প্ৰব্ৰজন




A. Short Type Questions .

১) জনসংখ্যাৰ প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰকৰ দুটা কাৰণ উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

২) অন্তঃ আৰু বহিঃ প্ৰব্ৰজনৰ পাৰ্থক্য দেখুওৱা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৩) প্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি?

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) প্ৰব্ৰজনৰ জনসংখ্যাৰ গাঁথনিতগত ফলাফল কি?

৫) ভাৰতত প্ৰব্ৰজনৰ সাধাৰণ আৰ্হিটো আলোচনা কৰা ।

৬) প্ৰব্ৰজনৰ চাৰিটা সোঁত কি কি?

৭) ভাৰতৰ পৰা হোৱা প্ৰব্ৰজনকাৰী তৃতীয়টো প্ৰবাহৰ বিষয়ে লিখা ।

৮) গাওঁ অঞ্চলৰ পৰা নগৰ অঞ্চললৈ হোৱা প্ৰব্ৰজনৰ প্ৰধান কাৰককেইচা কি কি?
৯) প্ৰব্ৰদনৰ পৰিৱেশিক ফলাফল কি?

১০)ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি?

১১) পূৰুষ-নাৰী প্ব্ৰজনৰ কাৰণসমূহ বাখ্যা কৰা ।

১২) প্ৰব্ৰজনৰ অৰ্থনৈতিক ফলাফল  কি?

১৩) প্ৰব্ৰজনৰস্থানিক তাৰতম্যৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

১৪) প্ৰব্ৰজনৰ প্ৰধান কাৰক কি কি?

১৫) ভাৰতৰ পাৰ অন্যান্য দেশলৈ মানুহৱ প্ৰব্ৰজিত হোৱাৰ কাৰণবোৰ লিখাঃ

B. Very Short Type Questions .

১) প্ৰব্ৰজন আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিছে কিদৰে?

২)আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন কি?

৩) ভাৰতৰ সৰ্বাধিক সংখ্যক লোক প্ৰব্ৰজিত হোৱা প্ৰতিবেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা ।

৪) আন্তঃপ্ৰব্ৰজন কি?

৫) ভাৰতলৈ প্ৰব্ৰজনকাৰীৰ তৃতীয়টো প্ৰবাহৰ বিষয়ে বাখ্যা কৰা ।

৬) মূল স্থান লক্ষ্য আৰু স্থানৰ বয়স আৰু লিংগ গাঁথনিত গ্ৰাম্য নগৰীয়া প্ৰব্ৰজনৰ প্ৰভাৱ কি?

৭) নগৰীয়া সংহতি বুলিলে কি বুজা?

৮) ২০০১ চনৰ সমীক্ষা মতে ভাৰতলৈ আন দেশৰ পৰা কিমান মানুহৰ প্ৰব্ৰজন হৈছে?

C. Essay Type Questions .

১) প্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ ফলাফল সম্বন্ধে এটি টকা লিখা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

২) গ্ৰাম্য অঞ্চলৰ মানুহে কিয় চহৰ অঞ্চললৈ প্ৰব্ৰজন হয়? আলোচনা কৰা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

৩) প্ৰব্ৰজনৰ কাৰণসমূহৰ বৰ্ণনা কৰা ।

৪) এখন ঠাইৰ বয়স আৰু লিংগৰ গাঁথনিত গাওঁ-নগৰৰ প্ৰব্ৰজনৰ প্ৰভাৱ কেনেকুৱা?

৫) প্ৰব্ৰজনৰ সামাজিক গাঁথনিগত ফলাফলবোৰ কি?

৬) পুৰুষ/মহিলাৰ  নিৰ্বাচিত প্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ চিনাক্ত কৰা ।

৭) গিৰিমিট আইন কি?

৮) ভাৰতৰ আন্তৰ্জাতিক প্ৰব্ৰজনৰ ফলাফলসমূহৰ বিষয়ে আলোচনা কৰা ।