Class 9 Maths

Lesson 6.3

 Class 9 

Maths

6.3



1. চিত্ৰ 6.39 ত PQR ৰ QP আৰু RO বাহু দুটাক ক্ৰমে S আৰু T বিন্দলৈ বঢ়াই দিয়া হ'ল। যদি SPR=135 আৰু PQT=110, তেন্তে PRQ নিৰ্ণয় কৰা।

Ans:  TR এডাল ৰেখা,

   <TQP+<PQR=180

   <PQR=180-110=70

 QS এডাল ৰেখা

  <QPR+<SPR=180

<QP=180-135=45

PQR ত্ৰিভূজৰ

<PQR+<QPR=180

<PRQ=180-70-45

= 65

2. চিত্ৰ 6.40 ত x=62, xyz=54,। যদি XYZ ৰ YO আৰু ZO ক্ৰমে <XYZ আৰু <XZY ৰ সমদ্বিখণ্ডক, তেন্তে <OZY আৰু <YOZ উলিওৱা।

Ans:   ত্ৰিভূজ X---YZ ৰ পৰা <XYZ+<YXZ+<XZY=180

            <XZY=180-62-54=64

     OZ <X ৰ সমদ্বিখণ্ডিত

1/2<XZY=<OZY

= <OZY=1/2 64=32

OY <Y ৰ সমদ্বিখণ্ডিত

= <OYZ= 1/2 <XYZ= 1/2 54=27

ত্ৰিভূজ <OYZ ৰ পৰা 

<YOZ+<ZYO+<OYZ=180

<YOZ= 180-27-32=121


3. চিত্ৰ 6.41 ত যদি AB|| DE, <BAC=35 আৰু <CDE=53, তেন্তে <DCE উলিওৱা

Ans:  <DEC=<BAC=35

এতিয়া, <CDE ভিভূজৰ পৰা 

<C+<D+<E=180

<C=180-35-53

=92

4. চিত্ৰ 4.62 ত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে যাতে <PRT=40, <RPT=95, আৰু <TSQ=75, তেন্তে <SQT উলিওৱা।

Ans:  ত্ৰিভূজ PRT ৰ পৰা

<PRT+<RPT+<PTR=180


<PTR=180-95-40

=45

<PTR=<STQ=45

আকৌ ত্ৰিভূজ STQ ৰ পৰা

<STQ+<SQT+<TSQ=180

<SQT=180-75-45=60

<SQT=60




5. চিত্ৰ 4.63 ত, যদি PQ PS, PQ|| SR, <SQR=28 আৰু <QRT=65, তেন্তে X আৰু Y মান উলিওৱা।

Ans:  PQ||SR

<PQR=<QRT=65

<X+28=65

<X=65-280=37

PQ ||SR

<QPS=90

এতিয়া, <PQS+<SPQ+<PSQ=180

37+90+Y=180

Y=180-90-37=53

X=37, Y=53


6. চিত্ৰ 6.44 ত PQRৰ OR বাহুক S বিন্দুলৈ বঢ়াই দিয়া হ'ল। যদি <PQR আৰু <PRSৰ সমদ্বিখণ্ডক দুডাল T বিন্দুত মিলিত হয়, তেন্তে প্ৰমাণ কৰা যে

                                  <QTR=1/2 <QPR

Ans:  

ত্ৰিভূজৰ বহিঃস্থ কোণটো অন্তঃস্থ বিপৰীত কোণদুটাৰ সমান 

<PRS=<PQR+<QPR

2<TRS=2<TQR+<QPR

<TRS-<TQR=<QTR

3 আৰু 4 ৰ পৰা 2<QTR=<QPR

= <QTR =1/2 <QPR


DIKHA BORA