A. Very Short Type Questions .


1. বঙ্গদেশত চিৰস্থাই বন্দবস্ত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ? 

( এই প্ৰস্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

2. অসম এচ'চিয়েনছৰ প্থম সভাপতি কোন আছিল ?

( এই প্ৰশ্নটো 2015 চনত আহিছিল ) 

উত্তৰ ঃ

3. ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল ?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰ ঃ

4. অসমৰ প্ৰথম মূখ্যমন্ত্ৰী কোন আছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

উত্তৰ ঃ

5. কোনে পাকিস্তান শব্দটোৰ ৰূপ দিছিল ?

( এই প্ৰশ্নটো 2012 আৰু 2018 চনত আহিছিল )
উত্তৰ ঃ

6. হোলোকাষ্ট শব্দৰ অৰ্থ কি ?
উত্তৰ ঃ

7. হিন্দু মহাসভআ কেতিয়া গঠিত হৈছিল ?
উত্তৰ ঃ

8. The Other Side Of Silence গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ ঃ

9. ভাৰতবৰ্ষই কোনচনত স্বাধীনতা পাইছিল ?
উত্তৰ ঃ

10. বাংলাদেশৰ সৃষ্টি কেতিয়া হৈছিল ?
উত্তৰ ঃ

11. কোনে দ্বি - জাতি তত্ত্ব ঘোষণা কৰিছিল ?
উত্তৰ ঃ

12. মহম্মদ ইকবাল কোন ?
উত্তৰ ঃ

14. লক্ষ্নৌ চুক্তি কেতিয়া সম্পাদিত হৈছিল ?
উত্তৰ ঃ

15. চাৰে জাঁহাসে আচ্ছা হিন্দুস্তা হমাৰা গীতটো কোনে ৰচনা কৰিছইল ?
উত্তৰ ঃ

16. মুছলিম লিগ কেতিয়া গঠিত হৈছিল ?
উত্তৰ ঃ

17. সুখদেৱ শিঙৰ বিখ্যাত কিতাপখনৰ নাম কি আছিল ?
উত্তৰ ঃ

18. স্বাধীনতা লাভৰ সময়ত ভাৰতে সম্নুখীন হোৱা সমস্যাটোৰ কি আছিল ?
উত্তৰ ঃ

19. মুছলীম লীকে আনুস্থানিকভাৱে পাকিস্তানৰ দাবীটো কেতিয়া উত্থাপন কৰিছিল ?
উত্তৰ ঃ

B. Short Type Questions .

1. ভাৰত বিভাদনৰ অভিজ্ঞা মহিলাসকলৰ কোন আছিল বৰ্ণনা কৰা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )
উত্তৰ ঃ

2. অসমৰ ছাত্ৰ সম্নিলন কেতিয়া গঠিত কৰা হৈছিল আৰু ইয়াৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ?
( এই প্ৰশ্নটো 2014 চনত আহিছিল )
উত্তৰ ঃ

3. ভাৰত বিভাজনৰ বীৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা ।
( এই প্ৰশ্নটো 2016 চনত আহিছিল )
উত্তৰ ঃ

4. বিভাজনে অনা সংঘৰ্ষ শান্ত কৰাত , গান্ধীজীৰ ভূমিকা বৰ্ণনা কৰা ।
উত্তৰ ঃ

5. লক্ষ্নৌ চুক্তিৰ দুটা ফলাফল লিখা ।
উত্তৰ ঃ

6. সাম্প্ৰদায়িকবাদ মানে কি ?
উত্তৰ ঃ

7. খান আব্দুল গফুৰ খান 'ৰ বিষয়ে লিখা ।
উত্তৰ ঃ

8. ১৯৪০ চনৰ প্ৰস্তাৱ মৰ্মে মুছলীম লীগে কি দাবী জনাইছিল ?
উত্তৰ ঃ

9. ভাৰত বিভাজনৰ বিৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা ।
উত্তৰ ঃ

10. বিভাজনৰ সময়ৰ প্ৰশাসনিক অৱস্থাৰ বিষয়ে লিখা ।
উত্তৰ ঃ

11. গ্ৰুপিং ব্যৱস্থাৰ বিষয়ে লিখা ।
উত্তৰ ঃ

13. কিছুমান মুছলিম লোকে পৃথক ভোটাধিকাৰৰ বিৰোধিতা কৰাৰ কাৰণ দৰ্শোৱা ।
উত্তৰ ঃ

14. বিভাজনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ যুক্তি কি আছিল ?
উত্তৰ ঃ

15. ১৯৪৬ চনত হোৱা প্ৰাদেশিক নিৰ্বাচন সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰ ঃ

C. Essay Type Questions .

1. মহিলাসকলৰ ভাৰত বিভাজনৰ অভিজ্ঞতা কেনে আছিল ?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )
উত্তৰ ঃ

2. 1940 চনৰ মুছলীম লিগৰ প্ৰস্তাৱত এখন নতুন দেশৰ ছবি প্ৰতিফলিত হৈছিলনে ?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )
উত্তৰ ঃ

3. কংগ্ৰেছ দলে ভাৰত বিভাজন সম্পৰ্কে তেওঁলোকৰ মনোভাৱ কিয় পৰিৱৰ্তন কৰিছিল ?
উত্তৰ ঃ

4. ভাৰতবৰ্ষক কিয় দ্বি - খণ্ডিত কৰিব লগা হৈছিল ?
উত্তৰ ঃ

5. বিভাজনে মহিলাসকললৈ নমাই অনা বিভীষিকাৰ বৰ্ণনা দিয়া ।
উত্তৰ ঃ

6. মৌখিক বুৰঞ্জীয়ে েইতিহাস সৃষ্টিত কেনেদৰে সহায় কৰে ।
উত্তৰ ঃ

7. সাধাৰণ মানুহৰ দৃষ্টিত বিভাজনৰ ধাৰণা কি আছিল ?
উত্তৰ ঃ

8. কংগ্ৰেছ দলে ভাৰত বিভাজন সম্পৰ্কে তেওঁলোকৰ মনোভাৱ কিয় পৰিৱৰ্তন কৰিছিল ?
উত্তৰ ঃ

9. মৌখিক বুৰঞ্জীৰ শক্তি আৰু সীমাবদ্ধতা বিচাৰ কৰা । কেনেকৈ মৌখিক বুৰঞ্জীৰ কৌশলসমূহে বিভাজন প্ৰক্তিয়াটো বুজাত আমাক সহায় কৰে ।
উত্তৰ ঃ

10. মহম্মদ আলী জিন্নাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ ঃ

11. ভাৰত বিভাজনৰ বিৰুদ্ধে গান্ধীয়ে কি ষুক্তি আগবঢ়াইছিল ?
উত্তৰ ঃ