পূৰণা শাসকসকলকে তেওঁলোকৰ নেতা হিচাপে বাছি লৈছিল ?

উত্তৰঃ 

13. কেতিয়া কেতিয়াবা চিপাহীসকলে নিজাববীয়াকৈ বিদ্ৰোহ চলাবলৈ পৰিকল্পনা কৰিছইল নেকি ? চমূকৈ আলোচনা কৰা ।

উত্তৰ ঃ

14. অৱধৰ বিদ্ৰোহৰ বৰ্ণনা দিয়া ।

উত্তৰঃ

15. উৰাবাতৰিবোৰে বিদ্ৰোহত কেনেদৰে সহায় কৰিছিলে ? 

উত্তৰঃ   

16. ব্ৰিটিছৰ ভূমি ৰাজহ ব্যৱস্থাই কেনেদৰে বিদ্ৰোহত সহায় কৰিছিল ?

উত্তৰ ঃ

17. বিদ্ৰোহী চিপাহীসকলৰ পৰিকল্পনা আৰু সহযোগিতা সম্পৰ্কে লিখা ।

উত্তৰ ঃ

18. 1857 চনৰ বিদ্ৰোহত কিছুমান সাধাৰণ লোক নেতা হৈছিল নেকি ? উদাহৰণৰ সৈতে লিখা ।

উত্তৰ ঃ

19. ব্ৰিটিছ প্ৰশাসনে কেনেদৰে বিদ্ৰোহ দমন কৰিছইল ?

উত্তৰ ঃ

20. বশ্যতামূলক মিত্ৰতা নীতিৰ বিষয়ে এটা টোকা লিখা ।