আজি অসমৰ মাননীয় শিক্ষা মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে ২০২১ বৰ্ষৰ দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ পৰীক্ষা অহা ২০২১ বৰ্ষৰ মে মাহত আৰম্ভ কৰি জুলাই মাহত ফলাফল ঘোষনা কৰিব।
মে মাহাৰ ১১ তাৰিখে দশম শ্ৰেণী পৰীক্ষা অনুষ্টিত হ'ব আৰু ৭ জুলাইত ইয়াৰ ফলাফল ঘোষনা কৰিব। আনহাতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ১২ মে ত আৰম্ভ হ'ব আৰু ৩০ জুলাইত ইয়াৰ ফলাফল দিয়া হ'ব।

