গৌৰৱ 

A. অতি চমু প্রশ্নঃ

১। হােমাৰ কোন দেশৰ কবি?

(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল) 

উত্তৰঃ

২। কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ প্ৰধান কীর্তি কি? 

 (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল) 

উত্তৰঃ

৩। গৌৰৱ কেইঠাইৰ পৰা উৎপন্ন হয়?

(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল) 

উত্তৰঃ

৪। গৌৰৱ কেইঠাইৰ পৰা উৎপন্ন হয়?

(এই প্ৰশ্নটো ২০১৯ চনত আহিছিল) 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। ডান্টে কোন দেশৰ কবি? তেওঁ ৰচনা কৰা বিখ্যাত কাব্যগ্রন্থখনৰ নাম লিখা।

 (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল) 

উত্তৰঃ

২। হােমাৰ কোন দেশৰ কবি? তেওঁ ৰচনা কৰা এখন মহাকাব্যৰ নাম লিখা। 

(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল) 

উত্তৰঃ

৩। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?

(এই প্ৰশ্নটো ২০১৯ চনত আহিছিল) 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নােৱাৰে।” -কথাষাৰ বুজাই লিখাঁ।

(এই প্ৰশ্নটো ২০১৫ চনত আহিছিল) 

উত্তৰঃ

২। শৰীৰৰ কি কি গুণৰ পৰা গৌৰৱ উপজিব পাৰে বুজাই লিখা। (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)

উত্তৰঃ

৩। সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখা।

(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

উত্তৰঃ

৪। ৰূপ আৰু স্বাস্থ্য গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখা।(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ

৫। ৰূপ আৰু স্বাস্থ্যৰ পৰা গৌৰৱ কেনেকৈ উপজিব পাৰে, বুজাই  লিখা।(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

উত্তৰঃ

৪। যিকোনাে এটাৰ চমু টোকা লিখাঃ

প্রকৃত গৌৰৱৰ কাৰণ 

(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

উত্তৰঃ

৫। গৌৰৱ প্ৰৱন্ধটোত প্রকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে  লিখা।(এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলীঃ

A. অতি চমু প্রশ্নঃ

১। গৌৰৱ পাঠটিৰ লেখক কোন? 

উত্তৰঃ

২। কালিৰাম মেধিৰ জন্ম কোন চনত হৈছিল?

উত্তৰঃ

৩। অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ গ্রন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ

৪। প্রহ্লাদ চৰিত্ৰ কাৰ ৰচনা?

উত্তৰঃ

৫। কালিৰাম মেধিৰ মৃত্যু কোন চনত হৈছিল? 

উত্তৰঃ

৬। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

 উত্তৰঃ

৭। 'অংকাৱলী' নামৰ গ্ৰন্থখন কাৰ? 

উত্তৰঃ

৮। গৌৰৱ কিহৰ পৰা ওপজে? 

উত্তৰঃ

৯। প্লেটোৰ বিখ্যাত গ্রন্থখন কি? 

উত্তৰঃ

১০। বংশ-মর্যাদা অনুসৰি সামাজিক সম্মান প্রদান ৰীতি কোনে বান্ধি থৈ গৈছে? 

উত্তৰঃ

১১। বিশ্বামিত্ৰৰ অনেক দুখৰ কাৰণ কি? 

উত্তৰঃ

১২৷ শৰীৰৰ কোন তিনিটা গুণৰ পৰা গৌৰৱ ওপজে?

 উত্তৰঃ

১৩। ভগৱানৰ বিশ্ব-বিমােহন ৰূপে কাক বলীয়া কৰিছিল? 

উত্তৰঃ

১৪। শুদ্ধোধন কোন আছিল? 

উত্তৰঃ

১৫। কর্ণ কোন আছিল? 

উত্তৰঃ

১৬। ডাণ্টেৰ ৰচিত কাব্যখন কি? 

উত্তৰঃ

১৭। জাপানীবিলাকে তেওঁলােকৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল? 

উত্তৰঃ

১৮। বালিৰ বল কিদৰে বিলােপ হৈছিল? 

উত্তৰঃ

১৯। কোনবিলাক গৌৰৱে মানুহক অমৰ কৰে? 

উত্তৰঃ

২০। গ্রীক-ট্রজান যুদ্ধ কিয় হৈছিল? 

উত্তৰঃ

২১। ভার্জিল কোন আছিল? 

উত্তৰঃ

২২। নৰনাৰায়ণ কোন আছিল? 

উত্তৰঃ

২৩। গৌতম বুদ্ধৰ পিতৃ কোন? 

উত্তৰঃ

২৪। প্লেটো কোন? 

উত্তৰঃ

২৫। চুকাফা কোন আছিল? 

উত্তৰঃ

B. চমু প্ৰশ্নঃ

১। কর্ণ কোন? তেওঁক কিয় মানুহে ঠাট্টা কৰিছিল? 

উত্তৰঃ

২। আলাউদ্দিন কোন? লেখকে তেওঁৰ কি বন্তিৰ কথা কৈছে? 

উত্তৰঃ

৩। লেখকে কিয় ধনক আলাউদ্দিনৰ চাকিৰ লগত তুলনা কৰিছে?

উত্তৰঃ

৪। হৰমােহন ৰূপ কি? মানুহে কেনেকৈ ৰূপ বৃদ্ধি কৰিব পাৰে?

উত্তৰঃ

৫।হােমাৰক লৈ কোন কোন দেশে কিয় গৌৰৱ কৰে?

উত্তৰঃ

৬। মার্টিন লুথাৰৰ গৌৰৱক লেখকে স্থায়ী নে অস্থায়ী বুলি কৈছে? 

উত্তৰঃ

৭। গৌৰৱৰ প্ৰধান উপাদান সৌভাগ্যৰ পৰা মানুহে কি আহৰণ কৰিব পাৰে? 

উত্তৰঃ

৮। বর্তমান সমাজত ধনৰ ভূমিকা কি? 

উত্তৰঃ

৯। পাঠটিত উল্লেখ থকা মতে ৰূপৰ পৰা সৃষ্টি হােৱা  প্রতিক্রিয়াসমূহ কি কি? 

উত্তৰঃ

১০। পাঠটিত উল্লেখ থকা ঈশ্বৰ প্রদত্ত ৰূপৰ অধিকাৰী চৰিত্ৰকেইটা কি কি?

উত্তৰঃ 

১১। মানুহৰ সৌন্দর্য বৃদ্ধিত স্বাস্থ্যৰ ভূমিকা কেনে ধৰণৰ? 

উত্তৰঃ

১২। বলেই গৌৰৱৰ প্ৰধান কাৰণ হােৱা চৰিত্র দুটি কোন? 

উত্তৰঃ

১৩। লেখকৰ মতে প্রকৃত গৌৰৱৰ কাৰণ কি হােৱা উচিত?

উত্তৰঃ

১৪। লেখকৰ মতে ৰূপ বা স্বাস্থ্যৰ দৰে বলাে অস্থায়ী বুলি কিয় কৈছে? 

উত্তৰঃ

১৫। হােমাৰে ৰচনা কৰা মহাকাব্য দুখন কি কি? 

উত্তৰঃ

১৬। কামদেৱ কোন? 

উত্তৰঃ

১৭। জুলিয়াছ ছিজাৰ কোন? তেওঁক কোনে মাৰিছিল? 

উত্তৰঃ


C. ৰচনাধর্মী প্রশ্নঃ 

১ । প্রবন্ধকাৰ কালিৰাম মেধিৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ

২। গৌৰৱ পাঠটিৰ মূল কথাখিনি তােমাৰ ভাষাত লিখা। 

উত্তৰঃ

৩। “গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়” -এই তিনি ঠাই। কি কি? পাঠৰ আধাৰত যুক্তিসহকাৰে আলােচনা কৰা। 

উত্তৰঃ

৪। গৌৰৱ তুলনাৰ পৰা ওপজে’— এই উক্তি ৰাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়ােটা ক্ষেত্ৰত কিদৰে সত্য হ'ব পাৰে লিখা

উত্তৰঃ

৫। “প্রকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়।” — কথাষাৰ বহলাই আলােচনা কৰা।

উত্তৰঃ

৬। গৌৰৱ প্ৰবন্ধত অসমীয়া জীৱনত বংশ মর্যাদাই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰাৰ কথা কোৱা হৈছে?

উত্তৰঃ

৭। “তেওঁৰ ৰাজ্য টুটক চাৰি বাঢ়িছেহে” – 'তেওঁ' বুলি কাক কোৱা হৈছে? কিহৰ ভিত্তিত কথাষাৰৰ অৱতাৰণা কৰা হৈছে বিৱৰি লিখা।  

উত্তৰঃ

৮। প্রকৃত গৌৰৱৰ কাৰণ কি? কি কি কাৰণত সৌভাগ্য আৰু শৰীৰ প্রকৃত গৌৰৱৰ বস্তু নহয় বুলি লেখকে কৈছে ?

উত্তৰঃ


৯। চমুটোকা লিখাঃ

নেপােলিয়ন বােনাপার্ট, জয়মতী, শংকৰদেৱ, জুলিয়াছ চিজাৰ, চুকাফা, নৰনাৰায়ণ, কালিৰাম মেধি, বিদ্যাৱতি, ডাক, ডান্টে। 

১০। আঁতিগুৰি মাৰি ব্যাখ্যা কৰাঃ 

(ক) গৌৰৱ তুলনাৰ পৰা ওপজে। 

উত্তৰঃ

(খ) ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।

উত্তৰঃ

(গ) বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নােৱাৰে। 

উত্তৰঃ

(ঘ) বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে। 

উত্তৰঃ

(ঙ) দুর্যোধনৰ ঐশ্বর্য বিদুৰৰ খুদ-চাউলৰ ওপৰত অতি তুচ্ছ ভাবিয়েই ভগৱান শ্রীকৃষ্ণে পৰিত্যাগ কৰিছিল। 

উত্তৰঃ

(চ) আজিকালি ধনেই আলাউদ্দিনৰ বন্তি।

উত্তৰঃ