Search This Blog

HSLC and HS Exam Date and Result Date Announcement Today | SEBA 2021 Exam Date | Higher Secondary Exam Date 2021 | 2021 SEBA Class 10 Exam Date

    


আজি অসমৰ মাননীয় শিক্ষা মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে ২০২১ বৰ্ষৰ দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ পৰীক্ষা  অহা ২০২১ বৰ্ষৰ মে মাহত আৰম্ভ কৰি জুলাই মাহত ফলাফল ঘোষনা কৰিব। 

    মে মাহাৰ ১১ তাৰিখে দশম শ্ৰেণী পৰীক্ষা অনুষ্টিত হ'ব আৰু ৭ জুলাইত ইয়াৰ ফলাফল ঘোষনা কৰিব। আনহাতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ১২ মে ত আৰম্ভ হ'ব আৰু ৩০ জুলাইত ইয়াৰ ফলাফল দিয়া হ'ব।




Updated 07 January 2021


2 comments:

Write your Comment